top of page
  • Black Facebook Icon
  • Black Instagram Icon

কৃতজ্ঞতা জ্ঞাপন

  • Writer: সূৰুযমুখী
    সূৰুযমুখী
  • Apr 6, 2025
  • 1 min read

শ্ৰীমান মনজিৎ সিং, শংকৰদেৱ শিশু নিকেতন, বৰপথাৰ আৰু

শ্ৰীমান উদিত ৰাজ শইকীয়া, ভি. কে. বিদ্যালয়, বোকাখাত 













প্ৰথম মানৰ এই দুজন ছাত্ৰই এই সংখ্যাৰ সূৰুযমুখীলৈ

অৱদান আগবঢ়োৱা সৰ্ব কনিষ্ঠ ছাত্ৰ।

কণমানি এই ছাত্ৰ দুজনলৈ সূৰুযমুখীৰ তৰফৰ পৰা অশেষ মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।


*********


Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page