top of page
Search


ছবি অংকন :
অংকন : ঈষান দে, পঞ্চম শ্ৰেণী, কেশৱ চন্দ্ৰ হাজৰিকা মেম’ৰিয়েল স্কুল, বৰপথাৰ, গোলাঘাট, অসম

ঈষান দে,পঞ্চম মান, কেশৱ চ:হা: মে:স্কুল, বৰপথাৰ
Apr 6, 20251 min read


সঞ্জীৱনী পানী
অনুবাদ গল্প পবিত্ৰা বৰঘৰীয়া, মুম্বাই এসময়ত এখন দেশত এজন ৰজা আছিল। এবাৰ তেওঁ এক গুৰুতৰ ৰোগৰ কৱলত পৰিছিল আৰু কোনোৱেই ভৱা নাছিল যে তেওঁ...

পবিত্ৰা বৰঘৰীয়া, সম্পাদক- সূৰুযমুখী, মুম্বাই
Apr 6, 20259 min read


অসমৰ জাতীয় উৎসৱ বিহু
ৰঙালী বিহু ফাৰহান কোৰেছি, চতুৰ্থ শ্ৰেণী, ব’লসিং মেম’ৰিয়েল স্কুল, বৰপথাৰ, গোলাঘাট, অসম বিহু অসমৰ জাতীয় উৎসৱ। বিহু তিন প্ৰকাৰৰ, যেনে-...

ফাৰহান কোৰেছি, তৃতীয় শ্ৰেণী, ব'লসিং মেম'ৰিয়েল স্কুল, গোলাঘাট
Apr 6, 20251 min read


অহিংসা
বৰ্ণালী হাজৰিকা, শিক্ষয়িত্ৰী, বিশ্বনাথ চাৰিআলি অহিংসা মানেই প্ৰেমৰ পথ তেজৰ নহয়, আশাৰ সোঁত। দ্বন্দ্ব ভাঙি মিলন গঢ়োঁ, মানৱতাৰে হৃদয়...

বৰ্ণালী হাজৰিকা, বিশ্বনাথ চাৰিআলি
Apr 6, 20251 min read


শতবাৰ্ষিক জন্মদিনৰ দুৱাৰ দলিত উপনীত হোৱা ভূপেন হাজৰিকাদেৱলৈ শ্ৰদ্ধাঞ্জলি
অকণিহঁত, তোমালোক সকলোৱে ভূপেন মামাৰ বিষয়ে নিশ্চয় জানা। তোমালোকৰ মাজৰে বহুতে কিজানি ভূপেন মামাই সৃষ্টি কৰি থৈ যোৱা গান গাইছা নাইবা নৃত্য...

বিনীতা মহন্ত, যোৰহাট
Apr 6, 20252 min read


ছবি অংকন :
অংকন : প্ৰীতিশ প্ৰিয়ম বৰা, চতুৰ্থ শ্ৰেণী, ব’লসিং মেম’ৰিয়েল স্কুল, বৰপথাৰ, গোলাঘাট, অসম

প্ৰীতিশ প্ৰিয়ম বৰা, তৃতীয় শ্ৰেণী,বল’সিং মে: স্কুল,বৰপথাৰ
Apr 6, 20251 min read


জানিব লগা কিছু কথা
স্বপ্নাশ্ৰী এচ.মেধি, বৰপথাৰ, গোলাঘাট, অসম (ক) কি বুলি কোৱা হয় ? · পূবৰ পৰা পশ্চিমলৈ বলা বতাহ = কুৰুৱা বতাহ · পশ্চিমৰ...

স্বপ্নাশ্ৰী এচ. মেধি, বৰপথাৰ, গোলাঘাট
Apr 6, 20252 min read


পণ
মোহন ভূঞা, চৌকিদিঙী, ডিব্ৰুগড় শুৱনি ধৰণী আমি সঞ্জীৱনী কোমল অন্তৰৰে ভৰা। সুস্থ সমাজ গঢ়ি তুলিবলৈ নকৰোঁ অৱহেলা ।। স্বদেশ...

মোহন ভূঞা, চৌকিদিঙী, ডিব্ৰুগড়
Apr 6, 20251 min read


ছবি অংকন:
অংকন: স্নিগ্ধা পাল, সপ্তম শ্ৰেণী, ব’লসিং মেম’ৰিয়েল স্কুল, বৰপথাৰ, গোলাঘাট, অসম

স্নিগ্ধা পাল,ষষ্ঠ মান,ব'লসিং মে: স্কুল,বৰপথাৰ
Apr 6, 20251 min read


এটা কুঁৱাৰ জন্ম ৰহস্য
ৰেখা বৰকটকী, যোৰহাট মইনাহঁত আজি তোমালোকক এজন সন্যাসীৰ কথা ক'ম। জটাধাৰী সন্যাসীজন বৰ অকলশৰীয়া আছিল। উৱঁলা পঁজা এটাত অকলে থাকে। দিনৰ...

ৰেখা বৰকটকী, যোৰহাট
Apr 6, 20252 min read


ছবি অংকন :
অংকন : চানিয়া স্নিগ্ধা মুকতাৰ, ষষ্ঠ শ্ৰেণী, বাঘচোং ড'নবস্ক উ: মা: বিদ্যালয়, যোৰহাট

চানিয়া স্নি: মুকতাৰ,সপ্তম মান,বাঘচোং ড উ: মা: বিদ্যালয়,যোৰহাট
Apr 6, 20251 min read


মহান বিজ্ঞানীৰ পৰিচয় (দ্বিতীয় ভাগ)
পুণেৰ ইণ্টাৰ-ইউনিভাৰ্ছিটি চেণ্টাৰ ফৰ এষ্ট্ৰোনʼমী এণ্ড এষ্ট্ৰোফিজিক্স বা আইইউচিএ ৰ প্ৰাঙ্গনত স্থাপন কৰা আৰ্যভট্টৰ ভাস্কৰ্য মৰমৰ...

জয়শ্ৰী শইকীয়া, যোৰহাট
Apr 6, 20253 min read


“কাৰাৰুদ্ধ এনিশা” – মই চুমচুমীয়ে কৈছোঁ
পবিত্ৰা বৰঘৰীয়া, মুম্বাই সেয়া ২০২৫ চনৰ ২৮ জানুৱাৰীৰ কথা। পুৱাৰে পৰা আমাৰ ঘৰখনত দেখোন খদমদম। আগদিনা সোনকালেই আমাক ৰাতিৰ আহাৰ...

পবিত্ৰা বৰঘৰীয়া, মুম্বাই
Apr 6, 20256 min read


সুখ আৰু প্ৰশান্তিৰ সংজ্ঞা
তুৰস্কৰ বিখ্যাত চিত্ৰশিল্পী আবিদিন ডিনোৰ অংকিত চিত্ৰ দেৱীকা বৰপূজাৰী, মুম্বাই মৰমৰ মইনাহঁত, আশা কৰোঁ তোমালোক সকলোৱে ভালে-কুশলে আছা।...

দেৱীকা বৰপূজাৰী, মুম্বাই
Mar 5, 20252 min read


সম্পাদকীয় - প্ৰথম বছৰ, তৃতীয় সংখ্যা
সকলোলৈকে সাদৰ সম্ভাষণ 🙏🙏 সৰ্বপ্ৰথমেই আপোনালোকলৈ অনুৰোধ, ‘সূৰুযমুখী’ নামৰ বিনামূলীয়া এই ই-আলোচনীখন আপোনালোকে যেন যিমান পাৰে সিমানে আমাৰ...

পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
Jan 9, 20255 min read


শ্ৰদ্ধেয় যুগললোচন দাসদেৱৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ
শিশু সাহিত্য অকাডেমি বঁটা প্ৰাপক শ্ৰদ্ধেয় শ্ৰীযুত যুগললোচন দাসদেৱ (মাননীয় শ্ৰীযুত যুগললোচন দাসদেৱৰ সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে 'সূৰুযমুখী'...

যুগললোচন দাস, গুৱাহাটী
Jan 9, 20257 min read


মই চাবলৈ নিবিচাৰোঁ
অংকন : তৃষা দাস, অষ্টম শ্ৰেণী, প্ৰাগজ্যোতিষ আদৰ্শ বিদ্যালয়, পাঞ্জাবাৰী, গুৱাহাটী মই চাবলৈ নিবিচাৰোঁ হ'বলৈ ধৰা তোমাৰ আজিৰ কৰুণ ৰূপ.......

তৃষা দাস, দশম মান, প্ৰাগজ্যোতিষ আদৰ্শ বিদ্যালয়,গুৱাহাটী
Jan 9, 20251 min read


পখীৰাজৰ সন্ধানত
Oscar: The Bird King ড° তাৰাণা আৰমান, চিয়াটল, আমেৰিকা যুক্তৰাষ্ট্ৰ নর্ডিক লোককাহিনী আৰু পৌৰাণিক বিশ্বাস অনুসৰি ’ট্রোলস’ (Trolls) হৈছে...

ড° তাৰাণা আৰমান, চিয়াটল, আমেৰিকা যুক্তৰাষ্ট্ৰ
Jan 9, 20253 min read


প্ৰেমৰ সাগৰ ৰতন টাটা চাৰ
শত কৌটি প্ৰণাম 🙏🙏 ড° অঞ্জু শইকীয়া ভট্টাচাৰ্য্য, মুম্বাই হেল্ল’ অকণিহঁত, কেনে আছা তোমালোক? উৎসৱমুখৰ পৰিবেশ সাম কটাৰ লগেলগে...

ড° অঞ্জু শইকীয়া ভট্টাচাৰ্য্য, কাণ্ডিভেলী,মুম্বাই
Jan 9, 20253 min read


আলিদোমোজা
মফিজুদ্দিন চৌধুৰী, চকিটুপ, নগাঁও ‘হ'ব দিয়া দেউতা, নেলাগে আৰু আপুনি দুয়োফালে কথা কবলৈ।‘ ছোৱালীৰ অভিযোগ। মনটো অকণমান মৰা মৰা। ……কথাষাৰ...

মফিজুদ্দিন চৌধুৰী, চকিটুপ, ছোটহয়বৰ, নগাঁও
Jan 9, 20251 min read
bottom of page