আমিয়ো জীয়াই থাকিব বিচাৰোঁ.....
- স্নিগ্ধা পাল,ষষ্ঠ মান,ব'লসিং মে: স্কুল,বৰপথাৰ

- Jan 9, 2025
- 1 min read

প্ৰদূষিত বায়ু আৰু কুঠাৰৰ নিষ্ঠুৰ আঘাতে, ধৰাৰ পৰা সৰি নিলে গছ-বিৰিষ আৰু ঘাঁহনি...
বাঢ়ি অহা পৃথিৱীৰ পৃষ্ঠভাগৰ উত্তাপে, গলালে হিমবাহ আৰু বঢ়ালে সমুদ্ৰৰ পানী ...
বৰফ বিনা তোমালোকৰ যি অৱস্থা আৰ্কটিক শিয়াল, মেৰু ভালু আদি তোমালোকৰ...
আমিও নহয় নিৰাপদ আজি
বাঢ়িলে উচ্চতা সমুদ্ৰপৃষ্টৰ পানী।
পিবলৈ অপ্ৰদূষিত পানী, বিশুদ্ধ বায়ু আৰু সেউজ -শীতল পৃথিৱী
হাবাথুৰি খাই আজি বিচাৰিছোঁ আমি, সেই সকলো.....।।

***** 🙏🙏 *****



Comments