top of page
Search


কালপুৰুষ: অসমীয়া সাহিত্যৰ অনবদ্য সম্পদ
ড° অসমী গগৈ, নাজিৰা, অসম আমি সাহিত্যৰ তেনেই সাধাৰণ পাঠক, ৰসগ্ৰাহী পাঠকো হ'ব পৰা নাই। তথাপিও আমাৰ বিশ্বাস যে- দেশ কালৰ সীমা ভেদি যিখন গ্ৰন্থ বা যিটো লেখাই পাঠকৰ মন মগজুত খলকনি তুলিব পাৰে, সেই লেখাই সাৰ্থক লেখা। অৱশ্যে এইখিনিতে পাঠকৰ সোৱাদৰ কথা আহিব, কোনে কেনে ধৰণৰ ধাৰাৰ লেখা ভাল পায়! সৰুৰে পৰা কিতাপ পঢ়াৰ অভ্যাস এটা গঢ় লৈ উঠিছিল। য'তে যি পাইছিলোঁ গোগ্ৰাসে গিলিছিলোঁ। বহুত কিতাপ পঢ়ি গৈছিলোঁ আৰু পাহৰি গৈছিলোঁ। কিন্তু বহুত কিতাপৰ কাহিনীয়ে মনত ৰেখাপাত কৰি গৈছিল। তাৰে এখন কিতাপ

ড° অসমী গগৈ, নাজিৰা, অসম
Jan 92 min read


পিতৃৰ দৃষ্টিত জুবিন
নিবেদিতা শৰ্মা, যোৰহাট "পিতৃৰ দৃষ্টিত জুবিন" নামৰ ডিচেম্বৰ-২০১১ ত প্ৰকাশ পোৱা গ্ৰন্থখনৰ গ্ৰন্থকাৰ হৈছে জুবিনৰ দেউতাক শ্ৰীযুত কপিল ঠাকুৰ । প্ৰকাশক- ৰাজেন্দ্ৰ মোহন শৰ্মা, ডাঃ ৰবীন্দ্ৰ মোহন শৰ্মা, পানবজাৰ,গুৱাহাটী। কেইবা দশক জুৰি নীৰৱে সাহিত্য সাধনা কৰি অহা শ্ৰীযুত কপিল ঠাকুৰদেৱে কিতাপখনৰ পাতনিত শ্ৰদ্ধেয় পাঠক সমাজলৈ উদ্দেশ্যে কৰি লিখিছে…. "নিশ্চয় চিন্তাত পৰিলোঁ। ক'ৰ পৰা আৰম্ভ কৰিম? কেনেকৈ আৰম্ভ কৰিম? পিতৃয়ে পুত্ৰৰ জীৱনী লিখাৰ অভিনৱ কথা এই প্ৰথম শুনিলোঁ। পুত্ৰই পিতৃৰ গ্ৰন্থ উন্

নিবেদিতা শৰ্মা, যোৰহাট
Jan 94 min read


গ্ৰন্থ ৰ্পৰিচয় : “ শান্তনু তামূলীৰ শিশু-সাহিত্য ইত্যাদি “
নিবেদিতা শৰ্মা, যোৰহাট সম্পাদক: শ্ৰীযুত প্ৰশান্ত কুমাৰ মহন্ত। প্ৰথম প্ৰকাশ: ডিচেম্বৰ, ২০২২ ISBN : 978-81-959422-0-6 আঠজনীয়া সদস্যৰে গঠিত...

নিবেদিতা শৰ্মা, যোৰহাট
Jul 12, 20252 min read


গ্ৰন্থ পৰিচয়: 'Tooni The Elephant boy'
Astrid Bergman Sucksdorff Tooni The Elephant Boy স্মিতা ভাগৱতী, গুৱাহাটী ১৯৭৬ চন মানৰ কথা, মোৰ...

স্মিতা ভাগৱতী, গুৱাহাটী
Apr 6, 20251 min read


গ্ৰন্থঃ "আজৰি পৰৰ ছকুৰি সাঁথৰ"
আজিৰ "গ্ৰন্থ পৰিচয়" শিতানত এখন সুন্দৰ আমোদজনক গ্ৰন্থৰ বিষয়ে পৰিচয় কৰাবলৈ লৈ আহিছে গুৱাহাটী মণিকূট প্ৰকাশনৰ হৈ শ্ৰীযুতা অংশুমালা দেৱীয়ে...

অংশুমালা দেৱী, মণিকূট প্ৰকাশন, গুৱাহাটী
Sep 27, 20241 min read


গ্ৰন্থ পঠনঃ সাৰ্থক জীৱন গঢ়িবলৈ এক অনুপম অনুপ্ৰেৰণা
নিৰু দত্ত, সৰুপথাৰ উ:মা: বিদ্যালয়, বিষয় শিক্ষয়িত্ৰী,ৰসায়ন বিজ্ঞান,গোলাঘাট "জ্ঞানৰ সংৰক্ষণ, স্থায়ীকৰণ আৰু সঞ্চয়ৰ বাবে, কিতাপেই হৈছে...

নিৰু দত্ত, সৰুপথাৰ উ:মা: বিদ্যালয়,ৰসায়ন বিজ্ঞান বিভাগ
Jul 11, 20243 min read


গ্ৰন্থ পৰিচয়
ইয়াত "মণিকূট প্ৰকাশন"ৰ হৈ শ্ৰীযুতা অংশুমালা দেৱীয়ে মণিকূট প্ৰকাশনৰ পৰা সদ্য প্ৰকাশিত শিশু উপযোগী তিনিখন কিতাপৰ মূল বিষয়বস্তু আৰু লেখকৰ...

অংশুমালা দেৱী, মণিকূট প্ৰকাশন, গুৱাহাটী
Jul 11, 20242 min read
bottom of page

