মই চাবলৈ নিবিচাৰোঁ তৃষা দাস, দশম মান, প্ৰাগজ্যোতিষ আদৰ্শ বিদ্যালয়,গুৱাহাটীJan 9, 20251 min readUpdated: Jan 10, 2025অংকন : তৃষা দাস, অষ্টম শ্ৰেণী, প্ৰাগজ্যোতিষ আদৰ্শ বিদ্যালয়, পাঞ্জাবাৰী, গুৱাহাটীমই চাবলৈ নিবিচাৰোঁহ'বলৈ ধৰা তোমাৰ আজিৰ কৰুণ ৰূপ....মোৰ তুলিকাৰে সদা ধৰি ৰাখিমতোমাৰ সেউজ কোমলসদা হাস্যময়ী, সুষমাময়ী স্বৰূপ…. 🙏@@@@@@@@
Comments