সূচীপত্ৰ : এপ্ৰিল-২০২৬
- পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী

- 2 days ago
- 2 min read

১) সম্পাদকীয়ঃ পবিত্ৰা বৰঘৰীয়া, মুম্বাই
2) অকণিৰ পৃথিৱী (কেৱল অকণিহঁতৰ বাবে):
অকণিৰ ছবিঃ
· তৃষা দাস, দশম মান, প্ৰাগজ্যোতিষ আ:বিদ্যালয়,পাঞ্জাবাৰী, গুৱাহাটী
· আতিক্সা আৰ্ভি বৰা, ষষ্ঠ শ্ৰেণী, মাৰ্ভেল মাইণ্ড একাডেমী, সৰুপথাৰ
· শুভ্ৰনীল সোণোৱাল, কে.জি শ্ৰেণী, ছল্ট ব্ৰুক স্কুল, ডিব্ৰুগড়
· স্নিগ্ধা পাল, অষ্টম শ্ৰেণী, ব’লসিং মেম’ৰিয়েল স্কুল, বৰপথাৰ, গোলাঘাট
· জ্ঞানদ্বীপ গগৈ, ষষ্ঠ শ্ৰেণী, শংকৰদেৱ শিশু নিকেতন, চিলনীজান, কাৰ্বি আংলং
· জিজ্ঞাসা সোনোৱাল, সপ্তম মান, টেঙাখাট লিটল ষ্টাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডিব্ৰুগড়
· তানিষ্কা বৰা, তৃতীয় শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ, গোলাঘাট,অসম
অকণিৰ কবিতাঃ
· প্ৰজ্ঞাৰ দাপোণত নব্য-চেতনা-নাং ময়ূৰী বৰগোহাঁই,দশম শ্ৰেণী,জয়মতী উ:মা: বিদ্যালয়,মাদুৰি, নাজিৰা
· বসন্ত -তৃষা দাস, দশম মান, প্ৰাগজ্যোতিষ আ:বিদ্যালয়,পাঞ্জাবাৰী, গুৱাহাটী
অকণিৰ প্ৰবন্ধ/ অন্যান্যঃ
· মে-ডাম-মে-ফি - আতিক্সা আৰ্ভি বৰা, ষষ্ঠ শ্ৰেণী, মাৰ্ভেল মাইণ্ড একাডেমী, সৰুপথাৰ
· সাঁথৰ - দিব্যাঞ্চ বৰা, প্ৰথম শ্ৰেণী, মাৰ্ভেল মাইণ্ড একাডেমী, সৰুপথাৰ
· হৰমুজ প্ৰণালী অৰ্থনীতিৰ এক ধমনী - স্বাস্তিকা তাঁতী, নৱম শ্ৰেণী, কেশৱচন্দ্ৰ হা:মে: স্কুল, সৰুপথাৰ
· নৃত্যৰ অন্তৰালত - চানিয়া স্নিগ্ধা মুকতাৰ, অষ্টম শ্ৰেণী, যোৰহাট বাঘচোং ড'নবস্ক উ: মা: বিদ্যাল
৩) বিদেশৰ কথাৰেঃ
· মৰমৰ স্পৰ্শ যেন শান্তিৰ নিজৰা - পবিত্ৰা বৰঘৰীয়া, মুম্বাই
৪) বিচিত্ৰাঃ
· সামাজিক দায়বদ্ধতা আৰু যুৱ প্ৰজন্ম - বিজিত কুমাৰ ভাগৱতী, লখিমী নগৰ, যোৰহাট
· বিহুনামত অসমীয়াৰ সমাজ জীৱন - ছৈয়দা আঞ্জুম আৰা হুছেইন, গুৱাহাটী
· সামাজিক দায়বদ্ধতা আৰু আমাৰ নতুন প্ৰজন্ম - নিবেদিতা শৰ্মা, যোৰহাট
· নমী জেঠাইৰ চিঠি - চেহনাজ হুচেইন, নৱী মুম্বাই
· নৱ প্ৰজন্মৰ সামাজিক দায়িত্ব আৰু কৰ্তব্য -চেমিমা হুছেইন, ছয়মাইল, গুৱাহাটী
· মনৰ কথা - শাশ্বতী শৰ্মা, মলিয়াগাঁও, ঢেকিয়াল, গোলাঘাট
· যুব প্ৰজন্মৰ দায়িত্ব – দীপামণি কোচ ভৰালী, বৰপথাৰ, গোলাঘাট
৫) কবিতা কুঞ্জঃ
· নতুন দিনৰ সংকল্প - সদানন্দ গগৈ, মুম্বাই
· বিহুৰ লিমাৰিক - যোগানন্দ মহন্ত, গুৱাহাটী
· সাহসৰ উৰণ- অঞ্জু জয়ছোৱাল,কান্দিভেলী, মুম্বাই
· তুমি আছানো ক’ত - কৰবী আচাৰ্য্য, মুম্বাই
৬) গল্পৰ শৰাইঃ
· অৱদমিত ইচ্ছা - নীপা দুৱৰা, গুৱাহাটী
· বিবলুৰ সুদিন - নিৰু দত্ত, নিশান্ত নিবাস, সৰুপথাৰ
· সমিধান - চেমিমা হুছেইন, ছয়মাইল, গুৱাহাটী
· জিকিবলৈ হাৰিব লাগে - চয়নিকা শৰ্মা, চন্দমাৰী, গুৱাহাটী
৭) গ্ৰন্থ সমালোচনাঃ
· নাংফা -চয়নিকা শৰ্মা, চন্দমাৰী, গুৱাহাটী
· বিগলিত কৰুণা জাহ্নবী যমুনা - মন্দিতা শৰ্মা, গুৱাহাটী
৮) অনুবাদ সাহিত্যঃ
· এটা কুকুৰ আৰু ঘৰচিৰিকা চৰাই: পবিত্ৰা বৰঘৰীয়া, মুম্বাই
***********



Comments