top of page
  • Black Facebook Icon
  • Black Instagram Icon

মুক্ত বিহংগ

  • Writer: অনিস্কা ৰাজখোৱা,শংকৰদেৱ শিঃনিকেতন,বৰপথাৰ
    অনিস্কা ৰাজখোৱা,শংকৰদেৱ শিঃনিকেতন,বৰপথাৰ
  • Apr 6
  • 1 min read
ree









অনিস্কা ৰাজখোৱা, দশম মান

শংকৰদেৱ শিশু নিকেতন, বৰপথাৰ

 

চিনাকি পথ মনোমোহা দৃশ্য,

বহু দিনৰ মূৰত ঘৰলৈ উভতিছোঁ।

 

মোৰ হৃদয়ত আত্মাই মুক্ত অনুভৱ কৰে

সিপাৰৰ দেশত সপোন খেদি ভাগৰি পৰা

মইজনী আজি মুক্ত বিহংগ।

 

অনুভৱ আৰু অনুভূতিবোৰ জাগি উঠিছে

প্ৰাণ পাই উঠিছে হৃদয়ৰ পঞ্জীভূত

আশা, সপোন আৰু বাস্তৱবোৰ।

 

মই উভতিছোঁ সেই ঠাইলৈ

যি ঠাই মোৰ হৃদয়ৰ অতিকে আপোন।।

 

 ^^^^^^^^^

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page