top of page
  • Black Facebook Icon
  • Black Instagram Icon

মা

Writer:  হিমদ্ৰী ফুকন,সপ্তম শ্ৰেণী,বল’সিং মে. স্কুল,সৰুপথাৰ
 হিমদ্ৰী ফুকন,সপ্তম শ্ৰেণী,বল’সিং মে. স্কুল,সৰুপথাৰ
5 days ago
1 min read

  

হিমদ্ৰী ফুকন, সপ্তম শ্ৰেণী

বল’সিং মেম’ৰিয়েল স্কুল, সৰুপথাৰ

 

মা, কবিতা এটা লিখো নে?

কিনো লিখিম মা.....!


চৌদিশে মৃত্যুৰ কিৰিলি,

প্ৰকৃতিও ৰুষ্ট মা, মানৱও দানৱ হ’ল মা,

পৃথিৱী আজি ৰুগ্ন হ’ল ৷


আমি কেনেখন পৃথিৱীত জন্মিলোঁ মা !

য’ত লাঞ্চিতা হয় নাৰী ....,

কন্যা শিশুৰ ৰক্তেৰে ৰঞ্জিত হয় দানৱৰ দুহাত ৷


মানৱে পাহৰিছে মানৱতাৰ মূল্যবোধ,

তথাপিও মা এমুঠিমান মানুহৰ বাবেই

আমি আজি পোহৰময় হৈ আছোঁ, মা!

 

***********

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page