top of page
  • Black Facebook Icon
  • Black Instagram Icon

সূচীপত্ৰ : অক্টোবৰ-২০২৬

Writer: pabitraborgharia
pabitraborgharia
4 days ago
2 min read


সূচীপত্ৰ : অক্টোবৰ-২০২৬

সূৰুযমুখী : তৃতীয় বছৰ, দ্বিতীয় সংখ্যা


১) সম্পাদকীয়: পবিত্ৰা বৰঘৰীয়া, মুম্বাই 

2) অকণিৰ পৃথিৱী (কেৱল অকণিহঁতৰ বাবে): 

অকণিৰ ছবি:

  • আতিক্সা আৰ্ভি বৰা, সপ্তম শ্ৰেণী, মাৰ্ভেল মাইণ্ড একাডেমী, সৰুপথাৰ

  • স্নিগ্ধা পাল, অষ্টম শ্ৰেণী, ব’লসিং মেম’ৰিয়েল স্কুল, সৰুপথাৰ, গোলাঘাট

  • হিমাদ্ৰী ফুকন, সপ্তম শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল; সৰুপথাৰ, গোলাঘাট

  • আৰুশ শইকীয়া, পঞ্চম শ্ৰেণী. কাৰ্মেল স্কুল, যোৰহাট

  • অভিলাষা বৰা, চতুৰ্থ শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল; সৰুপথাৰ গোলাঘাট

  • অংশুমান চেতিয়া, সপ্তম শ্ৰেণী, ডি.পি.এস. নাজিৰা, শিৱসাগৰ জিলা

  • শ্ৰদ্ধা শ্ৰেষ্ঠ, দ্বিতীয় শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল; সৰুপথাৰ, গোলাঘাট

  • শুভ্ৰনীল সোণোৱাল, প্ৰথম শ্ৰেণী, ছল্ট ব্ৰুক স্কুল, ডিব্ৰুগড়

  • আয়াংশ ৰাজ গাৰ্গ, দ্বিতীয় শ্ৰেণী, ছেইণ্ট জেভিয়াৰ্চ কলেজিয়েট স্কুল, কলকাতা

  • চানভিকা প্ৰিয়ম বৰা, দ্বিতীয় শ্ৰেণী, ডনবস্ক’ চিনিয়ৰ চেকেণ্ডেৰী স্কুল, দেৰগাঁও

  • কৃয়াঞ্চ জালান, চতুৰ্থ শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, সৰুপথাৰ, গোলাঘাট

 

অকণিৰ কবিতা:

 

  • ‘ মা ’  - হিমাদ্ৰী ফুকন, সপ্তম শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল; সৰুপথাৰ, গোলাঘাট

 

অকণিৰ প্ৰবন্ধ/ অন্যান্য:

 

  • অসম আৰু বানপানী- আতিক্সা আৰ্ভি বৰা, সপ্তম শ্ৰেণী, মাৰ্ভেল মাইণ্ডচ একাডেমী, সৰুপথাৰ

 

৩) বিচিত্ৰা:


  • তাৰাণা আৰমান, চিয়াটল, ৱাচিংটন, আমেৰিকা যুক্তৰাষ্ট্ৰ দ্বাৰা অংকন কৰা ফটো

  • নৱীকা দুৱৰা লিভাৰম’ৰ, কেলিফৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ ই অংকন কৰা ফটো

  • নিয়ৰ, কুঁৱলী আৰু শৰৎ বন্দনা -নিৰু দত্ত, নিশান্ত নিবাস, সৰুপথাৰ

  • শাৰদ দুৰ্গাপূজা: শক্তিৰ আৰাধনাত জীৱনৰ উৎসৱ- মন্দিতা শৰ্মা, গুৱাহাটী

  • বিশেষভাৱে সক্ষম শিশুসকলৰ বাধাগ্ৰস্ততাৰ প্ৰকাৰ আৰু লক্ষণ সমূহ -লীনুমা গগৈ, তিনিচুকীয়া

  • শৰতৰে এটি সেমেকা ৰাতি- চয়নিকা ভূঞা, গাওঁ -বাৰভূঞা (চতিয়া), শোণিতপুৰ

 

৪) কবিতা কুঞ্জ: 

    ইংৰাজী বিভাগ :

  • An Elegy - Udeeta Borpujari, Jorhat

  • Life - Anju Jaiswal, Mumbai

  • Pedro’s Biography - Dr. Anju Saikia Bhattacarjee

  • Rain - Anju Jaiswal, Mumbai

   

অসমীয়া বিভাগ :

  • বানে ধোৱা সপোন -মন্দিতা শৰ্মা, গুৱাহাটী

  • পদ্য-ধেমালি - অৰূপ কুমাৰ দাস, বাৰাপেটা, বাক্সা

  • আহিনৰ অনুভৱ - নীলিমা বৰপূজাৰী, যোৰহাট

  • মনটো এটা গিয়েৰ বক্স - চুমিন্দ্ৰ চৌধুৰী, নয়ডা, উত্তৰ প্ৰদেশ

 

৫) গল্পৰ শৰাই:

  • মতাদৰ্শ আৰু মতভেদ -ইৰা বৰঠাকুৰ, গুৱাহাটী

  • কৈশোৰ - ৰাধিকা দাস কলিতা, গুৱাহাটী

  • অসুৰৰ দেশ - বিদিশা দত্ত, দুলীয়াজান

  • কৰ্মফল - বিজিত কুমাৰ ভাগৱতী, যোৰহাট

  • মইনা আৰু কুকুৰাৰ কথা -চয়নিকা শৰ্মা, কৃষ্ণনগৰ, চান্দমাৰী

  • মৰতৰ শেৱালি: সৰগৰ শোক- ৰাধিকা দাস কলিতা, গুৱাহাটী

  • লিটিকাই - নীপা দুৱৰা, গুৱাহাটী

 

৬)  গ্ৰন্থ সমালোচনা:

  • শ্ৰীযুতা গীতালি বৰাৰ 'বুদ্ধজায়া'- নিবেদিতা শৰ্মা, লখিমী নগৰ, যোৰহাট

 

 ৭) অনুবাদ সাহিত্য: 

  • ধনী আৰু দৰিদ্ৰ: এক বঙালী গল্পৰ ভাবানুবাদ: দেৱীকা বৰপূজাৰী, মুম্বাই

 

**********

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page