top of page
Search


অকণিৰ ছবি
অংকণ : বৰেণ্য বিশ্ব বৰুৱা, চতুৰ্থ শ্ৰেণী, ডনবস্ক' উচ্চতৰ মাধ্যমিক বিদ্যালয়, লিচুবাৰী, যোৰহাট

বৰেণ্য বিশ্ব বৰুৱা, ডনবস্ক' উ:মা: বিদ্যালয়, লিচুবাৰী
Oct 13, 20251 min read


ঘৰখনেই শিশুৰ প্ৰথম শিক্ষানুষ্ঠান
ৰশ্মি ৰেখা পূজাৰী, কাহিলীপাৰা, গুৱাহাটী পৃথিৱীৰ এক অপৰূপা আৰু অমূল্য সৃষ্টি নাৰী। নাৰীৰ অবিহনে এই পৃথিৱী সম্পূৰ্ণ হ'ব নোৱাৰে। নাৰী হ'ল প্ৰেমৰ মূৰ্তি, মৰম আৰু দয়াৰ সাগৰ। সহনশীলতা, ধৈৰ্য আৰু লজ্জা হ'ল নাৰীৰ এক অপূৰ্ব অলংকাৰ। কেতিয়াবা মনত প্ৰশ্ন হয় ইমান গুণৰ অধিকাৰী হৈও নাৰীত্বক কেতিয়াবা অভিশপ্ত যেন অনুভৱ হয়। বৰ্তমান পৃথিৱীত নাৰীৰ ওপৰত যিমান যন্ত্ৰণা, অত্যাচাৰ চলি আছে সেই প্ৰশ্ন মনত আবিৰ্ভাৱ হোৱাতো স্বাভাৱিক। যদিও এক পক্ষে চাবলৈ গ'লে নাৰীয়ে ঘৰ-গৃহস্থী চলোৱাকে ধৰি মহাকাশ অভিযা

ৰশ্মি ৰেখা পূজাৰী, কাহিলীপাৰা, গুৱাহাটী
Oct 13, 20252 min read


মণি-কাঞ্চন সংযোগ
শ্ৰীমন্ত শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱ আৰমান হাজৰিকা, খাৰঘৰ, নৱী-মুম্বাই অসমীয়া জাতিৰ কলা-সংস্কৃতিৰ আদিমূল জানিবলৈ বিচাৰিলে আমি প্ৰথমতেই শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰিয়তম শিষ্য শ্ৰীশ্ৰী মাধৱদেৱৰ বিষয়ে জানিবলৈ লাগিব। শংকৰ-মাধৱ, এই গুৰু দুজনাই অসমীয়া সমাজলৈ আদিতে আগবঢ়োৱা অৱদানৰ বিষয়ে শ্ৰদ্ধা-ভক্তিৰে স্মৰণ নকৰিলে অসমীয়া জাতিটোৰ বুৰঞ্জীয়েই আধৰুৱা বুলি মানিব লাগিব ! প্ৰায় ছশ বছৰৰ আগতেই এই গুৰু দুজনাই অসমৰ ভূখণ্ডত নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ প্ৰয়াসেৰে সমগ্ৰ অসমীয়া জাতিৰ বিভিন্ন

অনুবাদক: আৰমান হাজৰিকা, নৱী মুম্বাই
Oct 13, 20254 min read


অকণিৰ ছবি
অংকন : অংশুমান চেতিয়া, ষষ্ঠ শ্ৰেণী, দয়ানন্দ বিদ্যা নিকেতন, সৰুপথাৰ, গোলাঘাট

অংশুমান চেতিয়া,ষষ্ঠ মান,দয়ানন্দ বি: নিকেতন,সৰুপথাৰ
Oct 13, 20251 min read


অকণিৰ ছবি
অংকন : আতিক্সা আৰ্ভি বৰা, ষষ্ঠ শ্ৰেণী, মাৰ্ভেল মাইণ্ড একাডেমী, সৰুপথাৰ, গোলাঘাট

আতিক্সা আৰ্ভি বৰা,ষষ্ঠ মান,মাৰ্ভেল মা:একাডেমী,সৰুপথাৰ
Oct 13, 20251 min read


বতাহে কঢ়িয়াই আনে মোৰ শৈশৱৰ স্মৃতি: মই চুমচুমীয়ে কৈছোঁ ...
পবিত্ৰা বৰঘৰীয়া, মুম্বাই শুই উঠাৰ পিছত আজিৰ মোৰ দিনটো খুউব ভালদৰেই আৰম্ভ হৈছিল। যোৱাৰাতি পিস্কিয়েও বৰ বিশেষ আমনি কৰা নাছিল, সেয়ে মাম্মীমাৰ লগত মই গোটেই ৰাতি শান্তিৰে শুব পাৰিছিলোঁ। পুৱা উঠি মাম্মীমাই ব্যায়াম, প্ৰাণায়াম আদি কৰিবলৈ বুলি যোগ-মেটখন পাৰি লওঁতেহে, লেঙেৰাই লেঙেৰাই কাঁড়ডাল অহাদি আহি মেটখনত তাইৰ নখবোৰ ধৰাবলৈ আৰম্ভ কৰিলেহি। তাইকে দেখি মোৰ নখবোৰো কিবা পিৰপিৰাই উঠা যেন লাগিল আৰু ময়ো তাইৰ পিছে পিছে গৈ দুবাৰমান নখবোৰ মেটত ঘহাওঁতেই মাম্মীমাই চোঁমাৰি উৰি অহাদি আহি আ

পবিত্ৰা বৰঘৰীয়া, মুম্বাই
Oct 13, 20256 min read


অকণিৰ ছবি
অংকন : দিব্যাংশ কাৰ্কী, অষ্টম শ্ৰেণী , ব’লসিং মেম’ৰিয়েল স্কুল, বৰপথাৰ, গোলাঘাট

দিব্যাংশ কাৰ্কী, ব’ল'সিং মে: স্কুল, বৰপথাৰ
Oct 13, 20251 min read


অকণিৰ ছবি
অংকন : প্ৰীতিশ প্ৰিয়ম বৰা, চতুৰ্থ শ্ৰেণী, ব’লসিং মেম’ৰিয়েল স্কুল, বৰপথাৰ, গোলাঘাট

প্ৰীতিশ প্ৰিয়ম বৰা, তৃতীয় শ্ৰেণী,বল’সিং মে: স্কুল,বৰপথাৰ
Oct 13, 20251 min read


উপলদ্ধি
অনিতা দেৱী, কাহিলীপাৰা, গুৱাহাটী মহেন্দ্ৰৰ ঘৰত আজি আলহীৰ উখল-মাখল পৰিবৱেশ এটা বিৰাজমান। ভিন্ন প্ৰকাৰৰ ব্যঞ্জন ৰন্ধিবৰ বাবে কাৰিকৰসকল ব্যস্ত হৈ পৰিছে। প্ৰয়োজনীয় সকলো সামগ্ৰীৰ বজাৰ কৰা হ'ল নে আৰু কিবা খাদ্য সামগ্ৰী লাগিব মহেন্দ্ৰই পত্নী পৰীক আকৌ এবাৰ সুধিলে। পৰীয়ে জনালে যে সকলো সামগ্ৰী ইতিমধ্যে অলপ বেছি বেছিকৈয়ে অনা হৈছে, কাৰণ অতিথি কিছু বাঢ়িবও পাৰে। পৰীৰ কথা শুনি মহেন্দ্ৰই শলাগি ক'লে,” ঠিকেই কৈছা, সময়ত কম হলে অসুবিধা হয়”। মাক-দেউতাকৰ কথা শুনি ওচৰতে থকা তেওঁলোকৰ পুত্ৰ

অনিতা দেৱী, কাহিলীপাৰা, গুৱাহাটী
Oct 13, 20251 min read


লক্ষ্ণৌৰ এবিধ বিশেষ খাদ্য প্ৰকৰণ: তুন্দে কাবাব
চয়নিকা শৰ্মা, চান্দমাৰী, গুৱাহাটী মৰমৰ মইনাহঁত, তোমালোক সকলোৱে ভালে আছা নিশ্চয় ! পঢ়া-শুনা ভালকৈ কৰি আছা নে? আজি মই তোমালোকৰ চয়নিকা...

চয়নিকা শৰ্মা, কৃষ্ণনগৰ, চান্দমাৰী, গুৱাহাটী
Oct 13, 20253 min read


হেনচেল আৰু গ্রেটেল
পবিত্ৰা বৰঘৰীয়া, মুম্বাই এসময়ত এখন অটব্য অৰণ্যৰ কাষত এজন দুখীয়া খৰিকটীয়াই পত্নী আৰু দুটা সন্তানৰ সৈতে বৰ কষ্টেৰে বসবাস কৰিছিল। তেওঁৰ ল'ৰাটোৰ নাম আছিল হেনচেল আৰু ছোৱালীজনীৰ গ্রেটেল। এবাৰ সেই ঠাইত ইমান খাদ্যৰ আকালে দেখা দিলে যে, খৰিকটীয়াই কোনোমতে পৰিয়ালটোৰ বাবে সামান্য আহাৰৰো যোগাৰ কৰিব নোৱৰা অৱস্থাৰ সৃষ্টি হ'ল। এনে অনাটনৰ মাজত তেওঁ, পত্নী আৰু ল'ৰা ছোৱালী দুটিৰে সৈতে কেনেকৈ জীয়াই থাকিব তাকে ভাবি চিন্তি উপায় নাপাই ৰাতি বিচনাত ইকাটি-সিকাটিকৈ থাকিও টোপনি নহাত হুমুনিয়াহ কাঢ়ি

পবিত্ৰা বৰঘৰীয়া, মুম্বাই
Oct 12, 202511 min read


সম্পাদকীয় - দ্বিতীয় বছৰ, প্ৰথম সংখ্যা
সম্পাদকৰ মেজৰ পৰা আজি আপোনালোকক জনাবলৈ পাই অতি সুখী হৈছোঁ যে আজি আমাৰ 'সূৰুযমুখী' য়ে এটা বছৰ কৃতকাৰ্যতাৰে সম্পূৰ্ণ কৰি দ্বিতীয় বছৰত ভৰি...

পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
Jul 13, 20256 min read


কৃত্ৰিম বুদ্ধিমত্তা - ১
ড° যুগল কলিতা, ক’লৰাডো, আমেৰিকা মানৱজাতিৰ উদ্ভৱ বহু কোটি বছৰৰ জৈৱিক ক্ৰমবিকাশৰ ফলত। অজৈৱ পদাৰ্থৰ পৰাই চাৰি হাজাৰ কোটি বছৰৰ আগতে...

ড° যুগল কলিতা, ক’লৰাডো, আমেৰিকা
Jul 13, 20255 min read


কৃতজ্ঞতা জ্ঞাপন
ইক্ৰা ইনায়াত, নাৰ্চাৰি, কলং কপিলী বিদ্যাপীঠ, বৰবজাৰ, নগাঁও শুভ্ৰনীল সোণোৱাল, কেঃ জিঃ শ্ৰেণী, ছল্ট ব্ৰুক স্কুল, ডিব্ৰুগড় ইক্ৰা ইনায়াত...

সূৰুযমুখী
Jul 13, 20251 min read


অসমত সুনাগৰিক গঢ়াৰ বাবে সম্পূৰ্ণ শিক্ষাৰ প্ৰয়োজনীয়তা
মঞ্জিৰা চৌধুৰী, লেষ্টাৰ, ইংলেণ্ড এগৰাকী আজীৱন শিক্ষাৰ লগত জড়িত ব্যক্তি হিচাপে যোৱা কেইদশকমানৰ পৰা হোৱা অসমৰ শিক্ষা ব্যৱস্থাৰ সালসলনি...

মঞ্জিৰা চৌধুৰী, লেষ্টাৰ, ইংলেণ্ড
Jul 13, 20252 min read


ছবি অংকন
মই এটা এআই, মোক আৱেগৰ অনুকৰণ কৰাৰ দৰে সঁহাৰি দিবলৈ সক্ষম কৰা হৈছে, কিন্তু মই সঁচাকৈয়ে আনন্দ, দুখ বা আন কোনো অনুভৱ “অনুভৱ” নকৰোঁ।” অংকন: ...

দিব্যাংশ কাৰ্কী, ব’ল'সিং মে: স্কুল, বৰপথাৰ
Jul 12, 20251 min read


বুদ্ধিমত্তা বিস্ফোৰণ
বুদ্ধিমত্তা বিস্ফোৰণ ( Intelligence Explosion) জীৱনজ্যোতি বৰদলৈ, বেংগালুৰু এসময়ত বোলে এখন দেশত এজন বৰ ন্যায়পৰায়ণ ৰজাই শাসন কৰিছিল। কোনো...

জীৱনজ্যোতি বৰদলৈ, বেংগালুৰু
Jul 12, 20256 min read


আত্মজাহ
কৃষ্ণ কান্ত চাহু, অধ্যক্ষ নকাৰী উঃ মাঃ বিদ্যালয়, উত্তৰ লখিমপুৰ অতীজৰ আপোন ৰ'দবোৰ বৰষুণৰ দৰে হ'ল অৰণ্য ভাঙি...

কৃষ্ণ কান্ত চাহু, অধ্যক্ষ,নকাৰী উঃমাঃ বিদ্যালয়,উঃলখিমপুৰ
Jul 12, 20251 min read


ছবি অংকন
কৃটিম বুদ্ধিমত্তা ৰ প্ৰভাৱ অংকন : তৰুণিমা চক্ৰৱৰ্তী,অষ্টম শ্ৰেণী, দয়ানন্দ বিদ্যা নিকেতন, শান্তিপুৰ, কাৰ্বি আংলং, অসম

তৰুণিমা চক্ৰৱৰ্তী,দয়ানন্দ বিঃনিকেতন,কাৰ্বি আংলং
Jul 12, 20251 min read


কৃত্ৰিম বুদ্ধিমত্তা আমাৰ সহচৰ
নাং ময়ূৰী বৰগোহাঁই, দশম শ্ৰেণী জয়মতী উচ্চ মাধ্যমিক বিদ্যালয়, শিৱসাগৰ মানৱ আধাৰত আজি চিন্তাৰ জোনাক, প্ৰযুক্তিৰ...

নাং ময়ুৰী বৰগোহাঁই,দশম মান, জয়মতী উ:মা: বিদ্যালয়, মাদুৰি
Jul 12, 20251 min read
bottom of page

