সূচীপত্ৰ: সূৰুযমুখী (প্ৰথম বছৰ, চতুৰ্থ সংখ্যা)
- সূৰুযমুখী
- Jul 10
- 2 min read

১) সম্পাদকীয়ঃ পবিত্ৰা বৰঘৰীয়া, মুম্বাই
2) অকণিৰ পৃথিৱী (কেৱল অকণিহঁতৰ বাবে):
ৰঙালীৰ ৰংভৰা খেল ধেমালি (প্ৰবন্ধ) : মেঘমল্লাৰ বৰা, দশম শ্রেণী, ব'লসিং মেম'ৰিয়েল স্কুল, বৰপথাৰ।
মানৱতা (কবিতা) : নাং ময়ূৰী বৰগোহাঁই, নৱম শ্ৰেণী,নাজিৰা জয়মতী উ: মা: বিদ্যালয়, মাদুৰি।
বিহু (প্ৰবন্ধ) : ফাৰহান কোৰেছি, চতুৰ্থ শ্ৰেণী, ব’লসিং মেম’ৰিয়েল স্কুল, বৰপথাৰ।
মুক্ত বিহংগ (কবিতা) : অনিস্কা ৰাজখোৱা, দশম মান, শংকৰদেৱ শিশু নিকেতন, বৰপথাৰ।
স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ ভূমিকা(প্ৰবন্ধ):কৃষ্টিপৰ্ণা কাকতি,সপ্তম শ্ৰেণী, বঃমেঃস্কুল, বৰপথাৰ।
ছবি অংকন : ঈষান দে, পঞ্চম শ্ৰেণী, কেশৱ চন্দ্ৰ হাজৰিকা মেম’ৰিয়েল স্কুল, বৰপথাৰ।
ছবি অংকন : তৰুণীমা চক্ৰৱৰ্তী, অষ্টম শ্ৰেণী, দয়ানন্দ বিদ্যা নিকেতন, কাৰ্বি আংলং, অসম
ছবি অংকন : প্ৰীতিশ প্ৰিয়ম বৰা, চতুৰ্থ শ্ৰেণী, ব’লসিং মেম’ৰিয়েল স্কুল, বৰপথাৰ।
ছবি অংকন : মনজিৎ সিং, প্ৰথম শ্ৰেণী, শংকৰদেৱ শিশু নিকেতন, বৰপথাৰ।
ছবি অংকন: স্নিগ্ধা পাল, সপ্তম শ্ৰেণী, ব’লসিং মেম’ৰিয়েল স্কুল, বৰপথাৰ।
ছবি অংকন : চানিয়া স্নিগ্ধা মুকতাৰ, ষষ্ঠ শ্ৰেণী, বাঘচোং ড'নবস্ক উ: মা: বিদ্যালয়, যোৰহাট।
ছবি অংকন: উদিত ৰাজ শইকীয়া, প্ৰথম শ্ৰেণী, ভি. কে. বিদ্যালয়, বোকাখাত।
ছবি অংকন : সংস্কৃতা শৰ্মা, তৃতীয় শ্ৰেণী, মাৰ্ভেল মাইণ্ড একাডেমী, গোলাঘাট
৩) বিদেশৰ কথাৰেঃ
বিভাৰ দেখাত কণটোমান, কিন্তু কাম কৰে হাতীৰ সমান : পবিত্ৰা বৰঘৰীয়া, মুম্বাই
৪) বিচিত্ৰাঃ
অহিংসা,বসন্ত ঋতু আৰু কিছু বিক্ষিপ্ত ব্যক্তিগত চিন্তা: প্ৰণবেন্দ্ৰ শৰ্মা, চান হ’জে, কালিফোৰ্নিয়া
সুখ আৰু প্ৰশান্তিৰ ছবি : দেৱীকা বৰপূজাৰী, মুম্বাই
ৰাজকুমাৰী খেইৰী : ড° অঞ্জু শইকীয়া ভট্টাচাৰ্য্য, মুম্বাই
মহান বিজ্ঞানীৰ পৰিচয় (২) : জয়শ্ৰী শইকীয়া, কল্পতৰু, যোৰহাট
হৃদয়ৰ যতন ঈৰ্ষা, কপটতা, হিংসা বৰ্জন : শিখা ৰাণী শৰ্মা, মিৰ্জা
ভূপেন হাজৰিকাদেৱলৈ শ্ৰদ্ধাঞ্জলি : বিনীতা মহন্ত, তৰাজান, যোৰহাট
জানিব লগা কিছু কথা : স্বপ্নাশ্ৰী এচ.মেধি, গোলাঘাট
৫) কবিতা কুঞ্জঃ
ৰাম আৰু ৰহিম : যোগানন্দ মহন্ত, গুৱাহাটী
উতলা ফাগুনৰ অলংকাৰ-সোণাৰু, শিমলু, মদাৰ পলাশ : মন্দিতা শৰ্মা, গুৱাহাটী
পণ : মোহন ভূঞা, চৌকিদিঙী, ডিব্ৰুগড়
অহিংসা : বৰ্ণালী হাজৰিকা, বিশ্বনাথ চাৰিআলি
প্ৰত্যাশিত প্ৰত্যুষ : কুইন শৰ্মা, শিলপুখুৰী, গুৱাহাটী
৬) গল্পৰ শৰাইঃ
আইধানৰ আৰ্জি : নিৰু দত্ত, সৰুপথাৰ
অস্তগামী সূৰুযৰ বিষাদৰ উচুপনি : বিজু ফুকন কলিতা, দুনী দৰং
টা কুঁৱাৰ জন্ম ৰহস্য : ৰেখা বৰকটকী, যোৰহাট
ধাৰাবাহিক গল্প:
মিকু আৰু হৰিণা পহুটো : জিণ্টী ৰাণী ডেকা
“কাৰাৰুদ্ধ এনিশা”-মই চুমচুমীয়ে কৈছোঁ : পবিত্ৰা বৰঘৰীয়া, মুম্বাই
৭) গ্ৰন্থ পৰিচয়
'Tooni The Elephant boy' -স্মিতা ভাগৱতী, গুৱাহাটী
৮) অনুবাদ সাহিত্য:
সঞ্জীৱনী পানী : পবিত্ৰা বৰঘৰীয়া, মুম্বাই
******************
Comments