top of page
Search


সম্পাদকৰ মেজৰ পৰা ......
সম্পাদকীয় – দ্বিতীয় বৰ্ষ, চতুৰ্থ সংখ্যা সৰ্বপ্ৰথমে ‘সূৰুযমুখী’ৰ সমূহ পাঠক-পাঠিকা, লেখক- লেখিকা, সদস্য তথা অসমবাসীলৈ আগন্তুক অসমীয়া নতুন বছৰৰ শুভেচ্ছা আৰু ৰঙালী বিহুৰ ওলগ জনাইছোঁ। বছৰৰ মাহবোৰ বাগৰি ক্ৰমে ফাগুন-চ'ত পাৰ হৈ বহাগ মাহলৈ সলনি হোৱা প্ৰকৃতিৰ লক্ষণসমূহ পৰিস্ফুট হৈ অহাৰ লগে লগে প্ৰকৃতিৰ সৈতে গভীৰ সম্পৰ্ক ৰখা আৰু আনুভৱিক প্ৰতিজন অসমীয়াৰ মনলৈ আনন্দ-উল্লাসৰ ভাৱ এটা আপোনা-আপুনি আহি পৰেহি। ফাগুনৰ শুকান বতাহত লঠঙা হোৱা গছ-গছনি আৰু বন-বিৰিখবোৰ লাহে লাহে জীপাল কৰি আনি অংক

পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
2 days ago4 min read


সূচীপত্ৰ : এপ্ৰিল-২০২৬
১ ) সম্পাদকীয়ঃ পবিত্ৰা বৰঘৰীয়া, মুম্বাই 2) অকণিৰ পৃথিৱী (কেৱল অকণিহঁতৰ বাবে): অকণিৰ ছবিঃ · তৃষা দাস, দশম মান, প্ৰাগজ্যোতিষ আ:বিদ্যালয়,পাঞ্জাবাৰী, গুৱাহাটী · আতিক্সা আৰ্ভি বৰা, ষষ্ঠ শ্ৰেণী, মাৰ্ভেল মাইণ্ড একাডেমী, সৰুপথাৰ · শুভ্ৰনীল সোণোৱাল, কে.জি শ্ৰেণী, ছল্ট ব্ৰুক স্কুল, ডিব্ৰুগড় · স্নিগ্ধা পাল, অষ্টম শ্ৰেণী, ব’লসিং মেম’ৰিয়েল স্কুল, বৰপথাৰ, গোলাঘাট · জ্ঞানদ্বীপ গগৈ, ষষ্ঠ শ্ৰেণী, শংকৰদেৱ শিশু নিকেতন, চিলনীজান, কাৰ্বি আংলং · জিজ্ঞাসা স

পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
2 days ago2 min read


জিকিবলৈ হাৰিব লাগে
চয়নিকা শৰ্মা, কৃষ্ণনগৰ, চান্দমাৰী, গুৱাহাটী টুলটুল থাকে মাক-দেউতাকৰ লগত হায়দৰাবাদৰ কোন্দাপোড় নামৰ অঞ্চলটোত। কোন্দাপোড়ৰ "সৰোজ পাৰ্কলেন" ত কমেও চাৰিশটামান পৰিয়াল থাকে আৰু তাৰে বেছিভাগে আমেৰিকান বা ইউৰোপীয় দেশৰ কোম্পানীত চাকৰি কৰে। তেনে এটা কোম্পানীত টুলটুলৰ মাক-দেউতাকেও চাকৰি কৰে। টুলটুল তেতিয়া মাথোঁ ন বছৰীয়া আছিল যেতিয়া তাক গুৱাহাটীৰ আইতাক-ককাকৰ ঘৰৰ পৰা হায়দৰাবাদলৈ লৈ আহিছিল। আইতাক-ককাককো সেইবাৰ লগতে লৈ আহিছিল মাক দেউতাকে। আহিয়েই গুৱাহাটীতকৈ সম্পূৰ্ণ বেলেগ এ

চয়নিকা শৰ্মা, কৃষ্ণনগৰ, চান্দমাৰী, গুৱাহাটী
2 days ago5 min read


অকণিৰ ছবি
অংকন : আতিক্সা আৰ্ভি বৰা, ষষ্ঠ শ্ৰেণী, মাৰ্ভেল মাইণ্ড একাডেমী, সৰুপথাৰ, গোলাঘাট

আতিক্সা আৰ্ভি বৰা,মাৰ্ভেল মাঃএকাডেমী,সৰুপথাৰ
5 days ago1 min read


নতুন দিনৰ সংকল্প….
সদানন্দ গগৈ, মুম্বাই লুইতৰ পাৰত কঁপে কপৌ ফুলৰ কলি, ব’হাগৰ চোতালত উদুলি-মুদুলি বিহুৰে বতৰত আজি সলনি হ'ব খুজিছে তোমাৰ পৃথিৱী অসমৰ প্ৰিয় নৱ প্ৰজন্ম দিয়া তুমি সঁহাৰি, তোমাৰ হাতেৰেই গঢ়িব লাগিব অসমী আইৰ নতুন ডায়েৰী। পৃথিৱী সলনি হৈছে বিজুলীৰ বেগত, নিজক গঢ়া তুমি নতুন আবেগৰ তৰংগত। কেৱল কিতাপৰ পাঠ নহয়, অংগ সঞ্চালন কৰিবা, সু-স্বাস্থ্যৰ অভ্যাসেৰে নিজক শক্তিশালী কৰি তুলিবা। প্ৰযুক্তিৰ কোবাল সোঁতত হেৰাই নাযাবা তুমি, সাৱটি ধৰা এই পবিত্ৰ চেনেহী জন্মভূমি। সকলো গুণত পাৰ্গত হোৱা, ধৰা নত

সদানন্দ গগৈ, মুম্বাই
5 days ago1 min read


বসন্ত
তৃষা দাস, দশম শ্ৰেণী, প্ৰাগজ্যোতিষ আদৰ্শ বিদ্যালয়, পাঞ্জাবাৰী, গুৱাহাটী বসন্ত আহিছে কুলিয়ে বিনাইছে গছেও সলাইছে পাত বৰষুণৰ পানী ছটিয়াই দিছে বসুমতী আইৰ কোলাত। প্ৰকৃতিৰ ৰাণী সঁজাল হৈ উঠিছে ফুলবোৰে দোলিছে হাঁহিত ভোমোৰা পখিলাই ফুলে ফুলে পৰি চুমা দিছে ফুলৰে পাহিত। বাদলৰ ধ্বনি শুনি কাচনমতী ময়ূৰে ধৰিছে পেখম বনত পাহাৰৰ জুৰিয়ে অমিয় সুৰেৰে মাতিছে হৰিণাক পলকত। নদীৰ পাৰত

তৃষা দাস, দশম মান, প্ৰাগজ্যোতিষ আদৰ্শ বিদ্যালয়,গুৱাহাটী
5 days ago1 min read


সূৰুযমুখীৰ পঢ়ুৱৈলৈ সাঁথৰ
সাঁথৰ * সাঁথৰ * সাঁথৰ ৰঙালী বিহুৰ শুভেচ্ছাৰে দিব্যাঞ্চ বৰা, প্ৰথম শ্ৰেণী, মাৰ্ভেল মাইণ্ড একাডেমী, সৰুপথাৰ ০০১ এটা মাছৰ দুখন ফিচা ডুব মাৰিলে হয় মিছা। ০০২ এখোজ দুখোজ যায় মূৰ দাঙি দাঙি চাই। ০০৩ মোৰ পেৰা খুলিব পাৰি কিন্তু জপাব নোৱাৰি। ০০৪ গাঁৱত আহে, নাৱত নাই সেইটো কি, ক'ব পাৰিবানে কোনোবাই? ০০৫ খাল বিল শুকাই গ'ল গছৰ আগত পানী ৰ'ল। সাঁথৰৰ উত্তৰঃ ১) নাও ২) বেজী ৩) কণী ৪) চন্দ্ৰবিন্দু ৫) নাৰিকল @@@@@@@@

দিব্যাঞ্চ বৰা,প্ৰথম মান,মাৰ্ভেল মাইণ্ড একাডেমী,সৰুপথাৰ
5 days ago1 min read


বিবলুৰ সুদিন
নিৰু দত্ত, নিশান্ত নিবাস ১নং পদুমনি, সৰুপথাৰ হাতীৰ জাক সাধাৰণতে মাইকী হাতীৰে গঠন হয়। ৰক্ষণাবেক্ষণৰ বাবে মখনা দুটামান থাকে। ডেকা মখনাই দলৰ নিয়ম শৃংখলা ভাঙিলে তাক দলৰ পৰা বাহিৰ কৰি দিয়ে। বিবলুৱে বাৰে বাৰে নিয়ম নমনা স্বভাৱটোৰ বাবে দলৰ হাৰাশাস্তি হৈছিল। কৃষ্ণ গোঁসায়েও এশৰ পাছত শাস্তি দিব লাগে বুলি কৈ গৈছে। গতিকে বিবলুৱে পাব লগা শাস্তি পালে। এতিয়া অনুতাপৰ অগ্নিত দহিছে। কলথোকা লৈ বিবলু অৰণ্যৰ গভীৰলৈ সোমাই গ'ল। সি আচৰিত হ'ল বৃহৎ সোনাৰুজোপাৰ তলত তাহাঁতৰ গোটে

নিৰু দত্ত, সৰুপথাৰ উ:মা: বিদ্যালয়,ৰসায়ন বিজ্ঞান বিভাগ
5 days ago2 min read


অকণিৰ ছবি
অংকন : জিজ্ঞাসা সোনোৱাল, সপ্তম মান, টেঙাখাট লিটল ষ্টাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডিব্ৰুগড়

জিজ্ঞাসা সোনোৱাল,সপ্তম মান,টেঙাখাট লি: ষ্টা:উ:মা: বিদ্যালয়,ডিব্ৰুগড়
5 days ago1 min read


হৰমুজ প্ৰণালী অৰ্থনীতিৰ এক ধমনী
স্বাস্তিকা তাঁতী, নৱম শ্ৰেণী, কেশৱচন্দ্ৰ হাজৰিকা মেমৰিয়েল স্কুল, সৰুপথাৰ দুহেজাৰ ছাব্বিছ চনৰ মার্চ মাহৰ পৰিস্থিতি অনুসৰি ইজৰাইল আৰু আমেৰিকাই ইৰাণৰ বিৰুদ্ধে এক সামৰিক অভিযান চলাই আছে মানে যুদ্ধ হৈ আছে। এমাহ অতিক্ৰম কৰাৰ পিছতো দেশকেইখনৰ মাজত আক্ৰমণ, প্ৰত্যাক্ৰমণ চলি আছে। ইজৰাইলে ইৰাণৰ পাৰমাণৱিক আৰু সামৰিক ঘাটিসমূহ লক্ষ্য কৰি চলোৱা আক্ৰমণত আমেৰিকাই ইজৰাইলক শক্তিশালী সমৰ্থন আগবঢ়াইছে। ইজৰাইলে ইৰাণৰ সামৰিক নেতা বৈজ্ঞানিকসকলক লক্ষ্য কৰি চলোৱা আক্ৰমণত বহুতো অসামৰিক লোকৰো মৃত্যু

স্বাস্তিকা তাঁতী,কেশৱ চঃ মেঃ স্কুল,সৰুপথাৰ
5 days ago2 min read


বিহুৰ লিমাৰিক
যোগানন্দ মহন্ত, গুৱাহাটী (০০১) 'অতিকৈয়ে চেনেহৰ মুগাৰে মহুৰা' তাকে গাই মইনাও হয়গৈ কহুৰা বিহু গায় কাহি কাহি নাচে পাচে হাঁহি হাঁহি পোন্ধ খুলি সৰি পৰে মইনা বপুৰা! (০০২) বিহু বুলি খোৱা হয় ঢেৰ পিঠা-পনা চিৰা নাখালে বেয়া লাগে দৈ ক্ৰীম সনা পেটে দিয়ে নিজে মাত নহয় বুলি দ গাঁত ফোঁচ কৰি মনে তেও মেলি থাকে ফনা। (০০৩) খাবলৈ বৰ ভাল নাৰিকলৰ লাৰু মন যেন শুই যায় পাই এটা গাৰু খোৱাৰ নাই হিচাপ পেটৰো শুনো বিলাপ খাই খাই কৈ থাকোঁ নাখাওঁ বুলি আৰু। (০০৪) বিহুতেই আহিছিল ফুৰিবলৈ ককা দাঢ়ি-চুলি পূৰ

যোগানন্দ মহন্ত, গুৱাহাটী
5 days ago1 min read


যুব প্ৰজন্মৰ দায়িত্ব - দীপামণি
দীপামণি কোচ ভৰালী বৰপথাৰ, গোলাঘাট অদম্য জীৱনীশক্তি আৰু প্ৰত্যাশাৰে পৰিপূৰ্ণ যুৱ প্ৰজন্ম একোটা জাতিৰ দীপ্তৰঞ্জন ভৱিষ্যতৰ প্ৰতিভূ। স্বাভাৱিকতেই যুৱ প্ৰজন্ম সমাজৰ এক নিৰ্ণায়ক অংশ। তেনে এক গুৰুত্বপূৰ্ণ অংশৰ কান্ধতে থাকে সামাজিক দায়বদ্ধতাৰ ভাৰখন। সাম্প্ৰতিক সময়খিনিত বিভিন্ন ক্ষেত্ৰৰ অস্থিৰতাই পৃথিৱীখনক অসমতুল কৰি তুলিছে। তাৰ মাজৰেই শিশুবোৰৰ জন্ম হৈছে আৰু ডাঙৰো হৈ আহিছে। ডাঙৰ হৈ তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। অথবা এইবোৰৰ মাজতেই জীৱনক আগুৱাই নিবলগীয়াও হৈছে। এইবোৰক

দীপামণি কোচ ভৰালী, বৰপথাৰ, গোলাঘাট
5 days ago2 min read


নৃত্যৰ অন্তৰালত….
চানিয়া স্নিগ্ধা মুকতাৰ, অষ্টম শ্ৰেণী যোৰহাট বাঘচোং ড'নবস্ক উ: মা: বিদ্যালয় নৃত্য কেবল এটা চখ নহয়, নৃত্য হৈছে এক আৱেগ যি আৱেগে প্ৰতিগৰাকী নৃত্যশিল্পীক জীৱনৰ অৰ্থ শিকায়। যি আৱেগে প্ৰতিগৰাকী নৃত্য শিল্পীক নিজৰ লগত লৈ ফুৰে। নৃত্য মানে কেৱল নাচ নহয়, নৃত্য মানে নিজক চিনি পোৱা, নিজক প্ৰকাশ কৰাৰ এক মাধ্যম৷ নৃত্য শিক্ষাই মানুহক ধৈৰ্য শিকায়, অনুভৱৰ দক্ষতা দিয়ে আৰু জীৱনত কষ্ট কৰিবলৈ প্ৰেৰণা দিয়ে। ঘুংগুযোৰৰ মাত শুনাৰ লগে লগেই অন্তৰত এক প্ৰকাশ কৰিব নোৱাৰা অনুভৱ হয়, এনে লাগে য

চানিয়া স্নিগ্ধা মুকতাৰ,বাঘচোং ড'নবস্ক উঃমাঃবিদ্যালয়,যোৰহাট
5 days ago2 min read


অৱদমিত ইচ্ছা
নীপা দুৱৰা, গুৱাহাটী এচাটি কহুঁৱা কোমল বতাহে সুৰভিৰ মুখখন ধুৱাই লৈ গল। তথাপিও ভালেমানদিনৰ পৰা চলি থকা মনৰ শংকাবোৰ আঁতৰি নগ’ল। সুৰভিৰ নিজৰ ওপৰতে সন্দেহ ওপজিল, তাই মানুহজনী বেছি সন্দিহান হৈ পৰা নাইতো? নহ’লে ইমান চিন্তা, ইমান সন্দেহ তাইৰ সহজ-সৰল মনটোত ক'ৰ পৰা থিতাপি ল'লেহি! সেই গোলাকাৰ ৰঙা বৰণৰ ভেলভেটৰ বাকচৰ ছবিয়ে তাইৰ মনত ইমান সন্দেহৰ জাল তৰিছে যে তাইৰ খাৱন-শোৱন সকলো সৰি নিছে। মনৰ মাজত অনবৰতে এটা কথাই ঘূৰ্ণীয়মান হৈ আছে – সেই ভেলভেটৰ বাকচৰ ভিতৰত বাৰু কি আছ? হয়তো তাত আছে বহু ট

নীপা দুৱৰা, গুৱাহাটী
5 days ago2 min read


অকণিৰ ছবি
গৰু বিহু অংকন : তৃষা দাস, দশম শ্ৰেণী, প্ৰাগজ্যোতিষ আদৰ্শ বিদ্যালয়, পাঞ্জাবাৰী, গুৱাহাটী

তৃষা দাস, দশম মান, প্ৰাগজ্যোতিষ আদৰ্শ বিদ্যালয়,গুৱাহাটী
5 days ago1 min read


সামাজিক দায়বদ্ধতা আৰু যুৱ প্ৰজন্ম
বিজিত কুমাৰ ভাগৱতী, লখিমী নগৰ, যোৰহাট সমাজ হৈছে মানুহৰ এক শৃঙ্খলাবদ্ধ গঠন। ব্যক্তিৰ সমষ্টিয়েই হ'ল সমাজ। সেয়েহে প্ৰতিজন ব্যক্তিৰেই নিজৰ সমাজখনৰ প্ৰতি কিছুমান কৰ্তব্য আৰু দায়িত্ব থাকে। একেলগে থাকি বাস কৰাৰ বাবে সমাজখনত শান্তি শৃঙ্খলা, সহানুভূতি আৰু আৰু উন্নতিৰ ধাৰা বজাই ৰাখিবলৈ সকলোৰে কিছুমান অৱধাৰিত দায়িত্ব থাকে। এই দায়িত্ব সমূহকেই সামাজিক দায়বদ্ধতা বুলি ক’ব পাৰি। সমাজৰ এক গুৰুত্বপূৰ্ণ শক্তিশালী অংশ হ'ল যুৱপ্ৰজন্ম। যুৱক-যুৱতী সকলৰ মাজত শক্তি, উদ্যম আৰু নব্য চিন্তাধাৰ

বিজিত কুমাৰ ভাগৱতী, যোৰহাট
5 days ago2 min read


মনৰ কথা
শাশ্বতী শৰ্মা, যোগ প্ৰশিক্ষক, মলিয়াগাঁও, ঢেকিয়াল, গোলাঘাট মৰমৰ অকণিহঁত, স্বাস্থ্যৰ কথা তোমালোক সকলোৱে নিশ্চয় জানা? স্বাস্থ্য ভালে ৰখাটো আমাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য। স্বাস্থ্য বুলিলে আমি কেৱল শাৰীৰিক স্বাস্থ্যকে বুজোঁ নহয়নে? ধৰা আমাৰ মগজু, চকু, কাণ, নাক, জিভা, হাত, ভৰি, পেট আদি। কিন্তু,আমাৰ যে আৰু এটা মূল স্বাস্থ্য আছে সেই বিষয়ে কেতিয়াবা শুনিছানে? ৰ'বা, ৰ'বা… তোমালোকেনো ক'ৰ পৰা শুনিবা! আচলতে এই স্বাস্থ্যৰ কথা আমি ডাঙৰসকলেই বৰ কমকৈ জানোঁ। তথাপি আজি হ'লে তোমালোকক মই তোমালোকে

শাশ্বতী শৰ্মা, যোগ প্ৰশিক্ষক,ঢেকিয়াল,গোলাঘাট
5 days ago2 min read


মে-ডাম-মে-ফি
মে-ডাম-মে-ফি পালন আতিক্সা আৰ্ভি বৰা, ষষ্ঠ শ্ৰেণী মাৰ্ভেল মাইণ্ড একাডেমী, সৰুপথাৰ মে-ডাম-মে-ফি তাই আহোম জনগোষ্ঠীৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ আৰু পৰম্পৰাগত উৎসৱ। প্ৰতি বছৰে একত্ৰিছ জানুৱাৰী তাৰিখে মে-ডাম-মে-ফি পালন কৰা হয় । আহোম ৰজা স্বৰ্গদেউ চাউলো চুকাফাৰ দিনত পোন প্ৰথমবাৰৰ বাবে চৰাইদেউত মে-ডাম-মে-ফি পালন কৰা হৈছিল। "মে" শব্দৰ অৰ্থ হ'ল পূজা অৰ্চনা বা নৈবেদ্য আগবঢ়োৱা। "ডাম" শব্দৰ অৰ্থ হ'ল মৃত পূৰ্বপুৰুষ বা উপৰি পুৰুষ। "ফি" শব্দৰ অৰ্থ হ'ল দেৱতা বা দেও। অৰ্থাৎ "মে-ডাম-ম

আতিক্সা আৰ্ভি বৰা,মাৰ্ভেল মাঃএকাডেমী,সৰুপথাৰ
5 days ago1 min read


বিহুনামত অসমীয়াৰ সমাজ জীৱন
ছৈয়দা আঞ্জুম আৰা হুছেইন, গুৱাহাটী সংস্কৃতি এটা জাতিৰ মূল পৰিচয়ৰ মাপকাঠি ৷ ঐতিহ্যমণ্ডিত সংস্কৃতি সম্পন্ন এটা জাতি বিশ্বদৰবাৰত বহুলভাৱে সমাদৃত ৷ সংস্কৃতিৰ বিভিন্ন উপাদানৰ ভিতৰত জাতীয় উৎসৱে এক শক্তিশালী ভূমিকা বহন কৰে ৷ আমাৰ অসমীয়াৰ জাতীয় উৎসৱ বিহু আজিৰ সময়ত সমগ্ৰ বিশ্বতে সমাদৃত বুলি ক’লেও নিশ্চয় বঢ়াই কোৱা নহ’ব ৷ অসমীয়াৰ জাতীয় উৎসৱ বিহুৰ মাজত নিহিত হৈ আছে আমাৰ জাত্যাভিমান আৰু স্বকীয় পৰিচয় ৷ প্ৰকৃতিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই বিহু প্ৰকৃততে কৃষিকেন্দ্ৰিক উৎসৱ ৷ অসমত বিহুৰ উৎপত

ছৈয়দা আঞ্জুম আৰা হুছেইন, গুৱাহাটী
5 days ago5 min read


অকণিৰ ছবি
অংকন : শুভ্ৰনীল সোণোৱাল, কে.জি শ্ৰেণী, ছল্ট ব্ৰুক স্কুল, ডিব্ৰুগড়

শুভ্ৰনীল সোণোৱাল, ছল্ট ব্ৰুক স্কুল,ডিব্ৰুগড়
5 days ago1 min read
bottom of page