top of page
Search


জীৱনৰ জ্যামিতি
কৃষ্ণ কান্ত চাহু, অধ্যক্ষ নকাৰী উ: মা: বিদ্যালয়, উত্তৰ লখিমপুৰ মৃত্যুনো কি - কিনি ল'ব পাৰোঁ, জীৱনটোহে নোৱাৰোঁ ! চাইকেলৰ পাছে পাছে আহি থকা জোনটোৰ দৰে জীৱনেও মাজে সময়ে ছাঁ পোহৰত মৰে আৰু জীয়ে। উশাহটোও চোলাৰ হাতত লুকুৱাই লোৱা হাতখনৰ দৰে এৰাল চিঙা উশাহৰ কি ভৰসা ? সৰি পৰা আকাশৰ তৰা…. জীৱনৰ জ্যামিতি সমাপ্তিৰ বিন্দু ।। *******

কৃষ্ণ কান্ত চাহু, অধ্যক্ষ,নকাৰী উঃমাঃ বিদ্যালয়,উঃলখিমপুৰ
Oct 13, 20251 min read


সেউজীয়া বিকল্প - উন্নয়ন যথোপযুক্ত
মন্দিতা শৰ্মা, গুৱাহাটী সপোন খেদা দুচকুত মাথোঁ উন্নয়ন অঞ্জন। বিৰিখৰ নিৰ্মল ছাঁত লভে জীৱনে জীয়ন। পৰ্বত-পাহাৰ বিদাৰি গঢ়ি উঠে একো একোটা ৰাস্তা, জলাশয় নাশি অট্টালিকা আকাশস্পৰ্শা! হেৰাই যোৱাৰ বেদনাত উচুপি উঠে গছে, জীয়াই থকাৰ তাড়ণাত ৰাউচি জোৰে গছে! সকলোকে লাগে উন্নয়ন-- প্ৰদুষণমুক্ত বিশ্ব যদিহে কাম্য বৃক্ষাভূষণ পিন্ধোৱা ধৰণীক যথাসাধ্য। ক্ষয়িষ্ণু নহওক বন-বনান্ত, নদ-নদী, পাহাৰ-কন্দৰ প্ৰকৃতিহন্তা উন্নয়ন, কদাপি নহয় সঁচা অৰ্থত অগ্ৰসৰ, নিশ্চিত এক শ্মশান দৰবাৰ। উন্নয়ন লাগ

মন্দিতা শৰ্মা, গুৱাহাটী
Oct 13, 20251 min read


মায়াবিনী ৰাতিৰ বুকুত
( জুবিন গাৰ্গৰ স্মৃতিত ) মন্দিতা শৰ্মা, গুৱাহাটী 'Would you know my name if I saw you in heaven’ অন্তিম নিশাৰ শূন্যতাত নিগৰালা তোমাৰ মায়াবী কণ্ঠ- 'সৰগত যদি মোক দেখা, তুমি চিনিবানে মোৰ নাম?' শোক, আশা আৰু পুনৰ্মিলনৰ দুৰ্বাৰ আকাংক্ষা! প্ৰেম অস্তিত্ববিহীন অনন্ত, হৃদয়ৰ কম্পনেই চিনাকি দিব সেই বিশেষদিনা! সবাকে অলক্ষিতে শেষ অভিবাদন জনাই গ'লা সেই দিনা! অনন্ত সুৰৰ সৰগত তুমি থাকিবা চিৰকাল অমৰ হৈ। কবিতাৰে তুমি কৈ গ'লা; নদীৰ পৰা সাগৰলে গৈ সাগৰৰ পৰা নদীলৈ ঘূৰি আহিব পাৰা তুমি! স

মন্দিতা শৰ্মা, গুৱাহাটী
Oct 13, 20252 min read


আত্মজাহ
কৃষ্ণ কান্ত চাহু, অধ্যক্ষ নকাৰী উঃ মাঃ বিদ্যালয়, উত্তৰ লখিমপুৰ অতীজৰ আপোন ৰ'দবোৰ বৰষুণৰ দৰে হ'ল অৰণ্য ভাঙি...

কৃষ্ণ কান্ত চাহু, অধ্যক্ষ,নকাৰী উঃমাঃ বিদ্যালয়,উঃলখিমপুৰ
Jul 12, 20251 min read


সমোচ্চাৰিত শব্দৰ ছন্দোবদ্ধ পদ্য
যোগানন্দ মহন্ত, গুৱাহাটী (০০১) অতিকৈ শুৱনি আমাৰ এইখনি গাঁও পক্ষীৰে মিলিজুলি শুৱলা সঙ্গীত গাওঁ। (০০২) লগৰীয়াৰ লগভাগ আমি ভাল পাওঁ...

যোগানন্দ মহন্ত, গুৱাহাটী
Jul 12, 20251 min read


স্বজাতিৰ ছবিখন
দীপালী বৰুৱা, নকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, উত্তৰ লক্ষীমপুৰ মোৰ স্বজাতি আজি লালসাত মত্ত মোহত অন্ধ কোনোবা মুনাফা লুটাৰ লালসাত কোনোবা...

দীপালী বৰুৱা,নকাৰী উঃমাঃবিদ্যালয়, উঃলখিমপুৰ
Jul 12, 20251 min read


চিনাকি অচিনাকি পাহাৰখনি
৫ জুন, বিশ্ব পৰিৱেশ দিবস উপলক্ষে দুটি কবিতা মন্দিতা শৰ্মা, গুৱাহাটী চিনাকি আছিল পাহাৰখনি, মোৰ আইৰ সেউজীয়া চাদৰখনেৰে ঢকা। উন্মনা,...

মন্দিতা শৰ্মা, গুৱাহাটী
Jul 12, 20251 min read


গীতি কবিতা : ৰাম আৰু ৰহিম
(ভূপেনদাৰ 'মহাত্মাই হাসি বোলে ৰাম ৰহিম' গীতটি বুকুত বান্ধি লিখা গীতি-কবিতা) যোগানন্দ মহন্ত, গুৱাহাটী মহাত্মাই হাঁহি...

যোগানন্দ মহন্ত, গুৱাহাটী
Apr 6, 20251 min read


উতলা ফাগুনৰ অলংকাৰ- সোণাৰু, শিমলু, মদাৰ পলাশ…
মন্দিতা শৰ্মা, গুৱাহাটী সোণাৰু শিমলু মদাৰ পলাশ নহয় মাথোঁ ফুল, ই সৃষ্টিৰ অগনি, জুইৰ মুকুল। ফাগুনে লিখে উন্মত্ত কবিতা, বসন্তক আদৰাৰ জীৱন্ত...

মন্দিতা শৰ্মা, গুৱাহাটী
Apr 6, 20251 min read


প্ৰত্যাশিত প্ৰত্যুষ
কুইন শৰ্মা, নৱগ্ৰহ, শিলপুখুৰী, গুৱাহাটী উমি উমি জ্বলি থকা আঙঠাবোৰ পুনৰ ফুৱাই নিদিবাহক ফুৱালে যে দুগুণে জ্বলিব হিংসাৰ জুই কালান্তক। ...

কুইন শৰ্মা, নৱগ্ৰহ, শিলপুখুৰী, গুৱাহাটী
Apr 6, 20251 min read


অহিংসা
বৰ্ণালী হাজৰিকা, শিক্ষয়িত্ৰী, বিশ্বনাথ চাৰিআলি অহিংসা মানেই প্ৰেমৰ পথ তেজৰ নহয়, আশাৰ সোঁত। দ্বন্দ্ব ভাঙি মিলন গঢ়োঁ, মানৱতাৰে হৃদয়...

বৰ্ণালী হাজৰিকা, বিশ্বনাথ চাৰিআলি
Apr 6, 20251 min read


পণ
মোহন ভূঞা, চৌকিদিঙী, ডিব্ৰুগড় শুৱনি ধৰণী আমি সঞ্জীৱনী কোমল অন্তৰৰে ভৰা। সুস্থ সমাজ গঢ়ি তুলিবলৈ নকৰোঁ অৱহেলা ।। স্বদেশ...

মোহন ভূঞা, চৌকিদিঙী, ডিব্ৰুগড়
Apr 6, 20251 min read


মানৱ সৃষ্ট বিভীষিকা
গছ-গছনি নাথাকিলে, জীৱয়ো নাথাকিব বৰ্ণালী হাজৰিকা, বিশ্বনাথ চাৰিআলি মানুহৰ পৃথিৱীখন বিষাক্ত হৈ পৰিছে। মনোৰম প্ৰকৃতিৰ বুকু, মানুহৰ বিষাক্ত...

বৰ্ণালী হাজৰিকা, বিশ্বনাথ চাৰিআলি
Jan 9, 20251 min read


লিমাৰিকৰ বৈশিষ্ট্য
মীনাক্ষি গগৈ কোঁৱৰ, বকুলনী, দুলিয়াজান সাহিত্যৰ বিভিন্ন ৰসৰ মাজত ‘হাস্য’ আৰু ‘ব্যঙ্গ’ ৰস অন্যতম ৰস। এই দুয়োবিধ ৰসে পাঠকক সাহিত্য...

মীনাক্ষি গগৈ কোঁৱৰ বকুলনী, দুলিয়াজান
Jan 8, 20253 min read


গোহাৰি জীৱন জীয়াবলে…
মোক জীয়াই থাকিবলৈ দিয়া, মইয়ো তোমালোকক জীয়াই ৰাখিম যোগানন্দ মহন্ত, গুৱাহাটী আটায়ে জানে, আমিও জানো ...

যোগানন্দ মহন্ত, গুৱাহাটী
Jan 7, 20251 min read


বিশ্ৰামৰ সুৰ
(এক পুত্ৰৰ মাতৃলৈ নিবেদন ) সুদীপ্তনয়ন বৰঠাকুৰ, গুৱাহাটী নীৰৱ নিস্তব্ধ চতুৰ্থ প্ৰহৰে জীৱনৰ গীত জুৰিলে, সংগোপনে সঁচা কাব্য চিত্ৰণ কৰে...

সুদীপ্তনয়ন বৰঠাকুৰ, গুৱাহাটী
Jan 7, 20251 min read


অমৰাৱতী খহিছে তৰপে তৰপে...
ইন্দু বৰুৱা, গুৱাহাটী মানুহৰ দৰে দেহৰ গঠন চিন্তা চেতনাত সক্ৰিয় দানৱ আঁজুৰি ছিঙিব খোজে পৃথিৱীৰ হাওঁফাওঁ! সিহঁতৰ নিমিলিত দুচকুত ঈশ্বৰৰ...

ইন্দু বৰুৱা, গুৱাহাটী
Jan 4, 20251 min read


পূজাৰ বতৰ
নিৰ্মিতা বৰগোহাঁই গুৱাহাটী শৰত আহিলেই শেৱালী ফুলে টোপটোপকৈ নিয়ৰ সৰে নীলা আকাশত শুকুলা মেঘে ...

নিৰ্মিতা বৰগোহাঁই , গুৱাহাটী, অসম
Sep 30, 20241 min read


কাৰ কি ভবা-গুণা
সুনীল কুমাৰ শইকীয়া দিচৈ নগৰ, যোৰহাট জীৱ-জন্তু বিলাকে কেনেকৈ কৰি আছে ভবা-গুণা মৰমৰ অকণি মখাই কাণ পাতি পাতি শুনা। পাতিহাঁহৰ চিন্তা হ'ল...

সুনীল কুমাৰ শইকীয়া দিচৈ নগৰ, যোৰহাট
Sep 26, 20241 min read


সোঁৱৰণী শৈশৱৰ
শ্ৰীৰমাকান্ত দাস, গুৱাহাটী আবেলিৰ বেলিটো ডুবে, পশ্চিম দিশত, তৰাবোৰে ভুমুকি মাৰে, নিশাৰ আকাশত। আইতাৰ লগত বহোঁ,...

শ্ৰীৰমাকান্ত দাস, গুৱাহাটী
Sep 22, 20241 min read
bottom of page