top of page
  • Black Facebook Icon
  • Black Instagram Icon

সূৰুযমুখীৰ পঢ়ুৱৈলৈ সাঁথৰ

  • Writer: দিব্যাঞ্চ বৰা,প্ৰথম মান,মাৰ্ভেল মাইণ্ড একাডেমী,সৰুপথাৰ
    দিব্যাঞ্চ বৰা,প্ৰথম মান,মাৰ্ভেল মাইণ্ড একাডেমী,সৰুপথাৰ
  • Apr 12
  • 1 min read

Updated: Apr 13

সাঁথৰ *  সাঁথৰ * সাঁথৰ                      ৰঙালী বিহুৰ শুভেচ্ছাৰে
সাঁথৰ * সাঁথৰ * সাঁথৰ ৰঙালী বিহুৰ শুভেচ্ছাৰে












দিব্যাঞ্চ বৰা, প্ৰথম শ্ৰেণী, মাৰ্ভেল মাইণ্ড একাডেমী, সৰুপথাৰ


০০১

এটা মাছৰ দুখন ফিচা

 ডুব মাৰিলে হয় মিছা।

 

০০২

এখোজ দুখোজ যায়

মূৰ দাঙি দাঙি চাই।

 

 ০০৩

মোৰ পেৰা খুলিব পাৰি 

কিন্তু জপাব নোৱাৰি।

 

০০৪

গাঁৱত আহে, নাৱত নাই

সেইটো কি, ক'ব পাৰিবানে কোনোবাই?

 

০০৫

খাল বিল শুকাই গ'ল 

গছৰ আগত পানী ৰ'ল।



সাঁথৰৰ উত্তৰঃ

১)  নাও

২)  বেজী

৩)  কণী

৪)  চন্দ্ৰবিন্দু

৫)  নাৰিকল


@@@@@@@@

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page