উত্তপ্ত পৃথিৱীফাৰহান কোৰেছি, তৃতীয় শ্ৰেণী, ব'লসিং মেম'ৰিয়েল স্কুল, গোলাঘাটJan 9, 20251 min readঅংকন: ফাৰহান কোৰেছি, তৃতীয় শ্ৰেণী, ব'লসিং মেম'ৰিয়েল স্কুল, গোলাঘাটহে মানৱ সমাজ,আমাক এখন সুন্দৰ, সেউজীয়া ধৰিত্ৰী দিয়া য'ত আমি উশাহ ল'বলৈ অকণমান বিশুদ্ধবায়ুৰ আৰু জীৱিত থাকিবলৈ অকণ বিশুদ্ধ পানী আৰু খাদ্যৰ অভাৱ কাহানিও নহ'ব......।***** 🙏🙏 *****
Comments