top of page
  • Black Facebook Icon
  • Black Instagram Icon

চিল চিল চিলা

  • Writer: মাশ্বাৰিক আব্দুল্লা, ষষ্ঠ মান, মিলনপুৰ ম. বিদ্যালয়, মৰিগাঁও
    মাশ্বাৰিক আব্দুল্লা, ষষ্ঠ মান, মিলনপুৰ ম. বিদ্যালয়, মৰিগাঁও
  • Sep 20, 2024
  • 1 min read

Updated: Oct 3, 2024

ree













মাশ্বাৰিক আব্দুল্লা, ষষ্ঠ শ্ৰেণী

মিলনপুৰ মজলীয়া বিদ্যালয়, মৰিগাঁও


চিল চিল চিলা

ৰঙা বগা নীলা,

সকলোৱে মিলিজুলি

উৰুৱাওঁ ব’লা ৷

 

আকাশত চিলাবোৰে

পাতিছেগৈ মেলা,

ৰামধেনুৰ সাতোটি

যেন ৰঙৰ খেলা ৷

 

মেঘৰ আঁৰত লুকাইছে

 চিলা শাৰী শাৰী

বতাহৰ বা লাগি

উঠে পাক মাৰি৷

 

সৌৱা চোৱা চিলাবোৰে

নাচে ঘুৰি ঘুৰি,

খিল খিল মইনাই

দিছে হাঁহি মাৰি ৷

 

 **************

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page