top of page
  • Black Facebook Icon
  • Black Instagram Icon

শিক্ষাই জীৱন

Writer: নীল নয়ন শৰ্মা,নৰ্থ ইষ্ট পাব্লিক স্কুল,গুৱাহাটী
নীল নয়ন শৰ্মা,নৰ্থ ইষ্ট পাব্লিক স্কুল,গুৱাহাটী
Oct 13, 2025
1 min read

নীল নয়ন শৰ্মা, ষষ্ঠ শ্ৰেণী, নৰ্থ ইষ্ট পাব্লিক স্কুল,

কাহিলিপাৰা, গুৱাহাটী

 

লিখা-পঢ়া কৰা ভাই

শিক্ষাৰ বিনে গতি নাই,

সুশিক্ষা গ্ৰহণ কৰা

জ্ঞানী হৈ জীৱন ধৰা।

 

বিদ্যাৰ মন্দিৰত সদায় গৈ

শিক্ষাৰ বন্তি জ্বলাই লৈ,

পাঠদান গ্ৰহণ কৰা

অজ্ঞানতা দূৰ কৰা।      

 

গুৰুৰ উপদেশ মানি চলা

জীৱনৰ পথ সুগম কৰা,

কি হ'ব পাৰে শিক্ষাৰ দৰে

শিক্ষাই আমাৰ জীৱন গঢ়ে।


**************


Recent Posts

See All

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page