top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

গছ

  • Writer: প্ৰীতিশ প্ৰি.বৰা, ব'লসিং মেঃ স্কুল,বৰপথাৰ
    প্ৰীতিশ প্ৰি.বৰা, ব'লসিং মেঃ স্কুল,বৰপথাৰ
  • Jul 12
  • 1 min read
ree











প্ৰীতিশ প্ৰিয়ম বৰা, চতুৰ্থ শ্ৰেণী

বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ, গোলাঘাট

 

মই গছবোৰ বৰ ভাল পাওঁ

গছে আমাক ফুল-ফল দিয়ে,

গছে আমাক ছাঁ দিয়ে,

গছে আমাক জীয়াই থাকিবলৈ অক্সিজেন দিয়ে ৷

 

সেউজীয়া গছবোৰ চাই

গছত পক্ষীৰ কাকলি শুনি

মই আপোন পাহৰা হওঁ ৷

 

হে মানৱ, গছবোৰ নাকাটিবা,

গছবোৰক গছ হৈ থাকিবলৈ দিয়া ৷

 

🙏🙏🙏🙏🙏🙏








Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page