হাঁহো আহক
- আফতাব আলি,নকাৰী উঃমাঃবিদ্যালয়,উঃলখিমপুৰ
- Jul 12
- 1 min read

সংগ্রহ: আফতাব আলি, দশম শ্রেণী
নকাৰী উঃ মাঃ বিদ্যালয়, উত্তৰ লখিমপুৰ
অলপ হাঁহো আহক
ছাত্র: জুন আই কাম ইন ছাৰ?
শিক্ষক: এইটো ইংৰাজী তোক কোনে শিকালে অ?
ছাত্র: ছাৰ, যোৱা মাহত আপুনিয়েই ক্লাছত সোমাওঁতে আমাক ক'বলৈ কৈছিল !
শিক্ষক: মই কৈছিলো "মে আই কাম ইন!"
ছাত্র: কিন্তু ছাৰ মে' মাহতো এতিয়া শেষ হ'ল! এতিয়া জুন মাহ হে চলিছে।
😂😂😂😂😂
১ম কয়দী: তুমিনো কি অপৰাধ কৰি জেললৈ আহিলা?
২য় কয়দী: ৰছী এডাল চুৰ কৰিছিলোঁ।
১ম কয়দী: এডাল ৰছী! মাত্ৰ এডাল ৰছী চুৰ কৰি তুমি জেললৈ আহিলা?
২য় কয়দী: নহয় মানে, ৰছীডালৰ ইটোমূৰত গৰু এজনীও বান্ধি থোৱা আছিলে।
😂😂😂😂😂
Commenti