top of page
  • Black Facebook Icon
  • Black Instagram Icon

মহৎ লোকসকলে কি কৈ গৈছে .....

  • Writer: পূৰ্ণাশা কাশ্যপ,অষ্টম মান,বল’সিং মে: স্কুল,বৰপথাৰ
    পূৰ্ণাশা কাশ্যপ,অষ্টম মান,বল’সিং মে: স্কুল,বৰপথাৰ
  • Jul 13
  • 1 min read


পূৰ্ণাশা কাশ্যপ, অষ্টম শ্ৰেণী

বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ, গোলাঘাট

 


১) মোৰ দুৱাৰ-খিৰিকি খুলি ৰাখিম যাতে বাহিৰৰ বতাহ সোমাব পাৰে ৷ কিন্তু সেই বতাহে যাতে মোক উৰুৱাই নিব নোৱাৰে, তাৰ বাবেও মই যত্ন ল’ম ৷

..... মহাত্মা গান্ধী ৷

 

২) যি নিজকে চিনি পায়, তেওঁ ভগৱানকো চিনি পায় ৷

..... আব্দুল কালাম

 

৩) লিখা-পঢ়া শিকি কেৱল নিজে শিক্ষিত হ’লে নহ’ব ৷ নিজে পোৱা শিক্ষাৰ আদৰ্শ আনকো বিলাই দিব লাগিব ৷

..... ছমাৰ ছেট মম ৷

 

৪) নিজৰ কাৰ্যক প্ৰশংসা কৰি নিজৰ মহত্ত্ব প্ৰকাশ নকৰিবা ৷

.... মহাবীৰ

 

৫) বিদ্যা মানুহৰ সৰ্বশ্ৰেষ্ঠ অলংকাৰ ৷

 .... ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ ৷

 

৬) অকলে খোজ কঢ়া মানুহজনেহে আটাইতকৈ খৰকৈ খোজ কাঢ়িব পাৰে ৷

.... ৰুডি য়াৰ্ড কিপলিং ৷

 

৭)  নতুন চিন্তা বা ধাৰণাৰ ওপৰত কাৰো একাধিপত্য নাই ৷ ডাঙৰকৈ ভাবা, খৰতকীয়াকৈ ভাবা, আনতকৈ আগতে ভাবা ৷

.... ধীৰুভাই আম্বানি ৷


৮)  আপুনি যদি দুখীয়া হৈ জন্ম হৈছে সেয়া আপোনাৰ ভুল নহয়, কিন্তু আপুনি যদি দুখীয়া হৈ মৰে সেয়া   আপোনাৰ ভুল ৷

.... বিল গেট্‌চ ৷

 

৯) ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক ৷

.... লক্ষ্মীনাথ বেজবৰুৱা ৷

 

১০) আনে কি কৰিছে ভবাতকৈ নিজে কি কৰিছোঁ ভবাহে বেছি দৰকাৰ ৷

 .... ৰাজা ৰামমোহন ৰায় ৷


************


Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page