top of page
Search


সম্পাদকীয় - জুলাই ২০২৬
সম্পাদক : সূৰুযমুখী নৱ-প্ৰজন্মলৈ উৎসৰ্গিত তিনিমহীয়া ডিজিটেল আলোচনী সূৰুযমুখী - জুলাই ২০২৬ সম্পাদকীয় চাওঁতে চাওঁতে আজি আমাৰ 'সূৰুযমুখী' নামৰ ডিজিটেল তিনিমহীয়া আলোচনীখনে দুবছৰ সম্পূৰ্ণ কৰি তিনি বছৰত ভৰি দিলেহি। ২০২৪ চনৰ, ১৪ জুলাইৰ সন্ধিয়া ন বজাত বহুতো সপোন আৰু আশা বুকুত বান্ধি 'সূৰুযমুখী'য়ে আপোনালোকৰ মাজলৈ উৎসাহেৰে প্ৰথমটো খোজ আগবঢ়াইছিল। আলোচনীখনৰ নাম ‘সূৰুযমুখী’ বাচনি কৰাৰ মূলতো উদ্দেশ্য নিহিত আছে…। সূৰুযমুখী কেৱল সৌন্দৰ্য আৰু পোহৰ পিয়াসী স্বভাৱৰ বাবেই যে সকলোৰে প্ৰিয় ক

পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
Jul 144 min read


সূৰুযমুখীৰ সম্পাদনা সমিতি
মুম্বাইৰ পৰা প্ৰকাশিত তিনিমহীয়া ডিজিটেল আলোচনী সূৰুযমুখী : জুলাই-২০২৬ সংখ্যা তৃতীয় বছৰ : প্ৰথম সংখ্যা সূৰুযমুখীৰ সম্পাদনা সমিতিৰ সবিশেষ উপদেষ্টা: শ্ৰীযুত প্ৰণবেন্দ্ৰ শৰ্মা, চান হ'জে, কালিফৰ্নিয়া শ্ৰীযুত যোগানন্দ মহন্ত, গুৱাহাটী শ্ৰীযুত আৰমান হাজৰিকা, নৱী মুম্বাই সম্পাদনা সমিতি: শ্ৰীমতী পবিত্ৰা বৰঘৰীয়া, নৱী মুম্বাই শ্ৰীযুতা দেৱীকা বৰপূজাৰী, চান্তাক্ৰুজ, মুম্বাই শ্ৰীমতী স্বপ্নাশ্ৰী শইকীয়া মেধি, বৰপথাৰ শ্ৰীমতী মন্দিতা শৰ্মা, গুৱাহাটী শ্ৰীযুত নৱজ্যোতি তামুলী, তিনিচুকীয়া

সূৰুযমুখী
Jul 141 min read


সূচীপত্ৰ : জুলাই-২০২৬
সূৰুযমুখী : তৃতীয় বছৰ, প্ৰথম সংখ্যা ১) সম্পাদকীয়: পবিত্ৰা বৰঘৰীয়া, নৱী মুম্বাই 2) অকণিৰ পৃথিৱী (কেৱল অকণিহঁতৰ বাবে): অকণিৰ ছবি: · আতিক্সা আৰ্ভি বৰা, ষষ্ঠ শ্ৰেণী, মাৰ্ভেল মাইণ্ড একাডেমী, সৰুপথাৰ · তৃষা দাস, দশম মান, প্ৰাগজ্যোতিষ আ:বিদ্যালয়,পাঞ্জাবাৰী, গুৱাহাটী · জাৰা হায়াট খান, চতুৰ্থ শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ · কৃয়াঞ্চ জালান, চতুৰ্থ শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ · অভিলাষা বৰা, চতুৰ্থ শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ ·

সম্পাদক, সূৰুযমুখী
Jul 142 min read


অকণিৰ ছবি
অংকন : আতিক্সা আৰ্ভি বৰা, সপ্তম শ্ৰেণী, মাৰ্ভেল মাইণ্ড একাডেমী, সৰুপথাৰ, গোলাঘাট

আতিক্সা আৰ্ভি বৰা,মাৰ্ভেল মাঃএকাডেমী,সৰুপথাৰ
Jul 141 min read


হাঁহিৰ থুনপাক
নীপা দুৱৰা, গুৱাহাটী "তোমাৰ নাম কি? "মোল (মোৰ) নাম লুবলু বৰুৱা (ৰুবলু বৰুৱা।" "তোমাৰ মাৰ নাম কি?" "মোল (মোৰ) মাল নাম লুমী বলুৱা (মোৰ মাৰ নাম ৰুমী বৰুৱা)।“ পাঁচ বছৰ বয়সলৈকে "ৰ" নুফুটা ৰুবলুক সকলোৱেই জোকায়। বেছিকৈ জোকালে সি গানৰ সুৰত চিঞৰি চিঞৰি কান্দে। মাকে বুজি পায় কোনটো গানৰ সুৰত সি কান্দিছে। তাৰ কথা-বতৰা, কাণ্ড-কাৰখানাই সকলোৰে হাঁহিৰ খোৰাক যোগায়। ৰুবলু স্কুললৈ যায় সিহঁতৰ ঘৰৰ ডাঙৰ ছাগলীটোৰ পিঠিত উঠি….। লগৰবিলাক ছাগলীৰ পিঠিত বহিবৰ বাবে ৰখি থাকে। কিন্তু ছাগলীটোও বৰ আচৰ

নীপা দুৱৰা, গুৱাহাটী
Jul 142 min read


সূৰুযমুখী
মন্দিতা শৰ্মা, গুৱাহাটী দুবছৰীয়া সপোনে আজি পোহৰৰ গান গায়, শিশুৰ হাঁহি, চেমনীয়াৰ প্ৰাণত নতুন আশা সিঁচি যায়। হেঁপাহৰ পৃষ্ঠাত ৰামধেনু আঁকি, থুপুক-থাপাক অকণি খোজ। জ্ঞানৰ জ্যোতিৰে বাট পোহৰাই, কল্পনাৰ সুৰত আশাৰ চিফুং। সূৰুযমুখী, তুমি প্ৰহৰী আলোকমুখী হৈ; শিশুৰ সপোন ফুলাবলৈ তুমিয়েই অনন্ত জ্যোতি হৈ। জ্ঞানৰ বাটত হাত ধৰি আশাৰ দীপ জ্বলোৱা, প্ৰতিটো কোমল হৃদয়ত নতুন পুৱাৰ গীত শিকোৱা। সূৰুযমুখী— আমাৰ মৰমৰ ঘৰ, আশা-সপোনে গঁথা জোনাকী কাৰেং পোহৰসন্ধানী। জন্মলগ্নৰ এই দ্বিতীয় ব

মন্দিতা শৰ্মা, গুৱাহাটী
Jul 141 min read


লাহৰী, অঘাইতং ছোৱালীজনী
ৰাধিকা দাস কলিতা, শান্তিনগৰ বশিষ্ঠ, গুৱাহাটী ধূলি-বালিৰে ৰং খেলা বয়সত মোৰ এজনী বান্ধৱী আছিল। তায়ে ময়ে একেখন বিদ্যালয়ত, একেটা শ্ৰেণীতে পঢ়িছিলোঁ। তাইৰ নাম আছিল লাহৰী। লাহৰী নামটোৰ দৰেই দেহাটো একেবাৰে 'লাহৰী-লুপুৰা' আছিল। স্বভাৱত একেবাৰে অঘাইত ল'ৰাৰ দৰে। ওচৰ-চুবুৰীয়া, আলহী-অতিথি আদিক নানান নগুৰ-নাগতি কৰি ফুৰিছিল। মূৰটো আছিল কূট-বুদ্ধিৰ মস্ত এটা ভঁৰাল। কেতিয়াবা নেতাৰ দৰে প্ৰশ্ন সুধি আনক ব্যতিব্যস্ত কৰি তুলিছিল আৰু কেতিয়াবা 'নেতাৱালা'ৰ দৰে উত্তৰ দিছিল। আমি দুজনী ন কি দহত স

ৰাধিকা দাস কলিতা, বশিষ্ঠ, গুৱাহাটী
Jul 147 min read


মজা মজা সাঁথৰ, কোনে দিব উত্তৰ ….
তানিষ্কা বৰা, তৃতীয় শ্ৰেণী বল’সিং মেম’ৰিয়েল স্কুল; বৰপথাৰ, গোলাঘাট ১) হাড় নাই, মূৰ নাই, বিয়াগোম চৰাই, সাত সাগৰ তেৰ নদী পাৰ হৈ যায় ৷ ২) হাত আছে, ভৰি নাই, মূৰ হ’লে কটা, আধা মানুহ গিলি খায় বুকুখন ফটা ৷ ৩) হাত নাই নখ আছে, ভৰি নাই খোজ কাঢ়ে, পিঠিৰ ওপৰত ঘৰ, তাই যায় বাটকুৰি বাই৷ ৪) হাত-ভৰি দুয়োটায়েই পোন, জন্মতে বাৰু বুঢ়া হৈ আহে কোন ? ৫) হেৰা বাপু ৰোৱাচোন, পিঠিৰে কোনে বাট বুলে মোক কৈ যোৱাচোন ? ৬) হেৰ’ লক্ষ্মণ ভাই, কি গুটিৰ বাকলি নাই ? ৭) ক্ষন্তেকতে পোন হয় ক্ষন্তেকতে পাক, কোৱাচোন এই

তানিষ্কা বৰা, তৃতীয় মান,বল’সিং মে: স্কুল, বৰপথাৰ
Jul 141 min read


ভয়েজাৰ-১: কণমানি মহাকাশযানখনৰ এক আশ্চৰ্যজনক কাহিনী
মার্কিন মহাকাশ গৱেষণা সংস্থা নাছা ই তৈয়াৰ কৰা ভয়েজাৰ ১ শ্ৰীমন্ত ভূঞা, জাৰ্মানী আজি আপোনালোকক এখন সৰু গাড়ীৰ সমান অকণমানি মহাকাশযান এখনৰ বিষয়ে ক’বলৈ ওলাইছোঁ, যি মহাকাশৰ আটাইতকৈ গভীৰ আৰু আন্ধাৰ অংশৰ মাজেৰে ৪৯ বছৰ ধৰি উৰি গৈ আছে। এই যানখন বহুত বছৰৰ আগতে, ১৯৭৭ চনৰ ৫ ছেপ্টেম্বৰত উৎক্ষেপণ কৰা হৈছিল। মার্কিন মহাকাশ গৱেষণা সংস্থা নাছা (NASA) ই তৈয়াৰ কৰা এই যানখন ফ্লোৰিডাৰ কেপ ক্যানাভেৰাল (Cape Canaveral, Florida) ৰ পৰা উৎক্ষেপণ কৰা হয়। এই উৎক্ষেপণৰ প্ৰকৃত উদ্দেশ্যে আছিল মাত্ৰ চ

শ্ৰীমন্ত ভূঞা, জাৰ্মানী
Jul 143 min read


লাক্পা শ্বেৰ্পা - এগৰাকী বিশ্ববিখ্যাত পর্বতাৰোহী
স্বাস্তিকা তাঁতী, নৱম শ্ৰেণী, কেশৱচন্দ্ৰ হা:মে: স্কুল, সৰুপথাৰ লাক্পা শ্বেৰ্পা নেপালৰ এগৰাকী বিশ্ববিখ্যাত পর্বতাৰোহী। ১৯৭৩ চনত নেপালৰ এখন দুৰ্গম পাহাৰীয়া গাঁৱত তেওঁৰ জন্ম হয়। লাক্পা এঘাৰজন ভাই-ভনীৰ মাজত নেপালৰ মাকালু নামৰ ঠাইত বহু আৰ্থিক অসুবিধা আৰু কষ্টৰ মাজত ডাঙৰ দীঘল হৈছিল। কিন্তু তেওঁ কেতিয়াও সাহস হেৰুৱা নাছিল। কঠোৰ পৰিশ্ৰম, ধৈৰ্য আৰু অদম্য মনোবলৰ ফলত তেওঁ পৰ্বতাৰোহনৰ জগতত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হয়। ২০০০ চনত লাক্পা শ্বেৰ্পাই প্ৰথমবাৰৰ বাবে পৃথিৱীৰ সৰ্

স্বাস্তিকা তাঁতী,কেশৱ চঃ মেঃ স্কুল,সৰুপথাৰ
Jul 141 min read


বিশেষভাৱে সক্ষম শিশু
মৰমৰ মইনাহঁত, আশাকৰোঁ সকলোটি কুশলে আছা । আজি তোমালোকৰ লগত বাধাগ্ৰস্ত শিশু বা বিশেষভাৱে সক্ষম শিশুসকলৰ কথা আলোচনা কৰিম দেই । প্ৰথমতে আমি কোনসকল শিশুক বাধাগ্ৰস্ত বা বিশেষ প্ৰয়োজন সম্পন্ন বা বিশেষভাৱে সক্ষম শিশু বুলি ক’ম বাৰু? বাধাগ্ৰস্ত বা বিশেষ প্ৰয়োজন সম্পন্ন বা বিশেষভাৱে সক্ষম শিশু বুলিলে আমি সেইজনক বুজিম যি জনৰ দীৰ্ঘকালীন শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু সংবেদনমূলক অসুবিধা আছে আৰু ফলস্বৰূপে তেওঁলোকে বিদ্যালয় বা সমাজৰ বিভিন্ন কাম-কাজত অংশগ্ৰহণ কৰিবলৈ যাওঁতে বিভিন্ন

লীনুমা গগৈ, তিনিচুকীয়া
Jul 142 min read


অকণিৰ ছবি
অংকন : জাৰা হায়াট খান, চতুৰ্থ শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ

জাৰা হায়াত খান, চতুৰ্থ মান,বল’সিং মে: স্কুল,বৰপথাৰ
Jul 141 min read


বিৰিখ হৈ জীয়াও আহক........
বিঃদ্ৰঃ - ছবিয়ে কথা কয় l বিশ্ব পাৰিপাৰ্শ্বিক দিৱস উপলক্ষে মোৰ কন্যা শ্ৰীমতী শ্ৰেয়াংশী আৰু মই ২০২৩ চনতে আঁহত গছৰ পুলি এটা ৰোপণ কৰিছিলোঁ। ঠাল-ঠেঙুলি মেলি লহপহকৈ বাঢ়ি অহা আঁহত গছজোপাৰ তিনিবছৰৰ পিছৰ বৰ্তমান ওপৰৰ ছবিখনৰ আলমত বিশ্ব পাৰিপাৰ্শ্বিক দিবস উপলক্ষে এই লেখাটো যুগুত কৰা হৈছে। চুমিন্দ্ৰ চৌধুৰী, নয়দা এবাৰ শাক্যমুনি ভগৱান বুদ্ধই সন্ধিয়াৰ প্ৰাৰ্থনাৰ অন্তত শিষ্যসকলক এডাল শাল গছৰ আত্মজ্ঞানৰ কাহিনী মন দি শুনিবলৈ ক'লে ৷ কেইবাশ বছৰ আগত কাশীৰাজ ব্ৰহ্মদত্তই এবাৰ এটা সুন্দৰ ৰাজপ্

চুমিন্দ্ৰ চৌধুৰী, নয়দা
Jul 143 min read


জনজীৱনত হাস্যৰস আৰু কৌতুকৰ প্ৰভাৱ
হাস্যৰস প্ৰকৃতিৰ এবিধ ডাঙৰ ঔষধ মন্দিতা শৰ্মা, গুৱাহাটী আমাৰ জনজীৱনত, বিশেষকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মনোবিকাশত হাস্যৰস আৰু কৌতুকৰ প্ৰভাৱ যথেষ্ট আছে। হাঁহি হৈছে হৃদয়ৰ ভাষা। হাঁহি মানুহৰ জীৱনৰ কেৱল আনন্দৰ বহিঃপ্ৰকাশ নহয়; ই মনৰ ক্লান্তি দূৰ কৰে, চিন্তাৰ দুৱাৰ মুকলি কৰে আৰু জীৱনৰ প্ৰতি নতুন আশাবাদৰ সঞ্চাৰ কৰে। ব্যস্ততা, প্ৰতিযোগিতা আৰু মানসিক চাপৰ এই আধুনিক যুগত হাঁহি এক অমূল্য মানসিক সম্পদ। অসমীয়া জনজীৱনত হাস্যৰস আৰু কৌতুকৰ এক সুদীৰ্ঘ সাংস্কৃতিক ঐতিহ্য বিদ্যমান, যিয়ে

মন্দিতা শৰ্মা, গুৱাহাটী
Jul 142 min read


অকণিৰ ছবি
অংকন : তৃষা দাস, দশম মান, প্ৰাগজ্যোতিষ আ:বিদ্যালয়,পাঞ্জাবাৰী, গুৱাহাটী

তৃষা দাস, দশম মান, প্ৰাগজ্যোতিষ আদৰ্শ বিদ্যালয়,গুৱাহাটী
Jul 141 min read


শহা আৰু কাছৰ কাহিনী
টিনা চ’ , চতুৰ্থ শ্ৰেণী বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ এখন অৰণ্যৰ দাঁতিৰ এটা পুখুৰীত এটা কাছ আৰু পুখুৰীৰ পাৰতে এটা শহাই বাস কৰিছিল ৷ গ্ৰীষ্ম কালৰ দুপৰীয়া এটাত কাছই গছ এজোপাৰ তলত শুই আছিল ৷ কাছক এনেদৰে শুই থকা দেখি শহাই মাত লগালে “ এলেহুৱা কাছ, তোমাৰ শোৱাৰ বাহিৰে আন কাম নাই নেকি? এলেহুৱা ক’ৰবাৰ!” কাছই ক’লে “তেনেকৈ নক’বাচোন, অলপ জিৰণিহে লৈছো” ৷ শহাই ক’লে, “এলেহুৱাক এলেহুৱা বুলি নকৈ কি বুলি ক’ব লাগে ৷ ঠিক আছে তুমি যদি এলেহুৱা নোহোৱা তেনে তোমাৰ আৰু মোৰ মাজত দৌৰ প্ৰতিযোগিতা এখন

টিনা চ’ , চতুৰ্থ শ্ৰেণী বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ
Jul 142 min read


শৈশৱৰ ধেমালি
ইৰা বৰঠাকুৰ, চাৰ্ভে অজন্তা পথ, গুৱাহাটী মাইনা আৰু মমী দুয়োটাই খেলি খেলি কথা পাতি আছে। মাইনাৰ সাত বছৰ, মমীৰ ৯ বছৰ। মাইনাই মমীক ক'লে, "অ' বা, শুনচোন, মায়ে কৈছে গৰম বন্ধত বোলে আমাক এইবাৰ উৰাজাহাজত উঠাই মুম্বাইত থকা মাহীৰ ঘৰলৈ ফুৰাবলৈ নিব। তোৰ যাবলৈ মন আছেনে? মোৰ কিন্তু অকনো যাবলৈ মন নাই পায়।" "কিয়? উৰাজাহাজত যাবলৈ মন নাই? আজিলৈকে দেখোন আমি উৰাজাহাজত উঠাই নাই । কেনেকৈ জানিলি নো উৰাজাহাজত উঠি ভাল লাগেনে, বেয়া লাগে। ভালহে লাগিব মুম্বাইৰ পৰা ঘূৰি আহি, আমি লগৰ বিলাকৰ আগত ক'ব

ইৰা বৰঠাকুৰ, চাৰ্ভে অজন্তা পথ, গুৱাহাটী
Jul 143 min read


যোগ - জীৱনৰ পদ্য
শাশ্বতী শৰ্মা, যোগ প্ৰশিক্ষক, ঢেকিয়াল, গোলাঘাট ৰাতিপুৱাতে শুই উঠি পাৰি ল'বা ঢাৰি-পাটী, কৰিম বুলি যোগ ব্যায়াম নাহে যাতে ৰোগ-ব্যাধি। সূৰ্য-নমস্কাৰ সদায় কৰিবা দেহ-মন থাকে ভালে, শৰীৰৰ জঠৰতা ভাঙি ল’লেহে আসনত মন বহে। পদ্মাসন, সুখাসন আছে আৰু বহু ধ্যানাসন, বৃক্ষাসনে মনোযোগ বঢ়াই স্থিৰ কৰে মন। বজ্ৰাসনত বহি তুমি কিছুসময় থাকা, আহাৰ গ্ৰহণৰ পাছতো এই আসন কৰিব পাৰা। আসনৰ লগে লগে প্ৰাণায়মো আছে ভস্ত্ৰিকা, ভ্ৰামৰীয়ে মন শান্ত কৰে, অনুলোম-বিলোম প্ৰাণায়মৰ ৰজা কৰিলে পাবা বৰ মজা। এলাহ আঁ

শাশ্বতী শৰ্মা, যোগ প্ৰশিক্ষক,ঢেকিয়াল,গোলাঘাট
Jul 141 min read


অকণিৰ ছবি
অংকন : ৰিয়ান দত্ত, তৃতীয় শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ

ৰিয়ান দত্ত,তৃতীয় শ্ৰেণী, বল’সিং মে: স্কুল,বৰপথাৰ
Jul 141 min read


অসমৰ প্ৰাণ জুবিন গাৰ্গ
আতিক্সা আৰ্ভি বৰা, সপ্তম শ্ৰেণী, মাৰ্ভেল মাইণ্ডচ একাডেমী, সৰুপথাৰ, গোলাঘাট পঁজাঘৰৰ সোণালী জলঙাৰে বিশ্বদৰ্শনৰ বিপুলাতয় দৃষ্টি, আকাশমুখী চেতনাৰে আৰু ঈশ্বৰ প্ৰদত্ত কণ্ঠেৰে মানৱতাৰ জয় গান গোৱা মহান শিল্পী অসমৰ প্ৰাণ জুবিন গাৰ্গ ৷ তেখেত আমাৰ হিয়াৰ আমঠু, অসমৰ হাৰ্টথ্ৰব, লুইত কণ্ঠ, হামিং সম্ৰাট ৷ তেখেত আছিল একেধাৰে কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ, অভিনেতা আৰু এজন মানৱদৰদী সমাজসেৱক ৷ ১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত তেওঁৰ জন্ম হৈছিল ৷ তেওঁৰ পিতৃৰ নাম ম

আতিক্সা আৰ্ভি বৰা,মাৰ্ভেল মাঃএকাডেমী,সৰুপথাৰ
Jul 142 min read
bottom of page