top of page
Search


অব্যক্ত অনুভৱ
তন্ময় কলিতা, গুৱাহাটী "তাক ইমান আপোন ভাবিছিলোঁ, ইমান বিশ্বাস কৰিছিলোঁ, সিও এতিয়া আঁতৰি গ'ল।" এনেকৈয়ে আঁতৰি যোৱা মানুহৰ কথা ভাবি আপোনাৰ উদং বুকুৱে কেতিয়াবা হঠাতেই হাহাকাৰ কৰি উঠে নহয়নে? তেতিয়া মনটো কেনেকুৱা লাগে কাকো বুজাব নোৱাৰা হয়। অস্থিৰ হৈ পৰে আপুনি। ক্ষণিকতে আপুনি ভাবে, সি হয়তো মোক পাহৰিলেই। তাৰ চাগৈ মোলৈ মনতেই নপৰে। জানেনে, আপুনি তাক ভুল বুজি আছে। তাৰ মনৰ বতৰা আপুনিতো পোৱা নাই। শুনক, আপোনাৰ দৰে তাৰ অন্তৰেও কেতিয়াবা হঠাতেই কান্দি উঠে। সিও ভাবে, আপোনালোকৰ সেই ভাললগ

তন্ময় কলিতা, গুৱাহাটী
Oct 13, 20252 min read


সংস্কৃতিৰ সাধক ড৹ ভূপেন হাজৰিকা
নিবেদিতা শৰ্মা, যোৰহাট ঐকান্তিক সাধনাৰে, সাফল্যৰ শীৰ্ষবিন্দুলৈ আৰোহণ কৰি, চিৰযুগমীয়া ঢৌ তুলি, চিৰ নতুন পানচৈত উটি, সময় নদীত পট আঁকি যোৱা, সংস্কৃতিৰ সাধক ড° ভূপেন হাজৰিকাদেৱৰ জীৱনাদৰ্শনৰ বিষয়ে প্ৰতিজন সংগীতপ্ৰেমীৰে অপাৰ আগ্ৰহ থাকে। গানৰ সুৰে অসমীয়াৰ হৃদয় গুণগুণাই থকা, ড° হাজৰিকা একেধাৰে গীতিকাৰ, সুৰকাৰ, গদ্যশিল্পী, সাংবাদিক। ভূপেনদা আছিল মহান সাংস্কৃতিক আদৰ্শৰ ৰূপকাৰ। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বৰ্ণাঢ্য সংস্কৃতিৰ পৰা তেখেত অনুপ্ৰাণিত হৈছিল, তাৰেই ফচল হৈছে তেখেত

নিবেদিতা শৰ্মা, যোৰহাট
Oct 13, 20252 min read


পুৰুষ নে মহাপুৰুষ
ড° অঞ্জু শইকীয়া ভট্টাচাৰ্য্য, মুম্বাই ১৯ চেপ্তেম্বৰ ২০২৫, এই দিনটো বাৰু কেনে ধৰৰে লওঁ? এজন বিখ্যাত, জনপ্ৰিয় পুৰুষৰ মৃত্যু দিন হিচাপে নে এজন মহাপুৰুষৰ জন্ম দিন হিচাপে লওঁ! তেখেতক আমি কিমান বুজি পালো? নে আমি তেওঁক বুজি পাবলৈ চেষ্টাই নকৰিলোঁ? যদিহে বুজি পালোহেঁতেন, তেতিয়া হ'লে জীয়াই থকা অৱস্থাতে মহাপুৰুষৰ আসনখন দিলোঁহেঁতেন। হয়, মই ১৯৭২ চনৰ ১৮ নভেম্বৰত জন্মগ্ৰহণ কৰি, অতি কম দিন লৈ পৃথিবীলৈ আহি, সৌ সিদিনা, ১৯ চেপ্তেম্বৰ ২০২৫ ত মৃত্যুবৰণ কৰা আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গৰ কথাই

ড° অঞ্জু শইকীয়া ভট্টাচাৰ্য্য, কাণ্ডিভেলী,মুম্বাই
Oct 13, 20252 min read


ঘৰখনেই শিশুৰ প্ৰথম শিক্ষানুষ্ঠান
ৰশ্মি ৰেখা পূজাৰী, কাহিলীপাৰা, গুৱাহাটী পৃথিৱীৰ এক অপৰূপা আৰু অমূল্য সৃষ্টি নাৰী। নাৰীৰ অবিহনে এই পৃথিৱী সম্পূৰ্ণ হ'ব নোৱাৰে। নাৰী হ'ল প্ৰেমৰ মূৰ্তি, মৰম আৰু দয়াৰ সাগৰ। সহনশীলতা, ধৈৰ্য আৰু লজ্জা হ'ল নাৰীৰ এক অপূৰ্ব অলংকাৰ। কেতিয়াবা মনত প্ৰশ্ন হয় ইমান গুণৰ অধিকাৰী হৈও নাৰীত্বক কেতিয়াবা অভিশপ্ত যেন অনুভৱ হয়। বৰ্তমান পৃথিৱীত নাৰীৰ ওপৰত যিমান যন্ত্ৰণা, অত্যাচাৰ চলি আছে সেই প্ৰশ্ন মনত আবিৰ্ভাৱ হোৱাতো স্বাভাৱিক। যদিও এক পক্ষে চাবলৈ গ'লে নাৰীয়ে ঘৰ-গৃহস্থী চলোৱাকে ধৰি মহাকাশ অভিযা

ৰশ্মি ৰেখা পূজাৰী, কাহিলীপাৰা, গুৱাহাটী
Oct 13, 20252 min read


মণি-কাঞ্চন সংযোগ
শ্ৰীমন্ত শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱ আৰমান হাজৰিকা, খাৰঘৰ, নৱী-মুম্বাই অসমীয়া জাতিৰ কলা-সংস্কৃতিৰ আদিমূল জানিবলৈ বিচাৰিলে আমি প্ৰথমতেই শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰিয়তম শিষ্য শ্ৰীশ্ৰী মাধৱদেৱৰ বিষয়ে জানিবলৈ লাগিব। শংকৰ-মাধৱ, এই গুৰু দুজনাই অসমীয়া সমাজলৈ আদিতে আগবঢ়োৱা অৱদানৰ বিষয়ে শ্ৰদ্ধা-ভক্তিৰে স্মৰণ নকৰিলে অসমীয়া জাতিটোৰ বুৰঞ্জীয়েই আধৰুৱা বুলি মানিব লাগিব ! প্ৰায় ছশ বছৰৰ আগতেই এই গুৰু দুজনাই অসমৰ ভূখণ্ডত নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ প্ৰয়াসেৰে সমগ্ৰ অসমীয়া জাতিৰ বিভিন্ন

অনুবাদক: আৰমান হাজৰিকা, নৱী মুম্বাই
Oct 13, 20254 min read


কৃত্ৰিম বুদ্ধিমত্তা - ১
ড° যুগল কলিতা, ক’লৰাডো, আমেৰিকা মানৱজাতিৰ উদ্ভৱ বহু কোটি বছৰৰ জৈৱিক ক্ৰমবিকাশৰ ফলত। অজৈৱ পদাৰ্থৰ পৰাই চাৰি হাজাৰ কোটি বছৰৰ আগতে...

ড° যুগল কলিতা, ক’লৰাডো, আমেৰিকা
Jul 13, 20255 min read


অসমত সুনাগৰিক গঢ়াৰ বাবে সম্পূৰ্ণ শিক্ষাৰ প্ৰয়োজনীয়তা
মঞ্জিৰা চৌধুৰী, লেষ্টাৰ, ইংলেণ্ড এগৰাকী আজীৱন শিক্ষাৰ লগত জড়িত ব্যক্তি হিচাপে যোৱা কেইদশকমানৰ পৰা হোৱা অসমৰ শিক্ষা ব্যৱস্থাৰ সালসলনি...

মঞ্জিৰা চৌধুৰী, লেষ্টাৰ, ইংলেণ্ড
Jul 13, 20252 min read


বুদ্ধিমত্তা বিস্ফোৰণ
বুদ্ধিমত্তা বিস্ফোৰণ ( Intelligence Explosion) জীৱনজ্যোতি বৰদলৈ, বেংগালুৰু এসময়ত বোলে এখন দেশত এজন বৰ ন্যায়পৰায়ণ ৰজাই শাসন কৰিছিল। কোনো...

জীৱনজ্যোতি বৰদলৈ, বেংগালুৰু
Jul 12, 20256 min read


অকণিহঁতৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ জগতখন
শ্ৰীমন্ত ভূঞা, জাৰ্মানী 🚀 AI মানে কি? তুমি কেতিয়াবা Alexa ক গান এটা বজাবলৈ কৈছা নেকি? বা YouTube -ত তুমি যেনে ধৰণৰ ভিডিঅ’ চাব খোজা,...

শ্ৰীমন্ত ভূঞা, জাৰ্মানী
Jul 12, 20253 min read


ধ্রুপদী ভাষা অসমীয়া- আমাৰ কৰণীয়
চুমি ৰাণী দত্ত, সহঃ শিক্ষয়িত্রী, নকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, উত্তৰ লখিমপুৰ আমাৰ অতিকৈ চেনেহৰ 'আইৰ মুখৰ ভাষা অসমীয়া ভাষা' ই...

চুমি ৰাণী দত্ত,নকাৰী উঃমাঃ বিদ্যালয়,উঃ লখিমপুৰ
Jul 12, 20253 min read


ছাত্র-ছাত্ৰীৰ জীৱনত সময়ৰ মূল্য
সময় ঘড়ী দীপিকা দেৱী পূজাৰী, বিষয় শিক্ষয়িত্রী নকাৰী উঃ মাধ্যমিক বিদ্যালয়, উত্তৰ লখিমপুৰ পল পল দণ্ড কৰি সময় গৈছে উৰি পাখি লগা কাঁড়ৰ...

দীপিকা দেৱী পূজাৰী,নকাৰী উঃমাঃ বিদ্যালয়, লখিমপুৰ
Jul 12, 20254 min read


শিহু বা নদী ডলফিন
শিহু স্মিতা ভাগৱতী, গুৱাহাটী শিহু হৈছে ভাৰত, বাংলাদেশ আৰু নেপালৰ নদীত পোৱা ডলফিনৰ এক প্ৰজাতি ৷ এই ডলফিনৰ প্ৰজাতি সাধাৰণতে গঙ্গা নদী আৰু...

স্মিতা ভাগৱতী, গুৱাহাটী
Jul 12, 20252 min read


মহান বিজ্ঞানীৰ পৰিচয় (৩)
২০১৭ বৰ্ষত ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জী ৰ পৰা পদ্মশ্ৰী বঁটা গ্ৰহণ কৰা মুহূৰ্তত জিতেন্দ্ৰনাথ গোস্বামী আজি তোমালোকক আমাৰ অসমৰ এজন...

জয়শ্ৰী শইকীয়া, কল্পতৰু, যোৰহাট
Jul 12, 20252 min read


সাঁথৰ শিকোঁ আহা
স্বপ্নাশ্ৰী এচ. মেধি, বৰপথাৰ, গোলাঘাট অকণিহঁত, তোমালোকে পঢ়া প্ৰায়বোৰৰ বিদ্যালয়তে এতিয়া গৰমৰ বন্ধ চলি আছে। এই বন্ধৰ সময়ছোৱাত...

স্বপ্নাশ্ৰী এচ. মেধি, বৰপথাৰ, গোলাঘাট
Jul 12, 20251 min read


অহিংসা, বসন্ত ঋতু আৰু কিছু বিক্ষিপ্ত ব্যক্তিগত চিন্তা
প্ৰণবেন্দ্ৰ শৰ্মা, এপ্ৰিল ১,২০২৫ চান হ'জে, কালিফোৰ্নিয়া। “अहिंसा परमो धर्मः तथाहिंसा परो दमः। अहिंसा परमम् दानम् अहिंसा परमः तपः ॥...

প্ৰণবেন্দ্ৰ শৰ্মা, চান হ'জে, কালিফোৰ্নিয়া
Apr 6, 20256 min read


ৰাজকুমাৰী খেইৰী
হেল্ল’ অকণিহঁত কেনে আছা? বৰ গৰম পৰিছে নহয় নে? কিনো ক’ম !! আমি মানু্হবোৰে গছ-বিৰিখ কাটি পৃথিৱীখন তেনেই নাঙঠ কৰিলোঁ, গৰমতো হ’বই। এতিয়া...

ড° অঞ্জু শইকীয়া ভট্টাচাৰ্য্য, কাণ্ডিভেলী,মুম্বাই
Apr 6, 20255 min read


হৃদয়ৰ যতন: ঈৰ্ষা, কপটতা, হিংসা বৰ্জন
শিখা ৰাণী শৰ্মা, মিৰ্জা, অসম ভাৰতীয় দৰ্শনত অহিংসাক পৰম ধৰ্ম বুলি কোৱা হয়। অহিংসা শব্দটো শুনিবলৈ যিমান সহজ, তাক পালন কৰাটো ইমান সহজ...

শিখা ৰাণী শৰ্মা, কামৰূপ, অসম
Apr 6, 20253 min read


শতবাৰ্ষিক জন্মদিনৰ দুৱাৰ দলিত উপনীত হোৱা ভূপেন হাজৰিকাদেৱলৈ শ্ৰদ্ধাঞ্জলি
অকণিহঁত, তোমালোক সকলোৱে ভূপেন মামাৰ বিষয়ে নিশ্চয় জানা। তোমালোকৰ মাজৰে বহুতে কিজানি ভূপেন মামাই সৃষ্টি কৰি থৈ যোৱা গান গাইছা নাইবা নৃত্য...

বিনীতা মহন্ত, যোৰহাট
Apr 6, 20252 min read


জানিব লগা কিছু কথা
স্বপ্নাশ্ৰী এচ.মেধি, বৰপথাৰ, গোলাঘাট, অসম (ক) কি বুলি কোৱা হয় ? · পূবৰ পৰা পশ্চিমলৈ বলা বতাহ = কুৰুৱা বতাহ · পশ্চিমৰ...

স্বপ্নাশ্ৰী এচ. মেধি, বৰপথাৰ, গোলাঘাট
Apr 6, 20252 min read


মহান বিজ্ঞানীৰ পৰিচয় (দ্বিতীয় ভাগ)
পুণেৰ ইণ্টাৰ-ইউনিভাৰ্ছিটি চেণ্টাৰ ফৰ এষ্ট্ৰোনʼমী এণ্ড এষ্ট্ৰোফিজিক্স বা আইইউচিএ ৰ প্ৰাঙ্গনত স্থাপন কৰা আৰ্যভট্টৰ ভাস্কৰ্য মৰমৰ...

জয়শ্ৰী শইকীয়া, যোৰহাট
Apr 6, 20253 min read
bottom of page