top of page
Search


সম্পাদকৰ মেজৰ পৰা .....
সম্পাদকীয় : দ্বিতীয় বছৰ তৃতীয় সংখ্যাৰ সূৰুযমুখী সূৰুযমুখী : জানুৱাৰী-২০২৬ সংখ্যা দুহেজাৰ ছাবিশ চনৰ আৰম্ভণিতে আজি এইয়া জানুৱাৰী সংখ্যাৰ 'সূৰুযমুখী' ৰ সম্পাদকীয়টো লিখিবলৈ লৈ এক গভীৰ চিন্তাত পৰিছোঁ । সমগ্ৰ বিশ্বৰ প্ৰেক্ষাপটত আমি যদি বিগত বছৰটোৰ সময়চোৱাত আমাৰ পৃথিবীয়ে সন্মুখীন হোৱা ঘটনাপ্ৰৱাহলৈ লক্ষ্য ৰাখি মতামত ব্যক্ত কৰিবলৈ যাওঁ তেতিয়াহ'লে দেখোন অলপ নিৰাশাজনক ভাৱ এটাহে মনলৈ আহে। কিন্তু তাৰ মাজতো যোৱা বছৰটোত সংঘটিত হোৱা ভাল দিশবোৰো বিচাৰ বিশ্লেষণ কৰি, তাৰপৰা পৃথিৱীৰ জীৱকূলৰ ক

পবিত্ৰা বৰঘৰীয়া, সম্পাদক- সূৰুযমুখী, মুম্বাই
Jan 104 min read


সম্পাদকীয় - দ্বিতীয় বছৰ, দ্বিতীয় সংখ্যা
সম্পাদকৰ মেজৰ পৰা সূৰুযমুখীৰ সমূহ পাঠক সমাজলৈ আৰু কণ কণ মইনাসকলৰ পৰা আৰম্ভ কৰি সকলো বয়সৰ ছাত্ৰ-ছাত্ৰীলৈ শাৰদীয় শুভেচ্ছা জনালোঁ। আমাৰ সূৰুযমুখী আলোচনীখনৰ প্ৰথম প্ৰকাশৰে পৰা প্ৰায় প্ৰতিটো সংখ্যাতে আমি একোটা বিশেষ বিষয়বস্তু সামৰিবলৈ বা আলোচনাৰ মাজলৈ আনিবলৈ চেষ্টা কৰি আহিছোঁ, যাতে আমাৰ পাঠকসমাজে তথা নৱ-প্ৰজন্মই সেই বিষয়টোৰ বিষয়ে চিন্তা-চৰ্চা কৰিবলৈ অৱকাশ পায় আৰু লগতে বিষয়টোৰ বিষয়ে সঠিক তথ্য আদি সংগ্ৰহ কৰি অভিজ্ঞতা সঞ্চয় কৰিবলৈ সক্ষম হয়। কাৰণ তেনে অভিজ্ঞতা ভৱিষ্যতে তেওঁলোক

পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
Oct 13, 20256 min read


সূচীপত্ৰ :: সূৰুযমুখী ( দ্বিতীয় বছৰ, দ্বিতীয় সংখ্যা )
১ ) সম্পাদকীয়ঃ পবিত্ৰা বৰঘৰীয়া, মুম্বাই 2) অকণিৰ পৃথিৱী (কেৱল অকণিহঁতৰ বাবে ): অকণিৰ ছবি: · বৰেণ্য বিশ্ব বৰুৱা, চতুৰ্থ শ্ৰেণী, ডন বস্ক' উচ্চতৰ মাধ্যমিক বিদ্যালয়, লিচুবাৰী, যোৰহাট · বৈষ্ণৱী বৰা, পঞ্চম শ্ৰেণী, অমৃত ইন্টাৰনেশ্যনেল স্কুল, বৰপথাৰ, গোলাঘাট · আতিক্সা আৰ্ভি বৰা, ষষ্ঠ শ্ৰেণী, মাৰ্ভেল মাইণ্ড একাডেমী, সৰুপথাৰ, গোলাঘাট · জিজ্ঞাসা সোণোৱাল, ষষ্ঠ মান, টেঙাখাট লিটল ষ্টাৰ হায়াৰ চেকেণ্ডেৰী স্কুল, ডিব্ৰুগড় · ধৃতিষ্মান কাকতি, দ্বিতীয় শ্ৰেণী, ব'ল'সিং মেম'ৰি

পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
Oct 13, 20252 min read


সম্পাদকীয় - দ্বিতীয় বছৰ, প্ৰথম সংখ্যা
সম্পাদকৰ মেজৰ পৰা আজি আপোনালোকক জনাবলৈ পাই অতি সুখী হৈছোঁ যে আজি আমাৰ 'সূৰুযমুখী' য়ে এটা বছৰ কৃতকাৰ্যতাৰে সম্পূৰ্ণ কৰি দ্বিতীয় বছৰত ভৰি...

পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
Jul 13, 20256 min read


সূচীপত্ৰ: সূৰুযমুখী (প্ৰথম বছৰ, চতুৰ্থ সংখ্যা)
১ ) সম্পাদকীয়ঃ পবিত্ৰা বৰঘৰীয়া, মুম্বাই 2) অকণিৰ পৃথিৱী (কেৱল অকণিহঁতৰ বাবে ): ৰঙালীৰ ৰংভৰা খেল ধেমালি (প্ৰবন্ধ) : মেঘমল্লাৰ বৰা, দশম...

সূৰুযমুখী
Jul 10, 20252 min read


আদৰণি বসন্তলৈ
পুৱা বেলাতেই চঞ্চল ফাগুন তুমি ধূলি মেঘ বৰষুণে আৱৰিলা চৌপাশ, ৰাংধালী সোণাৰু কৃষ্ণচূড়া ৰাধাচূঢ়াৰ উজ্জ্বল পাপৰিৰ বেথাভৰা হাঁহিটিৰ ...

সূৰুযমুখী
Jul 10, 20251 min read


হিংসাক জয় কৰি অহিংসাৰ জয়যাত্ৰাৰ কামনাৰে……
সদা ব্যস্ত মুম্বাই মহানগৰীৰ অহৰহ চলি থকা যান্ত্ৰিক শব্দকো তল পেলাই, সেউজীয়া পাতৰ আঁৰ লৈ গছৰ ডালত বহি কুউ কুউকৈ মিঠা মাতটিৰে চৌদিশ কঁপাই...

সূৰুযমুখী
Jul 10, 20251 min read


সম্পাদকীয় – প্ৰথম বছৰ, চতুৰ্থ সংখ্যা
সৰুতে আমাৰ মনলৈ অলেখ প্ৰশ্ন আহিছিল। ফৰকাল বতৰত আমাৰ গাঁৱৰ বিশাল মুকলি পথাৰখন অতিক্ৰমী মহুৰামুখলৈ যাওঁতে, গছ-বিৰিখ নথকা মুকলি একেবাৰে পোন...

পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
Apr 6, 20255 min read


সম্পাদকীয় - প্ৰথম বছৰ, তৃতীয় সংখ্যা
সকলোলৈকে সাদৰ সম্ভাষণ 🙏🙏 সৰ্বপ্ৰথমেই আপোনালোকলৈ অনুৰোধ, ‘সূৰুযমুখী’ নামৰ বিনামূলীয়া এই ই-আলোচনীখন আপোনালোকে যেন যিমান পাৰে সিমানে আমাৰ...

পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
Jan 9, 20255 min read


সম্পাদকীয় – দ্বিতীয় সংখ্যা, অক্টোবৰ -২০২৪
চাওঁতে চাওঁতে বছৰৰ ন পানীয়ে কোমল কৰি ৰখা ধৰিত্ৰীক কৰ্ষণ কৰি কঠীয়া গজাই ন-ভূঁই ৰোৱা আহাৰৰ পথাৰখন ঠন ধৰি উঠিল। লাহে লাহে হালধীয়া...

পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
Sep 30, 20245 min read


সম্পাদকীয়- প্ৰথম সংখ্যা, জুলাই-২০২৪
পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী খাৰঘৰ, নবী মুম্বাই আজি মই 'সূৰুযমুখী'ৰ প্ৰস্তাৱনা সংখ্যাটোৰ সম্পাদকীয় কলমটো লিখিবলৈ লৈ এক প্ৰশান্তি...

পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
Jul 14, 20243 min read
bottom of page

