
সূচীপত্ৰ :: সূৰুযমুখী
এপ্ৰিল - ২০২৬ :: দ্বিতীয় বছৰ, চতুৰ্থ সংখ্যা
১) সম্পাদকীয়ঃ পবিত্ৰা বৰঘৰীয়া, মুম্বাই
2) অকণিৰ পৃথিৱী (কেৱল অকণিহঁতৰ বাবে):
অকণিৰ ছবি :
-
তৃষা দাস, দশম মান, প্ৰাগজ্যোতিষ আ:বিদ্যালয়,পাঞ্জাবাৰী, গুৱাহাটী
-
আতিক্সা আৰ্ভি বৰা, ষষ্ঠ শ্ৰেণী, মাৰ্ভেল মাইণ্ড একাডেমী, সৰুপথাৰ
-
শুভ্ৰনীল সোণোৱাল, কে.জি শ্ৰেণী, ছল্ট ব্ৰুক স্কুল, ডিব্ৰুগড়
-
স্নিগ্ধা পাল, অষ্টম শ্ৰেণী, ব’লসিং মেম’ৰিয়েল স্কুল, বৰপথাৰ, গোলাঘাট
-
জ্ঞানদ্বীপ গগৈ, ষষ্ঠ শ্ৰেণী, শংকৰদেৱ শিশু নিকেতন, চিলনীজান, কাৰ্বি আংলং
-
জিজ্ঞাসা সোনোৱাল, সপ্তম মান, টেঙাখাট লিটল ষ্টাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডিব্ৰুগড়
-
তানিষ্কা বৰা, তৃতীয় শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ, গোলাঘাট
অকণিৰ কবিতা :
-
প্ৰজ্ঞাৰ দাপোণত নব্য-চেতনা-নাং ময়ূৰী বৰগোহাঁই,দশম শ্ৰেণী,জয়মতী উ:মা: বিদ্যালয়,মাদুৰি, নাজিৰা
-
বসন্ত -তৃষা দাস, দশম মান, প্ৰাগজ্যোতিষ আ:বিদ্যালয়,পাঞ্জাবাৰী, গুৱাহাটী
অকণিৰ প্ৰবন্ধ / অন্যান্য :
-
মে-ডাম-মে-ফি - আতিক্সা আৰ্ভি বৰা, ষষ্ঠ শ্ৰেণী, মাৰ্ভেল মাইণ্ড একাডেমী, সৰুপথাৰ
-
সাঁথৰ - দিব্যাঞ্চ বৰা, প্ৰথম শ্ৰেণী, মাৰ্ভেল মাইণ্ড একাডেমী, সৰুপথাৰ
-
হৰমুজ প্ৰণালী অৰ্থনীতিৰ এক ধমনী - স্বাস্তিকা তাঁতী, নৱম শ্ৰেণী, কেশৱচন্দ্ৰ হা:মে: স্কুল, সৰুপথাৰ
-
নৃত্যৰ অন্তৰালত - চানিয়া স্নিগ্ধা মুকতাৰ, অষ্টম শ্ৰেণী, যোৰহাট বাঘচোং ড'নবস্ক উ: মা: বিদ্যালয়
৩) বিদেশৰ কথাৰেঃ
-
মৰমৰ স্পৰ্শ যেন শান্তিৰ নিজৰা - পবিত্ৰা বৰঘৰীয়া, মুম্বাই
৪) বিচিত্ৰা :
-
সামাজিক দায়বদ্ধতা আৰু যুৱ প্ৰজন্ম - বিজিত কুমাৰ ভাগৱতী, লখিমী নগৰ, যোৰহাট
-
বিহুনামত অসমীয়াৰ সমাজ জীৱন - ছৈয়দা আঞ্জুম আৰা হুছেইন, গুৱাহাটী
-
সামাজিক দায়বদ্ধতা আৰু নতুন প্ৰজন্ম - নিবেদিতা শৰ্মা, যোৰহাট
-
নমী জেঠাইৰ চিঠি - চেহনাজ হুচেইন, নৱী মুম্বাই
-
নৱ প্ৰজন্মৰ সামাজিক দায়িত্ব আৰু কৰ্তব্য -চেমিমা হুছেইন, ছয়মাইল, গুৱাহাটী
-
মনৰ কথা - শাশ্বতী শৰ্মা, মলিয়াগাঁও, ঢেকিয়াল, গোলাঘাট
-
যুব প্ৰজন্মৰ দায়িত্ব - দীপামণি কোচ ভৰালী, বৰপথাৰ, গোলাঘাট
৫) কবিতা কুঞ্জ :
-
নতুন দিনৰ সংকল্প - সদানন্দ গগৈ, মুম্বাই
-
বিহুৰ লিমাৰিক - যোগানন্দ মহন্ত, গুৱাহাটী
-
সাহসৰ উৰণ- অঞ্জু জয়ছোৱাল,কান্দিভেলী, মুম্বাই
-
তুমি আছানো ক’ত - কৰবী আচাৰ্য্য, মুম্বাই
৬) গল্পৰ শৰাই :
-
অৱদমিত ইচ্ছা - নীপা দুৱৰা, গুৱাহাটী
-
বিবলুৰ সুদিন - নিৰু দত্ত, নিশান্ত নিবাস, সৰুপথাৰ
-
সমিধান - চেমিমা হুছেইন, ছয়মাইল, গুৱাহাটী
৭) গ্ৰন্থ পৰিচয় :
-
নাংফা -চয়নিকা শৰ্মা, চন্দমাৰী, গুৱাহাটী
-
বিগলিত কৰুণা জাহ্নবী যমুনা - মন্দিতা শৰ্মা, গুৱাহাটী
৮) অনুবাদ সাহিত্য :
-
এটা কুকুৰ আৰু ঘৰচিৰিকা চৰাই: পবিত্ৰা বৰঘৰীয়া, মুম্বাই

*** ক'বলগীয়া দুআষাৰ ***
-
এইখিনিতে এটি ঘোষণা যে, আলোচনীখনৰ লেখাবোৰৰ বিষয়বস্তু ছাত্ৰ-ছাত্ৰীসকলৰ বা পাঠক সমাজৰ সহজে বোধগম্য কৰি তুলিবৰ বাবে ঠায়ে ঠায়ে ইণ্টাৰনেটত উপলব্ধ কিছুমান ফটো, ভিডিঅ’, উদ্ধৃতি আদি সূৰুযমুখীৰ পৃষ্ঠাত ব্যৱহাৰ কৰিব লগা হৈছে। তাৰবাবে আলোচনীখনৰ সম্পাদক ক্ষমাপ্ৰাৰ্থী।
-
আমাৰ যিসকল শিশু, ছাত্ৰ-ছাত্ৰী, লেখক-লেখিকা আৰু বিশিষ্ট ব্যক্তিয়ে 'সূৰুযমুখী'লৈ লেখা পঠিয়াইছে, সম্পাদনা মণ্ডলীৰ হৈ তেখেতসকললৈ আৰু সন্মানীয় সহৃদয় পাঠকসমাজ সহ সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰা হৈছে।
-
সূৰুযমুখী আলোচনীখন সম্পাদনা কৰোঁতে অনিচ্ছাকৃতভাবে হয়তো কিছু ভুল-ত্ৰুটি ৰৈ যাব পাৰে, গতিকে এইক্ষেত্ৰত আমি সকলোৰে গঠনমূলক দিহা-পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিলোঁ।
সকলোলৈকে অসমীয়া নতুন বছৰৰ শুভেচ্ছা
আৰু
ৰঙালী বিহুৰ ওলগ জনালোঁ।
********
****

'সূৰুযমুখী' লৈ লেখা পঠাবৰ বাবে আহ্বান
ৰাইজৰ আশীৰ্বাদ শিৰত লৈ, ২০২৪ চনৰ ১৪ জুলাইৰ দিনা পঢ়ুৱৈৰ মাজলৈ ভুমুকি মাৰা 'সূৰুযমুখী' য়ে সগৌৰৱে এবছৰ সম্পূৰ্ণ কৰি দ্বিতীয় বছৰৰ চতুৰ্থ সংখ্যাটি প্ৰকাশৰ বাবে আগবাঢ়িছে। আশা ও কামনা কৰোঁ 'সূৰুযমুখী' য়ে ভৱিষ্যতেও সদায়ে যেন আপোনালোকৰ আশিস-ধন্য হৈ থাকে।
আপোনালোকক জনাওঁ যে, তৃতীয় বৰ্ষৰ, প্ৰথম সংখ্যাৰ 'সূৰুযমুখী' জুলাই - ২০২৬ ৰ প্ৰথম সপ্তাহত প্ৰকাশ কৰা হ'ব। সেয়ে সকলোলৈকে অনুৰোধ, আপোনালোকে যেন জুন - ২০২৬ ৰ ১৫ তাৰিখৰ ভিতৰত আমাৰ ই-মেইল: surajmukhi.blog@gmail.com
অথবা 'লেখাপেটাৰি' লৈ গৈ নিজৰ নাম, ঠিকনা, ফোন নম্বৰ আদি লিখি Message বাকচত লেখাসমূহ পঠাই সংখ্যাটি সময়মতে প্ৰকাশত সহায় কৰে। সকলো লেখক-লেখিকালৈ অনুৰোধ, লেখাৰ লগতে যেন নিজৰ পাছপ’ৰ্ট আকাৰৰ ফটো এখন ই-মেইলযোগে নাইবা ৱাটচ্অপ যোগে পঠায়।
অভিভাৱক সকললৈ অনুৰোধ, আপোনালোকে যেন নিজৰ সন্তানৰ লগতে আমাৰ নৱ-প্ৰজন্মৰ সকলোকে 'সূৰুযমুখী' লৈ লেখা পঠাবলৈ আৰু নিয়মিতভাৱে পঢ়িবলৈ উৎসাহিত কৰে। জাতিৰ ভৱিষ্যত আমাৰ নৱ-প্ৰজন্মৰ লগেলগে থাকি, তেওঁলোকৰ বিচাৰ বুদ্ধিবোৰ যুক্তি সঙ্গত ভাৱে দিহা লগাই, তেওঁলোকৰ উৎকৰ্ষ সাধনত সহায় কৰাই হৈছে 'সূৰুযমুখী' প্ৰকাশৰ মুখ্য উদ্দেশ্য।
সম্পাদক - সূৰুযমুখী
ই-মেইল: surajmukhi.blog@gmail.com
ফোন: ৯৪২৮৩৩০৮০০
‘সূৰুযমুখী' প্ৰকাশৰ নিয়মাৱলী:
-
আলোচনীখন বিশেষকৈ শিশু আৰু কিশোৰ-কিশোৰীসকলক মুখ্য কৰি প্ৰকাশ কৰিবলৈ লোৱা হৈছে। গতিকে ইয়ালৈ পঠোৱা লেখাসমূহ প্ৰধানকৈ ভাষা-সাহিত্য, কলা-সংস্কৃতি, জ্ঞান-বিজ্ঞান, শিক্ষা, স্বাস্থ্য, ক্ৰীড়া আদিৰ লগত জড়িত হোৱা বাঞ্ছনীয়।
-
লেখাসমূহ স্ব-ৰচিত, গঠনমূলক আৰু সংক্ষিপ্ত হোৱা বাঞ্ছনীয়। জাতি, ধৰ্ম, ৰাজনীতি আদি বিষয়ক বিতৰ্কমূলক লেখা প্ৰকাশ কৰা নহয়।
-
লেখা অন্য ভাষাৰ পৰা অনুবাদ কৰা হ'লে, মূল লিখকৰ নাম, ঠিকনা আদি উল্লেখ কৰাটো অত্যন্ত জৰুৰী।
-
আন আলোচনী বা কিতাপত ইতিমধ্যে প্ৰকাশ হোৱা লেখা 'সূৰুযমুখী' লৈ নপঠাবলৈ অনুৰোধ কৰা হ'ল।
-
কোনোবাই আনৰ লেখা নিজৰ নামত প্ৰকাশৰ বাবে 'সূৰুযমুখী' লৈ পঠালে, তাৰবাবে পঠোৱাজনহে জবাবদিহি হ'ব; আলোচনীখনৰ সম্পাদক বা প্ৰকাশকমণ্ডলী দায়ী নহয়।
-
আমালৈ অহা কিছুমান লেখা, ঠাইৰ অভাৱত পিছৰ মাহলৈ ৰাখিব লগা হ'ব পাৰে নাইবা প্ৰকাশ কৰিব পৰা নহ'বও পাৰে। সেইয়া লিখক-লিখিকাসকলক জনোৱাটো সম্ভৱ নহ'ব পাৰে। তাৰবাবে ক্ষমা প্ৰাৰ্থনীয়।
সম্পাদক - সূৰুযমুখী
ই-মেইল: surajmukhi.blog@gmail.com
ফোন: ৯৪২৮৩৩০৮০০
লেখাপেটাৰি
সোঁফালে থকা 'Message' বাকচত 'সূৰুযমুখী'লৈ লেখা পঠাব পাৰিব। আপোনাৰ নাম-ঠিকনা, ই-মেইল আৰু ফোন নম্বৰ লিখে যেন।
ফোন : 9428330800















