সূচীপত্ৰ : জানুৱাৰী-২০২৬
- পবিত্ৰা বৰঘৰীয়া,মুম্বাই,সম্পাদক-সূৰুযমুখী

- Jan 10
- 2 min read

সূৰুযমুখী : দ্বিতীয় বছৰ, তৃতীয় সংখ্যা
১) সম্পাদকীয়ঃ পবিত্ৰা বৰঘৰীয়া, মুম্বাই
2) অকণিৰ পৃথিৱী (কেৱল অকণিহঁতৰ বাবে):
অকণিৰ ছবিঃ
· আতিক্সা আৰ্ভি বৰা, ষষ্ঠ শ্ৰেণী, মাৰ্ভেল মাইণ্ড একাডেমী, সৰুপথাৰ
· জাৰা হায়াত খান, তৃতীয় শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ, গোলাঘাট
· শুভ্ৰনীল সোণোৱাল, কে.জি শ্ৰেণী, ছল্ট ব্ৰুক স্কুল, ডিব্ৰুগড়
· শিৱানন গগৈ, অষ্টম শ্ৰেণী, ধোন্দাচাম চিনিয়ৰ চেকেণ্ডাৰী স্কুল, গোলাঘাট
· ধৃতিষ্মান কাকতি, দ্বিতীয় শ্ৰেণী, ব'ল'সিং মেম'ৰিয়েল স্কুল, বৰপথাৰ
· স্নিগ্ধা পাল, সপ্তম শ্ৰেণী, ব’লসিং মেম’ৰিয়েল স্কুল, বৰপথাৰ, গোলাঘাট
· অভিজ্ঞান বৰা, অষ্টম মান, ব’লসিং মেম’ৰিয়েল স্কুল, বৰপথাৰ, গোলাঘাট
· অভিলাষা বৰা, তৃতীয় শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ, গোলাঘাট
· অনুৰণন বৰুৱা, চতুৰ্থ শ্ৰেণী, শ্ৰী সত্য সাই বিদ্যা বিহাৰ স্কুল, গোলাঘাট
অকণিৰ কবিতাঃ
· আমি জুবিনৰ দেশৰ মানুহ-তৃষা দাস, নৱম মান, প্ৰাগজ্যোতিষ আ:বিদ্যালয়,পাঞ্জাবাৰী, গুৱাহাটী
অকণিৰ গল্পঃ
· হেৰুৱা সদাগৰ বিচাৰি - সুগন্ধি উৰুলি বৰুৱা, অষ্টম শ্ৰেণী, দিল্লী পাব্লিক স্কুল, নাজিৰা
অকণিৰ প্ৰবন্ধ/ অন্যান্যঃ
· ছাত্ৰ সমাজ আৰু পুথিভঁৰাল- আতিক্সা আৰ্ভি বৰা, ষষ্ঠ শ্ৰেণী, মাৰ্ভেল মাইণ্ড একাডেমী, সৰুপথাৰ
· সাঁথৰ সোধো আহক - প্ৰীতিশ প্ৰীয়ম বৰা, চতুৰ্থ শ্ৰেণী বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ
৩) বিদেশৰ কথাৰেঃ
· চুইজাৰলেণ্ডৰ জেনেভাৰ তিনি খুৰাৰ সেই বিখ্যাত চকীখন - পবিত্ৰা বৰঘৰীয়া, মুম্বাই
৪) বিচিত্ৰাঃ
· মানসিক খাদ্য - চোনিয়া নাজনিন, ডুবাই
· কাব্যক্ষেত্ৰৰ চিৰবন্দিত কবি নলিনীবালা দেৱী - মন্দিতা শৰ্মা, গুৱাহাটী
· লোনাভালাৰ মমৰ সংগ্ৰহালয়টো- দেৱীকা বৰপূজাৰী, মুম্বাই
· সিন্ধু সভ্যতাৰ বিলুপ্তি কেনেকৈ হ'ল - মাধৱ দাস, যোৰহাট
· মাঘৰ বিহু আৰু কিছু জনশ্ৰুতি- স্বপ্নাশ্ৰী এচ. মেধি, বৰপথাৰ
৫) কবিতা কুঞ্জঃ
· তোমাৰ জন্মদিনত বেলিৰ দুহাত - মৃগাংক বৰুৱা, গোলাঘাট
· গধূলি - জুবিলী গগৈ, দুলীয়াজান, অসম
· সম্পৰ্ক - তন্ময় কলিতা, সাতগাঁও, গুৱাহাটী
· জুবিন জুবিন - বিজিত কুমাৰ ভাগৱতী, যোৰহাট
৬) গল্পৰ শৰাইঃ
· পিতৃৰ মৰম সন্তানলৈ - নীপা দুৱৰা, গুৱাহাটী
· নামবৰৰ বিবলু - নিৰু দত্ত, সৰুপথাৰ, গোলাঘাট
· খৰিকটীয়াৰ জীয়েকৰ সপোন- হিয়া দাস, শুৱালকুছি
৭) গ্ৰন্থ সমালোচনাঃ
· কালপুৰুষ: অসমীয়া সাহিত্যৰ অনবদ্য সম্পদ- ড° অসমী গগৈ, নাজিৰা, অসম
· পিতৃৰ দৃষ্টিত জুবিন - নিবেদিতা শৰ্মা, যোৰহাট
৮) অনুবাদ সাহিত্যঃ
· সোণালী পাখিৰ ৰাজহাঁহটো : পবিত্ৰা বৰঘৰীয়া, মুম্বাই
**********





Comments