top of page
  • Black Facebook Icon
  • Black Instagram Icon

সূচীপত্ৰ :: সূৰুযমুখী ( দ্বিতীয় বছৰ, দ্বিতীয় সংখ্যা )

  • Writer: পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
    পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
  • Oct 13
  • 2 min read

Updated: Oct 15

ree

) সম্পাদকীয়ঃ পবিত্ৰা বৰঘৰীয়া, মুম্বাই

2) অকণিৰ পৃথিৱী (কেৱল অকণিহঁতৰ বাবে ):

অকণিৰ ছবি:

·    বৰেণ্য বিশ্ব বৰুৱা, চতুৰ্থ শ্ৰেণী, ডন বস্ক' উচ্চতৰ মাধ্যমিক বিদ্যালয়, লিচুবাৰী, যোৰহাট

·    বৈষ্ণৱী বৰা, পঞ্চম শ্ৰেণী, অমৃত ইন্টাৰনেশ্যনেল স্কুল, বৰপথাৰ, গোলাঘাট

·    আতিক্সা আৰ্ভি বৰা, ষষ্ঠ শ্ৰেণী, মাৰ্ভেল মাইণ্ড একাডেমী, সৰুপথাৰ, গোলাঘাট

·    জিজ্ঞাসা সোণোৱাল, ষষ্ঠ মান, টেঙাখাট লিটল ষ্টাৰ হায়াৰ চেকেণ্ডেৰী স্কুল, ডিব্ৰুগড়

·    ধৃতিষ্মান কাকতি, দ্বিতীয় শ্ৰেণী, ব'ল'সিং মেম'ৰিয়েল স্কুল, বৰপথাৰ, গোলাঘাট

·    তৃষা দাস, দশম শ্ৰেণী, প্ৰাগজ্যোতিষ আদৰ্শ বিদ্যালয়, পাঞ্জাবাৰী, গুৱাহাটী

·    শুভ্ৰনীল সোণোৱাল, কে.জি শ্ৰেণী, ছল্ট ব্ৰুক স্কুল, ডিব্ৰুগড়

·    দিব্যাংশ কাৰ্কী, অষ্টম শ্ৰেণী, ব’লসিং মেম’ৰিয়েল স্কুল, বৰপথাৰ, গোলাঘাট

·    প্ৰীতিশ প্ৰিয়ম বৰা, চতুৰ্থ শ্ৰেণী, ব’লসিং মেম’ৰিয়েল স্কুল, বৰপথাৰ, গোলাঘাট

·    অংশুমান চেতিয়া, ষষ্ঠ শ্ৰেণী, দয়ানন্দ  বিদ্যা নিকেতন, সৰুপথাৰ, গোলাঘাট

·    ক্ৰিয়ান্স জালান, তৃতীয় মান, ব'ল'সিং মেম'ৰিয়েল স্কুল, বৰপথাৰ, গোলাঘাট

 

অকণিৰ কবিতা :

·      শিক্ষাই জীৱন- নীল নয়ন শৰ্মা, ষষ্ঠ শ্ৰেণী, নৰ্থ ইষ্ট পাব্লিক স্কুল, গুৱাহাটী

·      মুক্ত বিহংগ-তৃষা দাস, নৱম শ্ৰেণী, প্ৰাগজ্যোতিষ আদৰ্শ বিদ্যালয়, গুৱাহাটী

·      সুধাকণ্ঠ - নাং ময়ূৰী বৰগোহাঁই, দশম শ্ৰেণী, জয়মতী উ:মা: বিদ্যালয়, নাজিৰা

·      অশ্ৰু অঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জুবিন দালৈ - চানিয়া স্নিগ্ধা মুকতাৰ, যোৰহাট

 

অকণিৰ প্ৰবন্ধ :

·      আমাৰ জুবিন দা - ফাৰহান কুৰেছি, চতুৰ্থ মান, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ

·      প্লাষ্টিক প্ৰদূষণ- স্বস্তিকা তাঁতী, অষ্টম শ্ৰেণী, কেশৱ চন্দ্ৰ মে: স্কুল, সৰুপথাৰ, গোলাঘাট

 

৩) বিদেশৰ কথাৰেঃ  

·  দ:কোৰিয়া ভ্ৰমণ আৰু জাতীয় জীৱনৰ ওপৰত কিছু অৱলোকন-চৈয়দ মীৰ মমতাজ হুছেইন, গুৱাহাটী

·  তুৰ্কীয় দেশৰ শিশু - দেৱীকা বৰপূজাৰী, মুম্বাই

 

৪) বিচিত্ৰাঃ

·      উন্নয়নৰ অগ্ৰগতিৰ বিৰোধাভাস - ড° বিজিত তালুকদাৰ

·      মণি- কাঞ্চন সংযোগ – আৰমান হাজৰিকা, মুম্বাই

·      সুৰেৰে গাঁথি থোৱা সেই গতি : স্মৃতি তৰ্পণ জয়ন্ত হাজৰিকালৈ - জোনালী পাটোৱাৰী বৰা, গুৱাহাটী

·      পুৰুষ নে মহাপুৰুষ- ড° অঞ্জু শইকীয়া ভট্টাচাৰ্য্য, মুম্বাই

·      সংস্কৃতিৰ সাধক ড° ভূপেন হাজৰিকা - নিবেদিতা শৰ্মা, যোৰহাট

·      ঘৰখনেই শিশুৰ প্ৰথম শিক্ষানুষ্ঠান - ৰশ্মি ৰেখা পূজাৰী, গুৱাহাটী

·      অব্যক্ত অনুভৱ - তন্ময় কলিতা

·      জুবিনৰ ব্যক্তিত্ব : একক আৰু অনন্য - চেমিমা হুছেইন, গুৱাহাটী

·      স্ব-মহিমাৰে উজ্জ্বলি উঠা বিজ্ঞানী, উদ্ভাৱক উদ্ধৱ ভৰালী- স্বপ্নাশ্ৰী এচ. মেধি, বৰপথাৰ

 

৫) কবিতা কুঞ্জঃ 

·      জীৱনৰ জ্যামিতি : কৃষ্ণ কান্ত চাহু, অধ্যক্ষ, নকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, উত্তৰ লখিমপুৰ

·      সেউজীয়া_বিকল্প_উন্নয়ন_যথোপযুক্ত - মন্দিতা শৰ্মা, গুৱাহাটী

·      মহিষমৰ্দিনী  আই কাত্যায়নী  - নিৰু দত্ত, সৰুপথাৰ, গোলাঘাট

·      মায়াবিনী ৰাতিৰ বুকুত - মন্দিতা শৰ্মা, গুৱাহাটী

  

৬) গল্পৰ শৰাইঃ

·      এজনী নীলা মাছ - হিয়া দাস, শুৱালকুছি

·      আইতাৰ ঘৰ - নিৰু দত্ত, সৰুপথাৰ, গোলাঘাট

·      কাবাব - চয়নিকা শৰ্মা, চান্দমাৰী, কৃষ্ণনগৰ, গুৱাহাটী

·      উপলদ্ধি - অনিতা দেৱী, কাহিলীপাৰা, গুৱাহাটী

 

ধাৰাবাহিক গল্প:

·   “বতাহে কঢ়িয়াই আনে মোৰ শৈশৱৰ স্মৃতি”- মই চুমচুমীয়ে কৈছোঁ ... পবিত্ৰা বৰঘৰীয়া, মুম্বাই

 

৭) অনুবাদ সাহিত্য: 

·    হেনচেল আৰু গ্রেটেল : পবিত্ৰা বৰঘৰীয়া, মুম্বাই

 

JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page