সূচীপত্ৰ : জুলাই-২০২৬


সূৰুযমুখী : তৃতীয় বছৰ, প্ৰথম সংখ্যা
১) সম্পাদকীয়: পবিত্ৰা বৰঘৰীয়া, নৱী মুম্বাই
2) অকণিৰ পৃথিৱী (কেৱল অকণিহঁতৰ বাবে):
অকণিৰ ছবি:
· আতিক্সা আৰ্ভি বৰা, ষষ্ঠ শ্ৰেণী, মাৰ্ভেল মাইণ্ড একাডেমী, সৰুপথাৰ
· তৃষা দাস, দশম মান, প্ৰাগজ্যোতিষ আ:বিদ্যালয়,পাঞ্জাবাৰী, গুৱাহাটী
· জাৰা হায়াট খান, চতুৰ্থ শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ
· কৃয়াঞ্চ জালান, চতুৰ্থ শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ
· অভিলাষা বৰা, চতুৰ্থ শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ
· বিনীত লিম্বু, চতুৰ্থ শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ
· আয়াংশ ৰাজ গাৰ্গ, দ্বিতীয় শ্ৰেণী, ছেইণ্ট জেভিয়াৰ্চ কলেজিয়েট স্কুল, কলকাতা
· প্ৰতীক সিংহ, চতুৰ্থ শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ
· হৰ্ষিত পাল, চতুৰ্থ শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ
· ৰিয়ান দত্ত, তৃতীয় শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ
· উদিতৰাজ শইকীয়া, দ্বিতীয় শ্ৰেণী, বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়, বোকাখাট ৷
অকণিৰ গল্প:
· শহা আৰু কাছৰ কাহিনী - টিনা চ’ , চতুৰ্থ শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ
অকণিৰ প্ৰবন্ধ/ অন্যান্য:
· অসমৰ কেইটিমান জনগোষ্ঠীয় উৎসৱ-পাৰ্বন - কৃষ্টিপৰ্ণা কাকতি, অষ্টম মান, বল’সিং মে: স্কুল, বৰপথাৰ
· অসমৰ প্ৰাণ জুবিন গাৰ্গ - আতিক্সা আৰ্ভি বৰা, সপ্তম শ্ৰেণী, মাৰ্ভেল মাইণ্ডচ একাডেমী, সৰুপথাৰ
· ডোপামিন নিঃসৰণ আৰু ৰীল স্ক্ৰলিংৰ মাজৰ সম্পৰ্ক - মেঘমল্লাৰ বৰা, দ্বাদশ শ্ৰেণী, বল’সিং মে: স্কুল, বৰপথাৰ
· মজা মজা সাঁথৰ, কোনে দিব উত্তৰ - তানিষ্কা বৰা, তৃতীয় শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল; বৰপথাৰ
· মহৎ লোকসকলে কি কৈ গৈছে - পূৰ্ণাশা কাশ্যপ, অষ্টম মান, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ
· লাক্পা শ্বেৰ্পা,এগৰাকী বিশ্ববিখ্যাত পর্বতাৰোহী - স্বাস্তিকা তাঁতী, নৱম মান, কেশৱচন্দ্ৰ হা:মে: স্কুল, সৰুপথাৰ
· হাস্যৰস প্ৰকৃতিৰ এবিধ ডাঙৰ ঔষধ - চানিয়া স্নিগ্ধা মুকতাৰ, অষ্টম শ্ৰেণী, যোৰহাট বাঘচোং ড'নবস্ক উ: মা: বিদ্যালয়
৩) বিদেশৰ কথাৰে:
· কণমানি মহাকাশযানখনৰ এক আশ্চৰ্যজনক কাহিনী - শ্ৰীমন্ত ভূঞা, জাৰ্মানী
৪) বিচিত্ৰা:
· অসমীয়া জনজীৱনত হাস্যৰস আৰু কৌতুকৰ প্ৰভাৱ - মন্দিতা শৰ্মা, গুৱাহাটী
· বিৰিখ হৈ জীয়াও আহক - সুমিন্দ্ৰ চৌধুৰী, নয়দা
· বিশেষভাৱে সক্ষম শিশু -লীনুমা গগৈ, তিনিচুকীয়া
· বাগৰি বাগৰি হাঁহো আহক - স্বপ্নাশ্ৰী শইকীয়া মেধি, বৰপথাৰ
৫) কবিতা কুঞ্জ:
· অঙ্ক বৰ জঙ্ক-পঙ্ক - যোগানন্দ মহন্ত, গুৱাহাটী
· শাওনৰ ছবি - হিৰণ ভূঞা, মুম্বাই
· মাছৰ চিকুণ মোৱা - প্ৰণবেন্দ্ৰ শৰ্মা, চান হ'জে, কালিফৰ্নিয়া
· যোগ জীৱনৰ পদ্য - শাশ্বতী শৰ্মা, ঢেকিয়াল, গোলাঘাট
· আমাৰ লাড্ডু - গৰিমা দাস, দক্ষিণপাট, নগাঁও
· সূৰুযমুখী - মন্দিতা শৰ্মা, গুৱাহাটী
· গৰমৰ বন্ধ - নিৰু দত্ত, নিশান্ত নিবাস, ১নং পদুমনি, সৰুপথাৰ
· বিষ্ণুৰাভাক আকৌ লাগে - বিজিত কুমাৰ ভাগৱতী, লখিমী নগৰ, যোৰহাট
· সকলো শিশুলৈ, মৰমৰে - নীলিমা বৰপূজাৰী, যোৰহাট
· বেদুইন - কৃষ্ণ কান্ত চাহু, নকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, উত্তৰ লখিমপুৰ
৬) গল্পৰ শৰাই:
· হাঁহিৰ থুনপাক - নীপা দুৱৰা, গুৱাহাটী
· লাহৰী, অঘাইতং ছোৱালীজনী- ৰাধিকা দাস কলিতা, বশিষ্ঠ, গুৱাহাটী
· শৈশৱৰ ধেমালি - ইৰা বৰঠাকুৰ, গুৱাহাটী
· ৫৫% নম্বৰ আৰু উদযাপন - দেৱীকা বৰপূজাৰী, মুম্বাই
· সমাজকৰ্মী - নৱজ্যোতি তামুলী, তিনিচুকীয়া, অসম
৭) গ্ৰন্থ সমালোচনা:
· সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য- নিবেদিতা শৰ্মা, লখিমী নগৰ, যোৰহাট
৮) অনুবাদ সাহিত্য:
· শিশুৰ প্ৰত্যাৱৰ্তন: মূল ৰচনা- কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ, অনুবাদ:পবিত্ৰা বৰঘৰীয়া, মুম্বাই
**********



Comments