top of page
Search


চুইজাৰলেণ্ডৰ জেনেভাৰ তিনি খুৰাৰ সেই বিখ্যাত চকীখন
মৰমৰ অকণিহঁত, ওপৰৰ চিত্ৰখনত তিনি খুৰাৰ চকীখন দেখি তোমালোকৰ মনত চাগৈ অনেক প্ৰশ্নৰ উদয় হৈছে নহয়নে? আজি তোমালোকক এই চকীখনৰ আঁৰৰ কিছু গুৰুত্বপূৰ্ণ কথাকে ক’বলৈ ওলাইছোঁ। যোৱা চেপ্তেম্বৰ-২০২৫ ত ইউৰোপ ভ্ৰমণ কৰিবলৈ যাওঁতে চুইজাৰলেণ্ডৰ জেনেভাৰ সংযুক্ত ৰাষ্ট্ৰ মানৱ অধিকাৰ পৰিষদ ( UNHRC : United Nations Human Rights Council বা পেলেচ অৱ নেচনছৰ ( Palais de Nation) ৰ মূল প্ৰৱেশদ্বাৰৰ ঠিক সমুখতে তিনি খুৰা বা খুটাৰ ওপৰত সন্তুলিত এই বিশাল চকীখন দেখি আমিও ইয়াৰ ইতিবৃত্ত জানিবলৈ যথেষ্ট কৌতূ

পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
Jan 93 min read


তুৰ্কীয় দেশৰ শিশু
তুৰস্ক দেশৰ মানচিত্ৰ দেৱীকা বৰপূজাৰী, মুম্বাই মইনা সকল, তোমালোকে বাৰু তুৰস্ক বা Turkey নামৰ দেশখনৰ নাম শুনিছা নে? এইখনেই পৃথিৱীৰ একমাত্ৰ দেশ, যিখন এছিয়া আৰু ইউৰোপৰ মাজতে অৱস্থিত! ইয়াত এখন সাগৰৰ দৰে বিশাল নৈ আছে - ব্লেক চি আৰু মাৰমাৰা বীচ্চৰ সিমনাত, যাক কোৱা হয় ব’চপ’ৰাচ প্ৰণালী (Bosporus Strait) বা সুঁতি। তুৰ্কীয় দেশখন যথেষ্ঠ ডাঙৰ, ইয়াৰ ৰাজধানী হৈছে আংকাৰা। পিছে বাণিজ্যিক ভাৱে আৰু আধুনিকতাৰ দিশত সকলোতকৈ আগবঢ়া ঠাইখন হৈছে - ইষ্টানবুল। তুৰ্কীখন বৰ ধুনীয়া - কেউদিশে নীলা

দেৱীকা বৰপূজাৰী, মুম্বাই
Oct 13, 20252 min read


দক্ষিণ কোৰিয়া ভ্ৰমণ আৰু জাতীয় জীৱনৰ ওপৰত কিছু অৱলোকন
উত্তৰ আৰু দক্ষিণ কোৰিয়াৰ মানচিত্ৰ চৈয়দ মীৰ মমতাজ হুছেইন, গুৱাহাটী প্ৰতিজন ব্যক্তিৰে নতুন ঠাই চোৱাৰ আৰু ফুৰাৰ হেপাঁহ থাকে ৷ এই হেপাঁহৰ আলমতে কেতিয়াবা আমি মানে আমাৰ পৰিয়ালৰ আটাইকেইজন সদস্যই লগলাগি বছৰেকত এবাৰ হ’লেও ভ্ৰমণৰ নামত বিভিন্ন ঠাইলৈ ওলাই যাওঁ ৷ এই ভ্ৰমণবোৰত দেশ আৰু বিদেশ - দুয়ো ঠাই অন্তভুৰ্ক্ত থাকে। দুহেজাৰ তেইশ চনৰ আৰম্ভণিতে, মানে জানুৱাৰী মাহত আমাৰ একমাত্ৰ ছোৱালী ফাজলীনৰ সুদূৰ দক্ষিণ কোৰিয়াৰ যুৱক জোনৰ লগত বিবাহ সম্পন্ন হৈ যায় ৷ বিয়াখন অসমৰ যোৰহাট চহৰত অনুষ্ঠিত হৈ

চৈয়দ মীৰ মমতাজ হুছেইন, গুৱাহাটী
Oct 13, 20254 min read


বেগী ৰেল দেখাৰ উত্তেজনা
হানয় ট্ৰেইন ষ্ট্ৰীটৰ সংকীৰ্ণ ৰেল লাইনেদি যোৱা চীন অভিমুখী ট্ৰেইন দেৱীকা বৰপূজাৰী, মুম্বাই ৰেল লাইন তোমালোক সকলোৱে দেখিছাই, কিন্তু...

দেৱীকা বৰপূজাৰী, মুম্বাই
Jul 12, 20252 min read


বিভাৰ দেখাত কণটোমান, কিন্তু কাম কৰে হাতীৰ সমান
আমেৰিকান বিভাৰ পবিত্ৰা বৰঘৰীয়া, মুম্বাই ফুৰিবলৈ আহি বৰ্তমান মই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছিয়াটলত থকা মোৰ জী-জোঁৱাইৰ ঘৰত আছোঁহি। ইয়ালৈ আহি...

পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
Apr 6, 20256 min read


পখীৰাজৰ সন্ধানত
Oscar: The Bird King ড° তাৰাণা আৰমান, চিয়াটল, আমেৰিকা যুক্তৰাষ্ট্ৰ নর্ডিক লোককাহিনী আৰু পৌৰাণিক বিশ্বাস অনুসৰি ’ট্রোলস’ (Trolls) হৈছে...

ড° তাৰাণা আৰমান, চিয়াটল, আমেৰিকা যুক্তৰাষ্ট্ৰ
Jan 9, 20253 min read


ভাৰতীয় গ্ৰীষ্মকাল
প্ৰণবেন্দ্ৰ শৰ্মা, চান হ'জে, কালিফোৰ্নিয়া 'ভাৰতীয় গ্ৰীষ্মকাল' মানে ইংৰাজীৰ 'ইণ্ডিয়ান চামাৰ', এই শব্দটোৰ লগত যুক্তৰাষ্ট্ৰলৈ অহাৰ আগতে...

প্ৰণবেন্দ্ৰ শৰ্মা, চান হ'জে, কালিফোৰ্নিয়া
Sep 27, 20243 min read


যুক্তৰাষ্ট্ৰত গ্ৰীষ্মবন্ধৰ সময়
প্ৰণবেন্দ্ৰ শৰ্মা, চান হ'জে, কালিফোৰ্নিয়া জুন ২১, ২০২৪ " মোক দিয়া এধানি ৰ’দৰ কিৰণ, দিয়া মোক এটুপি বৰষুণ।" অকণিহঁত, তোমালোকে এই গীতটো...

প্ৰণবেন্দ্ৰ শৰ্মা, চান হ'জে, কালিফোৰ্নিয়া
Jul 9, 20242 min read


‘ফ্লৰিডা ককা’ ৰ চিঠি
আমেৰিকাৰ শিক্ষা প্ৰণালী, প্ৰাথমিক শ্ৰেণীৰ পৰা উচ্চ মাধ্যমিক স্তৰলৈ ...

ফ্লৰিডা ককা, আমেৰিকা যুক্তৰাষ্ট্র
Jul 9, 20243 min read
bottom of page

