top of page
  • Black Facebook Icon
  • Black Instagram Icon

সাঁথৰ * সাঁথৰ * সাঁথৰ

  • Writer: দিক্ষীতা শইকীয়া, নকাৰী উঃ মাঃবিদ্যালয়,উঃলখিমপুৰ
    দিক্ষীতা শইকীয়া, নকাৰী উঃ মাঃবিদ্যালয়,উঃলখিমপুৰ
  • Jul 12
  • 1 min read
ree












দিক্ষীতা শইকীয়া, দশম শ্ৰেণী

নকাৰী উঃ মাঃবিদ্যালয়, উত্তৰ লখিমপুৰ

 

১) তিনি কোণীয়া পুখুৰী

মাজডোখৰ খাল

নাকত ধৰি পানী খাই

চাই লাগে ভাল।

 

=-=-=-=

 

২) দীঘলকৈ পুখুৰী

চুটিকৈ ঘাট

বত্ৰিশ জোপা কলগছ

এখনহে পাট।

 

=-=-=-=

 

৩) এটা ইংৰাজী শব্দ আছে

শব্দটো কাজিয়া হ’লে ক'লে

কাজিয়া শেষ হয়,

আৰু ডাক্তৰে ক'লে

জীৱনটো শেষ হয়।

পাৰা যদি শব্দটো কোৱা....।

 

=-=-=-=


সাঁথৰৰ উত্তৰঃ

(১)  জাকৈ

(২) দাঁত আৰু জিভা

(৩) ছৰি (Sorry)

 

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page