top of page
Search


অকণিৰ ছবি
অংকন : আতিক্সা আৰ্ভি বৰা, সপ্তম শ্ৰেণী, মাৰ্ভেল মাইণ্ড একাডেমী, সৰুপথাৰ, গোলাঘাট

আতিক্সা আৰ্ভি বৰা,মাৰ্ভেল মাঃএকাডেমী,সৰুপথাৰ
Jul 141 min read


মজা মজা সাঁথৰ, কোনে দিব উত্তৰ ….
তানিষ্কা বৰা, তৃতীয় শ্ৰেণী বল’সিং মেম’ৰিয়েল স্কুল; বৰপথাৰ, গোলাঘাট ১) হাড় নাই, মূৰ নাই, বিয়াগোম চৰাই, সাত সাগৰ তেৰ নদী পাৰ হৈ যায় ৷ ২) হাত আছে, ভৰি নাই, মূৰ হ’লে কটা, আধা মানুহ গিলি খায় বুকুখন ফটা ৷ ৩) হাত নাই নখ আছে, ভৰি নাই খোজ কাঢ়ে, পিঠিৰ ওপৰত ঘৰ, তাই যায় বাটকুৰি বাই৷ ৪) হাত-ভৰি দুয়োটায়েই পোন, জন্মতে বাৰু বুঢ়া হৈ আহে কোন ? ৫) হেৰা বাপু ৰোৱাচোন, পিঠিৰে কোনে বাট বুলে মোক কৈ যোৱাচোন ? ৬) হেৰ’ লক্ষ্মণ ভাই, কি গুটিৰ বাকলি নাই ? ৭) ক্ষন্তেকতে পোন হয় ক্ষন্তেকতে পাক, কোৱাচোন এই

তানিষ্কা বৰা, তৃতীয় মান,বল’সিং মে: স্কুল, বৰপথাৰ
Jul 141 min read


লাক্পা শ্বেৰ্পা - এগৰাকী বিশ্ববিখ্যাত পর্বতাৰোহী
স্বাস্তিকা তাঁতী, নৱম শ্ৰেণী, কেশৱচন্দ্ৰ হা:মে: স্কুল, সৰুপথাৰ লাক্পা শ্বেৰ্পা নেপালৰ এগৰাকী বিশ্ববিখ্যাত পর্বতাৰোহী। ১৯৭৩ চনত নেপালৰ এখন দুৰ্গম পাহাৰীয়া গাঁৱত তেওঁৰ জন্ম হয়। লাক্পা এঘাৰজন ভাই-ভনীৰ মাজত নেপালৰ মাকালু নামৰ ঠাইত বহু আৰ্থিক অসুবিধা আৰু কষ্টৰ মাজত ডাঙৰ দীঘল হৈছিল। কিন্তু তেওঁ কেতিয়াও সাহস হেৰুৱা নাছিল। কঠোৰ পৰিশ্ৰম, ধৈৰ্য আৰু অদম্য মনোবলৰ ফলত তেওঁ পৰ্বতাৰোহনৰ জগতত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হয়। ২০০০ চনত লাক্পা শ্বেৰ্পাই প্ৰথমবাৰৰ বাবে পৃথিৱীৰ সৰ্

স্বাস্তিকা তাঁতী,কেশৱ চঃ মেঃ স্কুল,সৰুপথাৰ
Jul 141 min read


অকণিৰ ছবি
অংকন : জাৰা হায়াট খান, চতুৰ্থ শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ

জাৰা হায়াত খান, চতুৰ্থ মান,বল’সিং মে: স্কুল,বৰপথাৰ
Jul 141 min read


অকণিৰ ছবি
অংকন : তৃষা দাস, দশম মান, প্ৰাগজ্যোতিষ আ:বিদ্যালয়,পাঞ্জাবাৰী, গুৱাহাটী

তৃষা দাস, দশম মান, প্ৰাগজ্যোতিষ আদৰ্শ বিদ্যালয়,গুৱাহাটী
Jul 141 min read


শহা আৰু কাছৰ কাহিনী
টিনা চ’ , চতুৰ্থ শ্ৰেণী বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ এখন অৰণ্যৰ দাঁতিৰ এটা পুখুৰীত এটা কাছ আৰু পুখুৰীৰ পাৰতে এটা শহাই বাস কৰিছিল ৷ গ্ৰীষ্ম কালৰ দুপৰীয়া এটাত কাছই গছ এজোপাৰ তলত শুই আছিল ৷ কাছক এনেদৰে শুই থকা দেখি শহাই মাত লগালে “ এলেহুৱা কাছ, তোমাৰ শোৱাৰ বাহিৰে আন কাম নাই নেকি? এলেহুৱা ক’ৰবাৰ!” কাছই ক’লে “তেনেকৈ নক’বাচোন, অলপ জিৰণিহে লৈছো” ৷ শহাই ক’লে, “এলেহুৱাক এলেহুৱা বুলি নকৈ কি বুলি ক’ব লাগে ৷ ঠিক আছে তুমি যদি এলেহুৱা নোহোৱা তেনে তোমাৰ আৰু মোৰ মাজত দৌৰ প্ৰতিযোগিতা এখন

টিনা চ’ , চতুৰ্থ শ্ৰেণী বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ
Jul 142 min read


অকণিৰ ছবি
অংকন : ৰিয়ান দত্ত, তৃতীয় শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ

ৰিয়ান দত্ত,তৃতীয় শ্ৰেণী, বল’সিং মে: স্কুল,বৰপথাৰ
Jul 141 min read


অসমৰ প্ৰাণ জুবিন গাৰ্গ
আতিক্সা আৰ্ভি বৰা, সপ্তম শ্ৰেণী, মাৰ্ভেল মাইণ্ডচ একাডেমী, সৰুপথাৰ, গোলাঘাট পঁজাঘৰৰ সোণালী জলঙাৰে বিশ্বদৰ্শনৰ বিপুলাতয় দৃষ্টি, আকাশমুখী চেতনাৰে আৰু ঈশ্বৰ প্ৰদত্ত কণ্ঠেৰে মানৱতাৰ জয় গান গোৱা মহান শিল্পী অসমৰ প্ৰাণ জুবিন গাৰ্গ ৷ তেখেত আমাৰ হিয়াৰ আমঠু, অসমৰ হাৰ্টথ্ৰব, লুইত কণ্ঠ, হামিং সম্ৰাট ৷ তেখেত আছিল একেধাৰে কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ, অভিনেতা আৰু এজন মানৱদৰদী সমাজসেৱক ৷ ১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত তেওঁৰ জন্ম হৈছিল ৷ তেওঁৰ পিতৃৰ নাম ম

আতিক্সা আৰ্ভি বৰা,মাৰ্ভেল মাঃএকাডেমী,সৰুপথাৰ
Jul 142 min read


অকণিৰ ছবি
অংকন : উদিতৰাজ শইকীয়া, দ্বিতীয় শ্ৰেণী, বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়, বোকাখাট

উদিত ৰাজ শইকীয়া, ভিঃকেঃবিদ্যালয়,বোকাখাত
Jul 131 min read


অকণিৰ ছবি
অংকন : আয়াংশ ৰাজ গাৰ্গ, দ্বিতীয় শ্ৰেণী, ছেইণ্ট জেভিয়াৰ্চ কলেজিয়েট স্কুল, কলকাতা

আয়াংশ ৰাজ গাৰ্গ, সেণ্ট জেভিৰ্য়াস কলেজিয়েট স্কুল, কলকাতা
Jul 131 min read


অকণিৰ ছবি
অংকন : অভিলাষা বৰা, চতুৰ্থ শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ

অভিলাষা বৰা, চতুৰ্থ শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ
Jul 131 min read


অসমৰ কেইটিমান জনগোষ্ঠীয় উৎসৱ-পাৰ্বন
কৃষ্টিপৰ্ণা কাকতি, অষ্টম শ্ৰেণী বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ, গোলাঘাট অসম বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি ৷ ইয়াত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰে নিজস্ব সংস্কৃতি, পৰম্পৰা, আৰু চহকী লোক-উৎসৱ আছে ৷ এই উৎসৱ-পাৰ্বনসমূহৰ সৰহ সংখ্যকেই কৃষি, প্ৰকৃতি আৰু ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি বছৰৰ বিভিন্ন সময়ত উদযাপন কৰে ৷ এই উৎসৱসমূহৰ ভিতৰত বিহু সকলো জনগোষ্ঠীৰে উমৈহতীয়া উৎসৱ যদিও প্ৰতিটো জনগোষ্ঠীয়ে সুকীয়া জাতীয় উৎসৱ পালন কৰে ৷ জনগোষ্ঠী অনুসৰি অসমৰ প্ৰধান উৎসৱসমূহ তলত উল্লেখ কৰা হ’লঃ বড়ো

কৃষ্টিপৰ্ণা কাকতি,অষ্টম মান,ব’লসিং মে: স্কুল,বৰপথাৰ
Jul 133 min read


অকণিৰ ছবি
অংকন : কৃয়াঞ্চ জালান, চতুৰ্থ শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ

কৃয়াঞ্চ জালান, চতুৰ্থ মান, ব'ল'সিং মে: স্কুল,বৰপথাৰ
Jul 131 min read


মহৎ লোকসকলে কি কৈ গৈছে .....
পূৰ্ণাশা কাশ্যপ, অষ্টম শ্ৰেণী বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ, গোলাঘাট ১) মোৰ দুৱাৰ-খিৰিকি খুলি ৰাখিম যাতে বাহিৰৰ বতাহ সোমাব পাৰে ৷ কিন্তু সেই বতাহে যাতে মোক উৰুৱাই নিব নোৱাৰে, তাৰ বাবেও মই যত্ন ল’ম ৷ ..... মহাত্মা গান্ধী ৷ ২) যি নিজকে চিনি পায়, তেওঁ ভগৱানকো চিনি পায় ৷ ..... আব্দুল কালাম ৩) লিখা-পঢ়া শিকি কেৱল নিজে শিক্ষিত হ’লে নহ’ব ৷ নিজে পোৱা শিক্ষাৰ আদৰ্শ আনকো বিলাই দিব লাগিব ৷ ..... ছমাৰ ছেট মম ৷ ৪) নিজৰ কাৰ্যক প্ৰশংসা কৰি নিজৰ মহত্ত্ব প্ৰকাশ নকৰিবা ৷ .... মহাবীৰ

পূৰ্ণাশা কাশ্যপ,অষ্টম মান,বল’সিং মে: স্কুল,বৰপথাৰ
Jul 131 min read


ডোপামিন নিঃসৰণ আৰু ৰীল স্ক্ৰলিংৰ সম্পৰ্ক
মেঘমল্লাৰ বৰা, দ্বাদশ শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ ভূমিকা: আধুনিক ডিজিটেল যুগত স্মাৰ্টফোন আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে ৷ বিশেষকৈ সামাজিক মাধ্যমৰ ক্ষুদ্ৰ ভিডিঅ’ অৰ্থাৎ ৰীলে আমাৰ দৈনন্দিন জীৱনত এক বৃহৎ প্ৰভাৱ পেলাইছে ৷ ইনষ্টাগ্ৰাম, ইউ-টিউব চৰ্টচ্, ফেচবুক ৰীল আদি স্ক্ৰল কৰি আমি ঘন্টাৰ পিছত ঘন্টা ব্যস্ত হৈ থাকোঁ ৷ হয়তো আমি কেতিয়াবা ভাবোঁ, কেনেকৈ এই সৰু সৰু ভিডিঅ’বোৰে আমাক ইমান সময় ধৰি ব্যস্ত কৰি ৰাখে? ইয়াৰ মূলতে আছে আমাৰ মগজুৰ এক গুৰুত্বপূৰ্ণ ৰাসায়নিক…. ‘ডোপ

মেঘমল্লাৰ বৰা,দ্বাদশ শ্ৰেণী,বল’সিং মে: স্কুল, বৰপথাৰ
Jul 133 min read


অকণিৰ ছবি
অংকন : হৰ্ষিত পাল, চতুৰ্থ শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ

হৰ্ষিত পাল,চতুৰ্থ শ্ৰেণী, বল’সিং মে: স্কুল,বৰপথাৰ
Jul 131 min read


অকণিৰ ছবি
অংকন : বিনীত লিম্বু, চতুৰ্থ শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ

বিনীত লিম্বু, চতুৰ্থ শ্ৰেণী,বল’সিং মে: স্কুল,বৰপথাৰ
Jul 131 min read


হাস্যৰস প্ৰকৃতিৰ আটাইতকৈ ডাঙৰ ঔষধ
চানিয়া স্নিগ্ধা মুকতাৰ, অষ্টম শ্ৰেণী, যোৰহাট বাঘচোং ড'নবস্ক উ: মা: বিদ্যালয় হাস্যৰস হৈছে নৱৰসৰ মাজৰ এক অতি মহত্বপূৰ্ণ ৰস। ভাৰতীয় সাহিত্য, নাটক বা নৃত্য় আদিত মানুহৰ মনৰ মাজত জাগি উঠা ন’ টি প্রধান অনুভূতি বা ভাবকে নৱ ৰস বোলা হয়। এই ৰসসমূহ হৈছে : শৃঙ্গাৰ ৰস, হাস্য ৰস, কৰুণ ৰস, ৰৌদ্র ৰস, বীৰ ৰস, ভয়ানক ৰস, বীভৎস ৰস, অদ্ভুত ৰস আৰু শান্ত ৰস। হাস্যৰসে আমাক সাংস্কৃতিক দিশত বহুত সহায় কৰে। উদাহৰণ স্বৰূপে, নৃত্য! নৃত্য হৈছে নৱৰস প্ৰদৰ্শনীৰ এক সুন্দৰ আহিলা। যদিও নৃত্যত সকলো ধৰণৰ ৰ

চানিয়া স্নিগ্ধা মুকতাৰ,বাঘচোং ড'নবস্ক উঃমাঃবিদ্যালয়,যোৰহাট
Jul 132 min read


অকণিৰ ছবি
অংকন : প্ৰতীক সিংহ, চতুৰ্থ শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ

প্ৰতীক সিংহ,চতুৰ্থ শ্ৰেণী,বল’সিং মে: স্কুল,বৰপথাৰ
Jul 131 min read


অকণিৰ ছবি
অংকন : আতিক্সা আৰ্ভি বৰা, ষষ্ঠ শ্ৰেণী, মাৰ্ভেল মাইণ্ড একাডেমী, সৰুপথাৰ, গোলাঘাট

আতিক্সা আৰ্ভি বৰা,মাৰ্ভেল মাঃএকাডেমী,সৰুপথাৰ
Apr 121 min read
bottom of page