top of page
Search


সোণালী পাখিৰ ৰাজহাঁহটো
(অনুবাদ গল্প) মূল গ্ৰন্থ: গ্ৰীম’চ ফেৰী টেলচ (Grimm’s Fairy Tales) গল্পৰ নাম : The Golden Goose অনুবাদক: পবিত্ৰা বৰঘৰীয়া, মুম্বাই বহু পুৰণি কালত এখন গাঁৱত এজন মানুহৰ তিনিজন পুত্ৰ আছিল। তেওঁলোক তিনিজনৰ ভিতৰত সৰু ল’ৰাজনক সকলোৱে বৰ তুচ্ছজ্ঞান কৰিছিল আৰু প্ৰতিটো কথাতেই তেওঁক এৰাই চলিবলৈ বিচাৰিছিল । সকলোৱে তেওঁক উপহাস কৰি মূৰ্খ (Dummling) বুলি মাতিছিল। পিছত “মূৰ্খ” নামটো মানুহৰ মুখে মুখে বাগৰি “মূৰুখ” হিচাপে জনাজাত হৈছিলগৈ। এবাৰ মানুহজনৰ ডাঙৰ পুত্ৰই কাঠ কাটিবলৈ বুলি হাবিলৈ যাব ব

পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
Jan 95 min read


হেনচেল আৰু গ্রেটেল
পবিত্ৰা বৰঘৰীয়া, মুম্বাই এসময়ত এখন অটব্য অৰণ্যৰ কাষত এজন দুখীয়া খৰিকটীয়াই পত্নী আৰু দুটা সন্তানৰ সৈতে বৰ কষ্টেৰে বসবাস কৰিছিল। তেওঁৰ ল'ৰাটোৰ নাম আছিল হেনচেল আৰু ছোৱালীজনীৰ গ্রেটেল। এবাৰ সেই ঠাইত ইমান খাদ্যৰ আকালে দেখা দিলে যে, খৰিকটীয়াই কোনোমতে পৰিয়ালটোৰ বাবে সামান্য আহাৰৰো যোগাৰ কৰিব নোৱৰা অৱস্থাৰ সৃষ্টি হ'ল। এনে অনাটনৰ মাজত তেওঁ, পত্নী আৰু ল'ৰা ছোৱালী দুটিৰে সৈতে কেনেকৈ জীয়াই থাকিব তাকে ভাবি চিন্তি উপায় নাপাই ৰাতি বিচনাত ইকাটি-সিকাটিকৈ থাকিও টোপনি নহাত হুমুনিয়াহ কাঢ়ি

পবিত্ৰা বৰঘৰীয়া, মুম্বাই
Oct 12, 202511 min read


এজন কৃষক আৰু চয়তান
মূলগ্ৰন্থ : “দ্য কম্প্লিট গ্ৰিমৰ সাধুকথা” ( The Complete Grimm’s Fairy Tales) লেখকৰ পৰিচয় : বিশ্ব বিখ্যাত লোককথা ৰচক...

পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
Jul 12, 20252 min read


সঞ্জীৱনী পানী
অনুবাদ গল্প পবিত্ৰা বৰঘৰীয়া, মুম্বাই এসময়ত এখন দেশত এজন ৰজা আছিল। এবাৰ তেওঁ এক গুৰুতৰ ৰোগৰ কৱলত পৰিছিল আৰু কোনোৱেই ভৱা নাছিল যে তেওঁ...

পবিত্ৰা বৰঘৰীয়া, সম্পাদক- সূৰুযমুখী, মুম্বাই
Apr 6, 20259 min read


বগা সাপটো (অনুবাদ গল্প)
সাধুটো 'গ্ৰিমৰ সাধুকথা'ৰ পৰা অনুবাদ কৰা হৈছে পবিত্ৰা বৰঘৰীয়া, মুম্বাই বহু বছৰ আগতে এখন দেশত নিজ গুণ গৰিমাৰে বিদ্বান ৰজা এজন বাস কৰিছিল।...

পবিত্ৰা বৰঘৰীয়া, সম্পাদক- সূৰুযমুখী, মুম্বাই
Jan 9, 20256 min read


কুকুৰনেছীয়া আৰু সাতটা ছাগলী পোৱালী
অনুবাদ: আৰমান হাজৰিকা নৱী মুম্বাই এসময়ত এখন হাবিত এজনী ছাগলী আৰু তাইৰ সাতোটা সৰু সৰু পোৱালি আছিল। সকলোবোৰ মাকে যেনেকৈ নিজৰ সন্তানক মৰম...

আৰমান হাজৰিকা, নৱী মুম্বাই
Sep 15, 20245 min read


অনূদিত গল্প ‘এখন নিষিদ্ধ দুৱাৰ’
(গ্ৰীমৰ সাধু (Grimm's Fairy Tales) ৰ 'Our Ladies Child' নামৰ গল্পটোৰ পৰা অনূদিত) অনুবাদক: আৰমান হাজৰিকা, নৱী মুম্বাই এখন হাবিত এজন...

অনুবাদক: আৰমান হাজৰিকা, নৱী মুম্বাই
Jul 9, 20245 min read
bottom of page

