top of page
  • Black Facebook Icon
  • Black Instagram Icon

গছেই আমাৰ জীৱন

  • Writer: নিৰ্মিতা বৰগোহাঁই , গুৱাহাটী, অসম
    নিৰ্মিতা বৰগোহাঁই , গুৱাহাটী, অসম
  • Jun 27, 2024
  • 1 min read

Updated: Jul 13, 2024

ree








নিৰ্মিতা বৰগোহাঁই, বামুণীমৈদাম, গুৱাহাটী

অকণ অকণ মইনা,

গছৰ কথা কওঁ শুনা

বীজবোৰ গুজি থ'বা

ধুনীয়া ধৰাৰ বুকুত

তোমাৰ অলক্ষিতে

গোজেই গজালি মেলি

সেউজীয়া গছ হ'ব

গছে দিব ৰ'দত ছাঁ

গছে দিব এচাটি শীতল বা

গছে দিব অৰণ্যৰ

সৌন্দৰ্য সুবাস

গছে দিব আজীৱন জী থকাৰ

নিৰ্মল উশাহ

গছে দিব ফুল-ফল

জীয়াই থকাৰ আহাৰ

গছেই প্ৰাণীৰ প্ৰাণ

গছেই জীৱন আমাৰ

গুৰি কাটি গছৰ

নকৰিবা পৰিৱেশ প্ৰদূষণ

গছ পুলি ৰুই

কৰিবা সংৰক্ষণ।


@@@@@@@

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page