top of page
Search


অকণিৰ ছবি
অংকন : জাৰা হায়াত খান, তৃতীয় শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ

জাৰা হায়াত খান, তৃতীয় মান,বল’সিং মে: স্কুল,বৰপথাৰ
Jan 91 min read


সাঁথৰ ** সাঁথৰ ** সাঁথৰ
সাঁথৰ সোধো আহক সংগ্ৰহ: প্ৰীতিশ প্ৰীয়ম বৰা, চতুৰ্থ শ্ৰেণী বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ ১) অনাই আনে, ৰান্ধনীয়ে ৰান্ধে, খাওঁতাই পেলাই দিয়ে। ২) অলং দলং ছা, মাজৰটো নকওঁ যা, শেষৰটো লী……উত্তৰটো কি? ৩) আমাৰ আছে এটা হাতী, ধান খাই পাচি পাচি। ৪) আহোঁতে কাটে, যাওঁতে কাটে, নামটো কি? ৫) আমন জিমনকৈ বহি থাকে, হেণ্ডচেক দিলেই বমি কৰে। ৬) আকাশত জনম যাৰ পাতালত বাস, পৃথিৱীলৈ ওলালেই হয় বিনাশ। ৭) জলত জন্ম, স্থলত বাস, মাকে চুলে সৰ্বনাশ। ৮) জগতক পালং চা, মাজৰটো নকওঁ যা, শেষৰটো ল, পাৰ যদ

প্ৰীতিশ প্ৰি.বৰা,চতুৰ্থ শ্ৰেণী,ব'লসিং মে: স্কুল,বৰপথাৰ
Jan 91 min read


কালপুৰুষ: অসমীয়া সাহিত্যৰ অনবদ্য সম্পদ
ড° অসমী গগৈ, নাজিৰা, অসম আমি সাহিত্যৰ তেনেই সাধাৰণ পাঠক, ৰসগ্ৰাহী পাঠকো হ'ব পৰা নাই। তথাপিও আমাৰ বিশ্বাস যে- দেশ কালৰ সীমা ভেদি যিখন গ্ৰন্থ বা যিটো লেখাই পাঠকৰ মন মগজুত খলকনি তুলিব পাৰে, সেই লেখাই সাৰ্থক লেখা। অৱশ্যে এইখিনিতে পাঠকৰ সোৱাদৰ কথা আহিব, কোনে কেনে ধৰণৰ ধাৰাৰ লেখা ভাল পায়! সৰুৰে পৰা কিতাপ পঢ়াৰ অভ্যাস এটা গঢ় লৈ উঠিছিল। য'তে যি পাইছিলোঁ গোগ্ৰাসে গিলিছিলোঁ। বহুত কিতাপ পঢ়ি গৈছিলোঁ আৰু পাহৰি গৈছিলোঁ। কিন্তু বহুত কিতাপৰ কাহিনীয়ে মনত ৰেখাপাত কৰি গৈছিল। তাৰে এখন কিতাপ

ড° অসমী গগৈ, নাজিৰা, অসম
Jan 92 min read


অকণিৰ ছবি
অংকন: আতিক্সা আৰ্ভি বৰা, ষষ্ঠ শ্ৰেণী, মাৰ্ভেল মাইণ্ড একাডেমী, সৰুপথাৰ

আতিক্সা আৰ্ভি বৰা,ষষ্ঠ মান,মাৰ্ভেল মা:একাডেমী,সৰুপথাৰ
Jan 91 min read


আমি জুবিনৰ দেশৰ মানুহ
জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ, সোণাপুৰ তৃষা দাস, নৱম শ্ৰেণী, প্ৰাগজ্যোতিষ আদৰ্শ বিদ্যালয়, পাঞ্জাবাৰী, গুৱাহাটী মেঘালয়ত জন্ম ছিংগাপুৰত মৃত্যু ইয়াৰ আমঠু আছিলা তুমি নীলকণ্ঠ হৈ সুৰ দিছিলা আঠত্ৰিছ হাজাৰ গীত ৰচি। সহজ সৰল মনোবৃত্তিৰে লৈছিলা সকলোকে আপোন কৰি আৰ্ত জনৰ ওচৰত থাকি সহায় কৰিছিলা দিনে ৰাতি। জাতি ধৰ্মৰ বিভেদ নাৰাখি বান্ধিছিলা একতাৰ এনাজৰী উচিত কথাত মাত মাতিছিলা ঘেন্তা কাকো খাতিৰ নকৰি। অহংকাৰ, হিংসা, উচ্চ, নীচ শব্দবোৰ দিছিলা হৃদয়ৰ পৰা মচি ফুটপাথৰ দোকানত খাদ্য

তৃষা দাস, দশম মান, প্ৰাগজ্যোতিষ আদৰ্শ বিদ্যালয়,গুৱাহাটী
Jan 91 min read


খৰিকটীয়াৰ জীয়েকৰ সপোন
হিয়া দাস, শুৱালকুছি কাশী দেউতাকৰ সৈতে আজিও পুৱা খৰি লুৰিবলৈ জংঘললৈ ওলাল। পুৱাৰ সেই সময়খিনিত কাশীয়ে সদায় তাইৰ সমবয়সীয়া ল'ৰা-ছোৱালীবোৰে উৰ্দি (ইউনিফৰ্ম) পিন্ধি বিদ্যালয়লৈ গৈ থকা দেখে। তাইৰ মনটো কেনেবা কেনেবা লাগে। ছোৱালীবোৰে দীঘল চুলিকোছা দুডলীয়াকৈ বেণী গাঁঠি ৰঙা ফিতা বান্ধি ধুনীয়াকৈ হাঁহি হাঁহি গৈ থকা দেখিলে তাই দেউতাকে নেদেখাকৈ চকুপানী মচে। কাশীহঁতৰ গাঁওখনৰ বেছিভাগে মানুহেই দীন-দৰিদ্ৰ। তথাপি প্ৰতি ঘৰৰ এটাকৈ হ'লেও ল'ৰা-ছোৱালীয়ে বিদ্যালয়লৈ গৈ পঢ়া-শুনা কৰি আছে। ব্যতি

হিয়া দাস, শুৱালকুছি উত্তৰ সিদ্ধেশ্বৰ পাহাৰ, কামৰূপ
Jan 93 min read


অকণিৰ ছবি
অংকন : স্নিগ্ধা পাল, সপ্তম শ্ৰেণী, ব’লসিং মেম’ৰিয়েল স্কুল, বৰপথাৰ, গোলাঘাট

স্নিগ্ধা পাল, ব’লসিং মে: স্কুল, বৰপথাৰ
Jan 91 min read


সম্পৰ্ক
(হেৰুৱা সম্পৰ্ক উভতাই পোৱা প্ৰতিজনৰ হাতত) তন্ময় কলিতা, সাতগাঁও, গুৱাহাটী সুদীৰ্ঘ বসন্তৰ অপেক্ষা সামৰি সংগোপনে ঘৰ সাজিছে দুটি উৰণীয়া পখীয়ে। ইপিনে সমুখত প্ৰাপ্তিৰ হাজাৰ আনন্দ সিপিনে দুচকুত হেৰুৱা সময়ৰ এসোঁতা চকুপানী। ল'ৰালিৰ ৰ'দঘাই সময়তে আয়ে সপোন ৰচিছিল নিজ ভনীক লৈ, আপোন ভনীক ওৰে জীৱন আলফুলে সামৰি ৰাখিম। এৰা, কথাবোৰ কথা হৈ নাথাকিল জীৱনৰ সেন্দুৰীয়া বাট পাহৰি ক্ষণিকতে দুৰ্দিনে লগ দিছিল সকলো জানিও আজি আকৌ আইৰ হেনো সুধিবলৈ মন গৈছে, তই কোন বাটেৰে নীৰৱে গুচি গৈছিলি ভনী? তোৰ

তন্ময় কলিতা, গুৱাহাটী
Jan 91 min read


অকণিৰ ছবি
অংকন : অভিলাষা বৰা, তৃতীয় শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ, গোলঘাট

অভিলাষা বৰা, তৃতীয় শ্ৰেণী, বল’সিং মে: স্কুল, বৰপথাৰ
Jan 91 min read


চিৰবন্দিত কবি নলিনীবালা দেৱী
প্ৰসিদ্ধ কবি নলিনীবালা দেৱী ছাঁ-পোহৰৰ অন্তৰালত ৰহস্যবাদী কাব্যক্ষেত্ৰৰ চিৰবন্দিত কবি নলিনীবালা দেৱী (২৪ ডিচেম্বৰ, মৃত্যুতিথি উপলক্ষে সশ্ৰদ্ধ স্মৰণ ) মন্দিতা শৰ্মা, গুৱাহাটী অসমীয়া সাহিত্যৰ এক উজ্জ্বল নক্ষত্ৰ, ৰহস্যবাদী তথা অতীন্দ্ৰিয়বাদী কবি, অসম সাহিত্য সভাৰ (ত্ৰয়োবিংশ অধিবেশন) প্ৰথম মহিলা সভাপতি, নলিনীবালা দেৱীৰ ১৮৯৮ চনৰ ২৩ মাৰ্চত বৰপেটাত জন্ম হয়। পিতৃ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ আৰু মাতৃ হেমন্ত কুমাৰীৰ সাহিত্য-সংস্কৃতিমুখী পৰিৱেশে তেখেতৰ কবি প্ৰতিভাক শৈশৱতেই উন্মেষ ঘটায

মন্দিতা শৰ্মা, গুৱাহাটী
Jan 92 min read


মানসিক খাদ্য
চোনিয়া নাজনিন, ডুবাই মানুহক সুস্থভাৱে জীয়াই থাকিবলৈ পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন। খাদ্যাভ্যাসৰ বিসংগতিৰ ফলত নানা ধৰণৰ ৰোগে মানুহৰ জীৱন দুৰ্বিষহ কৰি তুলিব পাৰে। শৰীৰটোৰ বাবে যেনেকৈ খাদ্যৰ প্ৰয়োজন আমাৰ মন আৰু মগজুৰ বাবেও খাদ্যৰ প্ৰয়োজন, যাক কোৱা হয় মানসিক খাদ্য। দেহ-মন সুস্থ থাকিলেহে এজন ব্যক্তিক সম্পূৰ্ণৰূপে সুস্থ বুলি ক'ব পাৰি। কিন্তু আমি শাৰীৰিক খাদ্যৰ প্ৰতি যিমান সচেতন মানসিক খাদ্যৰ প্ৰতি সিমানেই উদাসীন। অথচ মানসিক খাদ্যইহে প্ৰকৃততে ব্যক্তি এগৰাকীৰ মন-মগজু, চেতনা উদ্বুদ্ধ ক

চোনিয়া নাজনিন, ডুবাই
Jan 92 min read


অকণিৰ ছবি
অংকন : শুভ্ৰনীল সোণোৱাল, কে.জি শ্ৰেণী, ছল্ট ব্ৰুক স্কুল, ডিব্ৰুগড়

শুভ্ৰনীল সোণোৱাল, ছল্ট ব্ৰুক স্কুল,ডিব্ৰুগড়
Jan 91 min read


চুইজাৰলেণ্ডৰ জেনেভাৰ তিনি খুৰাৰ সেই বিখ্যাত চকীখন
মৰমৰ অকণিহঁত, ওপৰৰ চিত্ৰখনত তিনি খুৰাৰ চকীখন দেখি তোমালোকৰ মনত চাগৈ অনেক প্ৰশ্নৰ উদয় হৈছে নহয়নে? আজি তোমালোকক এই চকীখনৰ আঁৰৰ কিছু গুৰুত্বপূৰ্ণ কথাকে ক’বলৈ ওলাইছোঁ। যোৱা চেপ্তেম্বৰ-২০২৫ ত ইউৰোপ ভ্ৰমণ কৰিবলৈ যাওঁতে চুইজাৰলেণ্ডৰ জেনেভাৰ সংযুক্ত ৰাষ্ট্ৰ মানৱ অধিকাৰ পৰিষদ ( UNHRC : United Nations Human Rights Council বা পেলেচ অৱ নেচনছৰ ( Palais de Nation) ৰ মূল প্ৰৱেশদ্বাৰৰ ঠিক সমুখতে তিনি খুৰা বা খুটাৰ ওপৰত সন্তুলিত এই বিশাল চকীখন দেখি আমিও ইয়াৰ ইতিবৃত্ত জানিবলৈ যথেষ্ট কৌতূ

পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
Jan 93 min read


সিন্ধু সভ্যতাৰ বিলুপ্তি কেনেকৈ হ'ল ?
মাধৱ দাস, যোৰহাট আজিৰ পৰা প্ৰায় চাৰি হাজাৰ বছৰৰ আগতে সিন্ধু সভ্যতা উন্নতি তথা প্ৰগতিৰ চৰম শিখৰত উপনীত হৈছিল। এই সভ্যতাৰ প্ৰধান বিশেষত্ব হ'ল ই পৃথিৱীৰ প্ৰথম নগৰীয়া সভ্যতা য'ত পোন প্ৰথমবাৰৰ বাবে নগৰ নিৰ্মাণ কৰা হৈছিল। ইয়াৰ আগতে মানুহে সৰু সৰু গাঁও পাতি বসবাস কৰিছিল। এই নগৰবোৰৰ ঘৰ বিভিন্ন কাৰিকৰী কৌশলেৰে কঠিন পোৰা ইটাৰে নিৰ্মাণ কৰা হৈছিল। ঘৰবোৰৰ লগতে স্নানাগাৰ-শৌচালয় সংযোজিত আছিল। গতিকে ইয়াৰ পৰাই প্ৰমাণ পোৱা যায় যে ইয়াৰ মানুহবোৰ ইমানেই আগবঢ়া আছিল যে আজিৰ দৰে কোনো আধুনিক প্ৰযুক

মাধৱ দাস, যোৰহাট
Jan 92 min read


মাঘৰ বিহু আৰু কিছু জনশ্ৰুতি
মাঘ বিহু উদযাপন স্বপ্নাশ্ৰী এচ. মেধি, বৰপথাৰ ইংৰাজী জানুৱাৰী মাহত উদযাপন কৰা মাঘৰ বিহু অসমীয়া সমাজত কেতিয়াৰ পৰা আৰম্ভ হ'ল ....সেয়া পম খেদি অতীতলৈ আগুৱাই গ'লে আমি দেখা পাওঁ..... মাঘ বিহু যাক ভোগালী বিহুও বোলা হয়, অসমীয়া সমাজত আদিম যুগৰ পৰাই উদযাপন কৰি অহা হৈছে। ইয়াৰ উৎপত্তি প্ৰাচীন কৃষিভিত্তিক সমাজৰ সৈতে জড়িত ৷ মানুহে শস্য চপোৱাৰ অন্তত আনন্দ কৰিছিল আৰু অগ্নি পূজা কৰিছিল। মূলতঃ বড়ো মূলীয় লোকসকলৰ প্ৰধান উৎসৱ আছিল মাঘবিহু ৷ পাছৰ পৰ্যায়ত কামৰূপ ৰাজ্যৰ আৰ্য ব্ৰাহ্মণ সকলে হিন্

স্বপ্নাশ্ৰী এচ. মেধি, বৰপথাৰ, গোলাঘাট
Jan 93 min read


অকণিৰ ছবি
অংকন : শিৱানন গগৈ, অষ্টম শ্ৰেণী, ধোন্দাচাম চিনিয়ৰ চেকেণ্ডাৰী স্কুল, গোলাঘাট

শিৱানন গগৈ,অষ্টম মান,ধোন্দাচাম চি:চে:স্কুল,গোলাঘাট
Jan 91 min read


ছাত্ৰ সমাজ আৰু পুথিভঁৰাল
আতিক্সা আৰ্ভি বৰা, ষষ্ঠ শ্ৰেণী, মাৰ্ভেল মাইণ্ড একাডেমী, সৰুপথাৰ, গোলাঘাট এখন দেশৰ সৰ্বাংগীন বিকাশ সাধনত অৰিহণা যোগোৱাৰ মূলতেই হৈছে আমাৰ ছাত্ৰ সমাজ। ছাত্ৰসকলেই দেশৰ ভৱিষ্যতৰ গুৰি ধৰোঁতা। ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্যে সফল কৰিবলৈ হ'লে একান্ত পৰিশ্ৰম আৰু একাগ্ৰতাৰে জ্ঞান অৰ্জনত ব্ৰতী হ'ব লাগিব। সামাজিক দায়বদ্ধতাও ছাত্ৰ সমাজৰ প্ৰধান কৰ্তব্য। যদিও ছাত্ৰসকলৰ কাৰণে অধ্যয়নেই হৈছে একমাত্ৰ তপস্যা তথাপিও সমাজৰ দায়িত্ব পালন কৰাটোও প্ৰয়োজনীয় কামৰ ভিতৰতে পৰে। ছাত্ৰ অৱস্থাতে এজন ছা

আতিক্সা আৰ্ভি বৰা,ষষ্ঠ মান,মাৰ্ভেল মা:একাডেমী,সৰুপথাৰ
Jan 92 min read


গধূলি
জুবিলী গগৈ, দুলীয়াজান, অসম ঋতুৰ পোচাক পিন্ধি গধূলিবোৰ আহে মোৰ চোতাল গচকি ছাইসনা গধূলিবোৰ বিষাদ-গধূৰ এপতীয়া ঢেকীয়াৰ নাওমান পোহৰ যেতিয়া নামে বিষাদ-বৰষুণ বেংবোৰো নোহোৱা হয় পদূলিৰ শিমলুজোপাত ৰৈ ৰৈ বিনাই থাকে অচিন পক্ষী তুমি ভাবিছা নেকি গধূলিবোৰ উজলি থাকে জোনৰ দাপোণত হেমন্তৰ আকাশত জোনেও নামানে নিয়ম... ************

জুবিলী গগৈ, দুলীয়াজান, অসম
Jan 91 min read


অকণিৰ ছবি
অংকন : ধৃতিষ্মান কাকতি, দ্বিতীয় শ্ৰেণী, ব'ল'সিং মেম'ৰিয়েল স্কুল, বৰপথাৰ

ধৃতিষ্মান কাকতি, দ্বিতীয় মান,ব'ল'সিং মে: স্কুল, বৰপথাৰ
Jan 91 min read


লোনাভালাৰ মমৰ সংগ্ৰহালয়টো
শিৱাজী মহাৰাজৰ মমৰ প্ৰতিমূৰ্তি দেৱীকা বৰপূজাৰী, মুম্বাই মুম্বাইৰ পৰা প্ৰায় ৯০-১০০ কিলোমিটাৰ পূবে অৱস্থিত মহাৰাষ্ট্ৰৰ পুনে জিলাৰ এটা জনপ্ৰিয় পাহাৰীয়া ষ্টেচন হৈছে লোনাভালা ( Lonavala) । মুম্বাইৰ পৰা পুণে এক্সপ্ৰেছৱেৰে গ’লে, খোপলি (Khopoli) পাৰ হৈ আহে সেই লোনাভালা নামৰ পাহাৰীয়া ঠাইখন য’ত এটা ছুটিৰ দিন সুন্দৰভাবে কটাব পৰা যায়। লোনাভালা লৈ কেইবাবাৰো গৈছিলো যদিও প্ৰায় ১৫ বছৰীয়া অতীৱ সুন্দৰ মমৰ সংগ্ৰহালয় (Wax museum) টো হে চোৱা হোৱা নাছিল। এইবাৰ সেই হেঁপাহ পূৰণ হ'ল আৰু ম

দেৱীকা বৰপূজাৰী, মুম্বাই
Jan 91 min read
bottom of page